• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

3 years ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

36 minutes ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

2 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

2 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

2 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

4 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

5 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

5 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

6 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

6 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

7 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

editor by editor
October 1, 2023
in জীৱনশৈলী, ভাৰত
0
আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ
0
SHARES
18.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শীঘ্ৰেই তৈয়াৰ হ’ব গৃহলক্ষ্মী যোগৰ। শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত বৃহস্পতিৰ সৈতে মিলিত হৈ শুভ যোগ তৈয়াৰ হ’ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি গৃহ লক্ষ্মী যোগক অত্যন্ত শুভ বুলি ধৰা হয়। এই যোগৰ প্রভাৱত জাতকৰ জীৱনত সকলোবোৰেই শুভ হ’ব। ধন ধ্যান বৃদ্ধি হৈ সমাজত মান সন্মান বাঢ়িব। জ্যোতিষ শাস্ত্ৰ অনুসৰি শুক্ৰ, বুধ আৰু মঙল গ্ৰহে তিনিও উচ্চ স্থানত থাকি গৃহলক্ষ্মী যোগ তৈয়াৰ হ’ব।

কেতিয়াৰে পৰা গৃহলক্ষ্মী যোগ?
৩ নৱেম্বৰত শুক্ৰ কন্যা ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিৰ লগ্ন স্থানত উপস্থিত থাকিব শুক্ৰ। কন্যাৰ নৱম স্থানৰ অধিপতি এই গ্ৰহ। ইয়াৰোপৰি বৃহস্পতিয়ে মেষ ৰাশিত প্ৰৱেশ কৰিব। এই পৰিস্থিতিতেই গৃহলক্ষ্মী যোগ তৈয়াৰ হ’ব। এই যোগ কেইটামান ৰাশিৰ জাতকৰ বাবে শুভ। ইয়াৰ দ্বাৰা কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব।

বৃষ ৰাশি
গৃহলক্ষ্মী যোগ বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। সমাজত মান সন্মান লাভ কৰিব এই ৰাশিৰ জাতকে। দীৰ্ঘদিন ধৰি ৰৈ যোৱা কাম সম্পন্ন হ’ব। উচ্চপদত কৰ্মৰত ব্যক্তিয়ে সুসংবাদ লাভ কৰিব। পৰিয়াল আৰু বন্ধুৰ সহযোগত ব্যৱসায়ত সফলতা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। ধন লাভৰো যোগ আছে। ইয়াৰোপৰি ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব। এই পৰিস্থিতিত সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে। পৈতৃক সম্পত্তি লাভৰো প্ৰৱল সম্ভাৱনা আছে। নতুন চাকৰিৰ সন্ধানত থকাসকলেও চাকৰি লাভ কৰিব।

সিংহ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি গৃহলক্ষ্মী যোগৰ প্রভাৱত সিংহ ৰাশিৰ জাতকৰ জীৱনলৈ সাফল্য আহিব। ব্যৱসায়ত সফলতা। ইয়াৰোপৰি কোনো বৃহৎ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। ঋণৰ পৰা মুক্তি পোৱাৰ ওপৰিও নতুন আয়ৰ উৎস লাভ কৰিব। পাৰিবাৰিক সমস্যা দূৰ হ’ব। স্বাস্থ্য ভালে থাকিব।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময় শুভ। আইনী মামলাত সফলতা পাব। গাড়ী, সম্পত্তি ক্ৰয়ৰ যোগ। ইয়াৰোপৰি ব্যৱসায়ত সফলতা লাভ কৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব কুম্ভ ৰাশিৰ জাতকে। ঋণমুক্তিৰ ওপৰিও নতুন আয়ৰ উৎস বিচাৰি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে সফলতা লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা
বিনোদন

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

July 29, 2026
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

July 29, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

July 29, 2026
Next Post
সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.