• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানৱতাক লজ্জিত কৰা ঘটনা, এহাল দম্পতীয়ে এগৰাকী মহিলাৰ সৈতে কৰিলে নিকৃষ্ট কাম

2 years ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

22 minutes ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

55 minutes ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

2 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

3 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

4 hours ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

5 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

19 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মানৱতাক লজ্জিত কৰা ঘটনা, এহাল দম্পতীয়ে এগৰাকী মহিলাৰ সৈতে কৰিলে নিকৃষ্ট কাম

editor by editor
June 23, 2024
in বিবিধ, ভাৰত
0
মানৱতাক লজ্জিত কৰা ঘটনা, এহাল দম্পতীয়ে এগৰাকী মহিলাৰ সৈতে কৰিলে নিকৃষ্ট কাম
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱতাক লজ্জিত কৰা ঘটনা, এহাল দম্পতীয়ে এগৰাকী মহিলাৰ সৈতে কৰিলে নিকৃষ্ট কাম

ডাইনী সন্দেহত এক অতিকে নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে দেশত। এগৰাকী মহিলাক নিৰ্মম নিৰ্যাতন। চুলি কাটি মহিলাগৰাকীৰ ওপৰত চলালে অত্যাচাৰ। দিল্লীৰ গাতে লাগি থকা উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ খবৰ।

ইয়াৰ সুৰজপুৰ অঞ্চলত এটা পৰিয়ালে ডাইনী সন্দেহত এগৰাকী মহিলাক মাৰপিট কৰি চুলি কাটি প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰায়। ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে, অভিযুক্তই এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ও বনাইছিল। ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল কৰিছে ভুক্তভোগীয়ে। এই গোচৰত ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে অভিযুক্ত ঠিকাদাৰ, তেওঁৰ পত্নী আৰু কন্যাক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি বিহাৰৰ পূৰ্ণিয়া নিবাসী শ্ৰমিক মহিলাগৰাকী গাঁৱৰ ভাড়াঘৰত থাকে। মহিলাগৰাকীৰ ঘৰৰ সমীপতে ঠিকাদাৰ হিচাপে কাম কৰা নানুভা নামৰ লোকগৰাকী পৰিয়ালৰ সৈতে একেটা চুবুৰীতে বাস কৰে। সেই ঠিকাদাৰ জনৰে কন্যা বহু দিন ধৰি অসুস্থ হৈ আছিল। যাৰ বাবে ঠিকাদাৰ আৰু তেওঁৰ পত্নীয়ে চুবুৰীটোত বসবাস কৰা মহিলাগৰাকীয়ে ডাইনী চৰ্চা কৰা বুলি সন্দেহ কৰে।

এই সন্দেহত ঠিকাদাৰৰ পৰিয়ালে মাৰপিট কৰা বুলি আৰক্ষীক জনায়। পৰিয়ালৰ লোকে মহিলাগৰাকীক ঘৰত আবদ্ধ কৰি বেয়াকৈ প্ৰহাৰ কৰে। চুলি কাটি জোৰকৈ প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰাই। এই সময়ছোৱাত অভিযুক্তই এই ঘটনাৰ ভিডিঅ’ও বনাই ৰাখে। ইয়াৰ পিছত কেনেবাকৈ মহিলাগৰাকীয়ে অভিযুক্তৰ কবলৰ পৰা মুক্ত হৈ আৰক্ষীৰ কাষ চাপে।

সুৰজপুৰ কোতৱালিৰ ভাৰপ্ৰাপ্ত আৰক্ষীয়ে কয় যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত ঠিকাদাৰ নানুভা, তেওঁৰ পত্নী পিংকি আৰু কন্যা প্ৰীতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। কেৱল এয়াই নহয় আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delhi Caseindianew delhiwitchcraft
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?
জীৱনশৈলী

May 14, 2026
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
জীৱনশৈলী

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

May 14, 2026
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?
জীৱনশৈলী

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

May 14, 2026
Next Post
হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে এক সুখবৰ! ফোন কৰাৰ বাবে আটাইতকৈ সুবিধাজনক বৈশিষ্ট্য আহি পৰিছে

বুধাদিত্য ৰাজযোগ, ২৯ জুনলৈ ভাগ্য সুপ্ৰসন্ন থাকিব ৩ ৰাশিৰ লোকৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন