• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অঘটন, আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমবাৰলৈ শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত আফগানিস্তানৰ, ২১ ৰানত জয়

অঘটন, আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমবাৰলৈ শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত আফগানিস্তানৰ, ২১ ৰানত জয়

2 years ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

59 minutes ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

1 hour ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

2 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

3 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

4 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

5 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

6 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

6 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অঘটন, আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমবাৰলৈ শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত আফগানিস্তানৰ, ২১ ৰানত জয়

editor by editor
June 23, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অঘটন, আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমবাৰলৈ শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত আফগানিস্তানৰ, ২১ ৰানত জয়
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অঘটন, আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমবাৰলৈ শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত আফগানিস্তানৰ, ২১ ৰানত জয়

অঘটন ঘটালে আফগান ক্ৰিকেট দলে। কোনেও হয়তো ভবা নাছিল এই ফলাফলৰ। টি ২০ বিশ্বকাপৰ সমীকৰণেই সলাই পেলালে আফগানিস্তানৰ দলে। ছুপাৰ ৮ৰ খেলত আফগানিস্তানে ২৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে শক্তিশালী অষ্ট্ৰেলিয়াক। এখন ভাবিব নোৱাৰা খেলত মুখ থেকেচা খালে কেংগাৰু দলে। হট ফেভাৰিত হৈ খেলপথাৰত নামিয়ো আফগানিস্তানৰ দৰে দল এটাৰ হাতত সকলো উইকেট হেৰুৱাই ২১ ৰানত পৰাজয় অষ্ট্ৰেলিয়াৰ।

অতি ৰোমাঞ্চকৰ খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আফগানিস্তানৰ দলটোৱে জয় হয়। প্ৰথমে বেটিং কৰি দলটোৱে ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানৰ সহায়ত ৬ উইকেটত ১৪৮ ৰান সংগ্ৰহ কৰে। ১৪৯ ৰানৰ লক্ষ্যৰে খেলপথাৰলৈ অহা কেংগাৰু দলে হয়তো ভবাই নাছিল এনে এক পৰাজয়ৰ।

অনায়াসে ১৪৯ ৰান কৰি ভাৰতৰ পাছতে দ্বিতীয়টো দল হিচাপে ছেমি ফাইনেললৈ যোৱাৰ আশা কৰিছিল। পাছে সেই আশাত পানী ঢালিলে আফগানিস্তান দলে। আইচিচি টি-২০ বিশ্বকাপত হয়তো এয়াই আছিল আজি পৰ্যন্ত হোৱা আটাইতকৈ ডাঙৰ অঘটন। আফগানিস্তানৰ দলটোৱে অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দল এটাক আঁঠু ল’বলৈ বাধ্য কৰালে।

টছত পৰাস্ত হোৱাৰ পিছত আফগান দলটোৱে প্ৰথমে বেটিং কৰিবলৈ আহিছিল আৰু অ’পেনাৰ ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানৰ শতকীয় অংশীদাৰিত্বই সুদৃঢ় আৰম্ভণি কৰিছিল। গুৰবাজৰ ৬০ ৰান আৰু জাদ্ৰানৰ ৫১ ৰানৰ বাবেই আফগান দলটোৱে যুঁজ দিয়াৰ যোগ্য স্ক’ৰ কৰে।

আফগানিস্তানৰ বেগী বলাৰ নবীন উল হকে অষ্ট্ৰেলিয়াক প্ৰাৰম্ভিক আঘাত দি মেচখন সম্পূৰ্ণৰূপে নিজৰ হাতলৈ নিয়ে । অধিনায়ক ৰছিদ খানে গুলবাদিন নাইবৰ হাতত বলিং গতাই দিয়ে আৰু সকলো সলনি হৈ যায়। এইগৰাকী অভিজ্ঞ খেলুৱৈয়ে ইটোৰ পিছত সিটোকৈ চাৰিটা উইকেট দখল কৰি অষ্ট্ৰেলিয়াক স্তব্ধ কৰি পেলাই।

৪ অভাৰত ২০ ৰান দি ৪টা ডাঙৰ উইকেট দখল কৰে। শীৰ্ষ ফৰ্মত থকা মাৰ্কাছ ষ্ট’ইনিছ আৰু অৰ্ধশতক অৰ্জন কৰা গ্লেন মেক্সৱেলৰ ডাঙৰ উইকেট দখল কৰে গুলবাডিনে। টিম ডেভিদ আৰু তাৰ পিছত পেট কামিন্সকো পেভেলিয়ানলৈ যাবলৈ বাধ্য কৰায়। খেলখনৰ শ্ৰেষ্ঠ বিবেচিত হয় গুলবাডিন।

https://x.com/T20WorldCup/status/1804727971841806773

এতিয়া অষ্ট্ৰেলিয়াৰ বাবে কাইলৈ ভাৰতৰ সৈতে থকা খেলখন হব ডু-অৰ-ডাই। ভাৰতৰ হাতত পৰাজিত হোৱা মানেই প্ৰতিযোগিতা খনৰ পৰা বাহিৰ। যদিহে কাইলৈ ২৪ তাৰিখৰ খেলখনত ভাৰতক পৰাস্ত কৰিব পাৰে তেহে ভাৰতৰ সৈতে ছেমি ফাইনেল পাব অষ্ট্ৰেলিয়াৰ দলে। ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: afganistanaustraliaT 20 World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

September 22, 2026
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!
অপৰাধ

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
Next Post
প্ৰায় ৩০০০ ভিডিঅ’ৰ দেশ কঁপাই যোৱা ঘটনাৰ প্ৰজ্জ্বল ৰেভান্নাৰ পাছত এইবাৰ ভাতৃয়ো গ্ৰেপ্তাৰ, দুই ভাতৃৰ একেই কেলেংৰাৰী

প্ৰায় ৩০০০ ভিডিঅ'ৰ দেশ কঁপাই যোৱা ঘটনাৰ প্ৰজ্জ্বল ৰেভান্নাৰ পাছত এইবাৰ ভাতৃয়ো গ্ৰেপ্তাৰ, দুই ভাতৃৰ একেই কেলেংৰাৰী

মানৱতাক লজ্জিত কৰা ঘটনা, এহাল দম্পতীয়ে এগৰাকী মহিলাৰ সৈতে কৰিলে নিকৃষ্ট কাম

মানৱতাক লজ্জিত কৰা ঘটনা, এহাল দম্পতীয়ে এগৰাকী মহিলাৰ সৈতে কৰিলে নিকৃষ্ট কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.