• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুজৰাটত তিনিকোণীয়া ভোটযুদ্ধ! প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮৯ খন আসনত আৰম্ভ হৈছে মোদীৰ পৰীক্ষা…

গুজৰাটত তিনিকোণীয়া ভোটযুদ্ধ! প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮৯ খন আসনত আৰম্ভ হৈছে মোদীৰ পৰীক্ষা…

4 years ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

55 minutes ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

2 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

3 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

3 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

5 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

5 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

7 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

21 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

21 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

22 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গুজৰাটত তিনিকোণীয়া ভোটযুদ্ধ! প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮৯ খন আসনত আৰম্ভ হৈছে মোদীৰ পৰীক্ষা…

editor by editor
December 1, 2022
in ভাৰত, ৰাজনীতি
0
গুজৰাটত তিনিকোণীয়া ভোটযুদ্ধ! প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮৯ খন আসনত আৰম্ভ হৈছে মোদীৰ পৰীক্ষা…
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মোদীৰ ৰাজ্যত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। গুজৰাটৰ মুঠ ১৮২ টা বিধানসভা সমষ্টিৰ ভিতৰত ১৯ খন জিলাৰ ৮৯ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত ইভিএমত বন্দী হ’ব ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য। গুজৰাটৰ মুখ্য নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা ১৪,৩৮২ টা কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হৈছে। সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। মোদী-শ্বাহৰ ৰাজ্যৰ ৪ কোট ৯১ হাজাৰ ভোটাৰৰ মাজত প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিব ২ কোটি ৩৯ লাখ ভোটাৰে।

আনহাতে দ্বিতীয় পৰ্যায়ত উত্তৰ আৰু মধ্য গুজৰাটত ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ হ’ব আগন্তুক সোমবাৰে। প্রথম পৰ্যায়ত উল্লেখযোগ্য প্ৰাৰ্থীসমূহৰ মাজত আছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা(জামনগৰ-উত্তৰ, বিজেপি), প্ৰাক্তন বিৰোধী দলনেতা পৰেশ ধনানী(অমৰেলী, কংগ্ৰেছ) ইপিনে আম আদমি পাৰ্টীয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা জনপ্ৰিয় টেলিভিচন এংকৰ ইছুদান গড়বীয়ে (খম্বালিয়া) সমষ্টিৰ পৰা প্ৰথম পৰ্যায়তে প্ৰতিদ্বন্দিতা কৰিছে।

উল্লেখ্য যে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৮৯ খন আসনৰ মাজত ৪৮ খন আসন বিজেপিৰ দখললৈ গৈছিল। কংগ্ৰেছে লাভ কৰিছিল ৪০ খন আসন। পৰবৰ্তীসময়ত বহুকেইজন কংগ্ৰেছী বিধায়কে আকৌ বিজেপিত যোগদান কৰিছিল। কিন্তু এইবাৰ যুদ্ধ ত্ৰিমুখী। কংগ্ৰেছ বিজেপিৰ সমান্তৰালভাৱে যুদ্ধত নামি পৰিছে অৰবিন্দ কেজৰীৱালৰ দল আপো। সম্প্ৰতি চুৰাটসহ কেইবাখনো চহৰত কংগ্ৰেছৰ পৰিবৰ্তে দ্বিতীয়স্থানত আছে আপ। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰে পৰা নিৰৱচ্ছিন্নভাৱে অৰবিন্দ কেজৰিৱালে গুজৰাটত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত গুজৰাটত ৯৯খন আসন লাভ কৰি পঞ্চমবাৰৰ বাবে গুজৰাটত ক্ষমতা দখল কৰিছিল বিজেপি দলে। কিন্তু ১৯৯০ চনৰ পাছত এই ভোটযুদ্ধতেই বিজেপিয়ে আটাইতকৈ কম আসন লাভ কৰিছিল। আনহাতে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনতেই অভিলেখ সৃষ্টি কৰি কংগ্ৰেছে লাভ কৰিছিল ৭৭ খন আসন। নিৰ্দলীয়ই লাভ কৰিছিল ৬খন আসন। কিন্তু এইবাৰ কি হ’ব? আপলৈ বহুতৰে চকু আছে যদিও ষষ্ঠবাৰৰ বাবে বিজেপিয়েই গুজৰাট দখল কৰিবই বুলি দাবী কৰিছে মোদী-শ্বাহৰ লগতে দেশৰ সমূহ গেৰুৱা শিবিৰেও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
Next Post
সচেতন মহলে কৈছে, এয়া পুতৌজনক! প্ৰসুতিৰ মৃত্যুৰে প্ৰথমস্থানত অসম…

সচেতন মহলে কৈছে, এয়া পুতৌজনক! প্ৰসুতিৰ মৃত্যুৰে প্ৰথমস্থানত অসম...

এটা চুমাৰ বাবেই নৱবিবাহিতা পালেগৈ আৰক্ষীথানা, তাৰপাছত?

এটা চুমাৰ বাবেই নৱবিবাহিতা পালেগৈ আৰক্ষীথানা, তাৰপাছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.