• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৩ সংখ্যক GST পৰিষদৰ বৈঠক, হোষ্টেল- ৰে’লৱে প্লেটফৰ্ম টিকটত সকাহ, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৫৩ সংখ্যক GST পৰিষদৰ বৈঠক, হোষ্টেল- ৰে’লৱে প্লেটফৰ্ম টিকটত সকাহ, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

2 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

3 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

4 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

4 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

5 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

6 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

6 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

6 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

7 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

7 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

8 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

8 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৫৩ সংখ্যক GST পৰিষদৰ বৈঠক, হোষ্টেল- ৰে’লৱে প্লেটফৰ্ম টিকটত সকাহ, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

editor by editor
June 23, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
৫৩ সংখ্যক GST পৰিষদৰ বৈঠক, হোষ্টেল- ৰে’লৱে প্লেটফৰ্ম টিকটত সকাহ, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫৩ সংখ্যক GST পৰিষদৰ বৈঠক, হোষ্টেল- ৰে’লৱে প্লেটফৰ্ম টিকটত সকাহ, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শনিবাৰে জি এছ টি পৰিষদৰ ৫৩ সংখ্যক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰেলৱেৰ টিকট, ছ’লাৰ কুকাৰ, ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল মাচুলকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সভাত সিদ্ধান্ত লোৱা হয় যে ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ মাচুলত লোৱা জি এছ টিত সকাহ দিয়া হ’ব।

সকলো ধৰণৰ গাখীৰৰ কাৰ্টনত জি এছ টিৰ হাৰ একে কৰা হৈছে। এইবোৰৰ বাহিৰেও আন বহু বিষয়ত জি এছ টি সম্পৰ্কীয় সিদ্ধান্ত লোৱা হৈছিল। এই বৈঠকত পেট্ৰল-ডিজেলক জি এছ টিৰ পৰিসৰৰ অধীনলৈ আনিব পৰা যাব বুলি মানুহে আশাবাদী আছিল, সেয়া নহ’ল। আজি এই বৈঠক প্ৰায় ৮ মাহৰ পিছত অনুষ্ঠিত হয়। এইখন আছিল মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বৈঠক।

জি এছ টি বৈঠকৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন সংবাদমেল অনুষ্ঠিত কৰে। ইয়াৰ তেঁও কয় যে শিক্ষানুষ্ঠানৰ বাহিৰত হোষ্টেলৰ ৰূপত প্ৰদান কৰা সেৱাৰ বাবে জি এছ টি পৰিষদে প্ৰতিজন ব্যক্তিৰ বাবে প্ৰতিমাহে ২০ হাজাৰ টকা ৰেহাই দিছে। বিত্তমন্ত্ৰীয়ে কয় যে এই ৰেহাই ছাত্ৰ-ছাত্ৰী বা শ্ৰমিক শ্ৰেণীৰ বাবে। অৱশ্যে ইয়াৰ সুবিধা তেতিয়াহে উপলব্ধ হ’ব যেতিয়া কোনোবাই কমেও ৯০ দিন হোষ্টেলত থাকিব।

এতিয়া সমগ্ৰ দেশতে সকলো ধৰণৰ গাখীৰৰ কাৰ্টনৰ ওপৰত একেধৰণৰ জি এছ টি আৰোপ কৰা হ’ব। এই হাৰ হ’ব ১২ শতাংশ। এই সিদ্ধান্তৰ অৰ্থ এতিয়া যদি আপুনি যিকোনো ধৰণৰ পেকিং (ষ্টীল, আইৰন, এলুমিনিয়াম ইত্যাদি)ত গাখীৰ কিনে তেন্তে সকলোৰে পৰা একে জি এছ টি (১২ শতাংশ) লোৱা হ’ব।

ইয়াৰ উপৰিও সকলো কাৰ্টন বক্স আৰু কেছত ১২ শতাংশ একেধৰণৰ জি এছ টি হাৰ আৰোপ কৰা হ’ব বুলিও বৈঠকত সিদ্ধান্ত লোৱা হয়। ইয়াৰ দ্বাৰা বিশেষকৈ হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ আপেল খেতিয়কসকলে সকাহ পাব আৰু আপেল সস্তা হ’ব পাৰে।

পাছে আশা কৰা হৈছিল যে পেট্ৰ’ল আৰু ডিজেলক জি এছ টিৰ পৰিসৰৰ অধীনলৈ আনিব, যাৰ ফলত ইয়াৰ মূল্য হ্ৰাস পাব। একে সময়তে বীমাৰ জি এছ টিও হ্ৰাস হোৱাৰ আশা কৰা হৈছিল, যিটো নহ’ল। এই সন্দৰ্ভত কনফেডাৰেচন অৱ জেনেৰেল ইনশ্বুৰেন্স এজেণ্টছ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াইও বীমাৰ জি এছ টি হ্ৰাস কৰিবলৈ দাবী জনাইছিল। সন্থাৰ আহ্বায়ক লোকেশ কে চিয়ে কয় যে সংস্থাটোৱে বীমাৰ জি এছ টি ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰিব লাগে। লগতে এই বৈঠকত অনলাইন গেমিংৰ ওপৰত জি এছ টি সন্দৰ্ভত কোনো আলোচনা হোৱা নাছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gstGST MettingiNDIAN cOUNCILIndian GS^T CoundiliNDIAN gst
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
জীৱনশৈলী

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

May 13, 2026
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
Next Post
অঘটন, আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমবাৰলৈ শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত আফগানিস্তানৰ, ২১ ৰানত জয়

অঘটন, আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমবাৰলৈ শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত আফগানিস্তানৰ, ২১ ৰানত জয়

প্ৰায় ৩০০০ ভিডিঅ’ৰ দেশ কঁপাই যোৱা ঘটনাৰ প্ৰজ্জ্বল ৰেভান্নাৰ পাছত এইবাৰ ভাতৃয়ো গ্ৰেপ্তাৰ, দুই ভাতৃৰ একেই কেলেংৰাৰী

প্ৰায় ৩০০০ ভিডিঅ'ৰ দেশ কঁপাই যোৱা ঘটনাৰ প্ৰজ্জ্বল ৰেভান্নাৰ পাছত এইবাৰ ভাতৃয়ো গ্ৰেপ্তাৰ, দুই ভাতৃৰ একেই কেলেংৰাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.