• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা চুমাৰ বাবেই নৱবিবাহিতা পালেগৈ আৰক্ষীথানা, তাৰপাছত?

এটা চুমাৰ বাবেই নৱবিবাহিতা পালেগৈ আৰক্ষীথানা, তাৰপাছত?

4 years ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

9 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

46 minutes ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

2 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

3 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

4 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

5 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এটা চুমাৰ বাবেই নৱবিবাহিতা পালেগৈ আৰক্ষীথানা, তাৰপাছত?

editor by editor
December 1, 2022
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
এটা চুমাৰ বাবেই নৱবিবাহিতা পালেগৈ আৰক্ষীথানা, তাৰপাছত?
0
SHARES
16.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিয়াৰ মণ্ডপ এৰি পালেগৈ থানা। দৰাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈয়ে থানা পালেগৈ কন্যা। এনেকুৱা কি ঘটনা ঘটিল যে, থানা পালেগৈ কন্যাগৰাকী? ঘটনাৰ স্থান উত্তৰ প্ৰদেশ। ২৬ নৱেম্বৰত বিবাহ হোৱাৰ পাছতেই ২৮ নৱেম্বৰত ৰিচিপশ্ব্যনৰ ব্যৱস্থাও কৰা হৈছিল। সজাই তোলা হৈছিল মঞ্চ। অনুষ্ঠানটোত প্ৰায় ৩০০ জন অতিথি উপস্থিত আছিল। সাজি-কাছি দৰাসহিতে কন্যাও সেই অনুষ্ঠানত উপস্থিত হৈছিল। তাৰপাছতেই হঠাতেই অঘটন। নৱবধুৰ ওঁঠত দৰাই হঠাতেই আঁকি দিলে চুমা। কিন্তু এই চুমাই মাতি আনিলে দৰাৰ জীৱনলৈ অন্ধকাৰ। কন্যাই স্বামীৰ এনে কাৰ্যত অতিষ্ঠ হৈ লগে লগেই ৰিচিপশ্ব্যনৰ পৰা ওলায় মাতৃগৃহলৈ যাত্ৰা কৰে। পৰিয়ালৰ অন্য সদস্যই বুজনি দিছিল যদিও কোনো কাৰণতে এই কাৰ্য মানি নহয় কন্যাই। অৱশেষত মাতৃগৃহলৈ যোৱাতেই শান্ত নাথাকি থানা পালেগৈ নৱবিৱাহিতা।

আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ থকা অনুযায়ী, নৱবিবাহিতাই আৰক্ষীৰ আগত কৈছে, ‘মই আৰু কোনো কাৰণতে এনে স্বামীৰ সৈতে থাকিব নিবিচাৰো। মই মোৰ স্বামীৰ আচৰণ মুঠেও ভালপোৱা নাই। ৩০০ লোকৰ সন্মুখত এনেকুৱা কাম কৰিবলৈ যদি লাজ কৰা নাই তাৰমানে এয়াই প্ৰমাণ কৰে যে তেওঁৰ চৰিত্ৰ মুঠেও ভাল নহয়। তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে মই সেই আশাই কৰিছো।’

উল্লেখ্য যে, বিষয়টোক লৈ দৰাই কয় যে, মই মোৰ পত্নীকহে চুমা আঁকি দিছিলো। মোৰ সৈতে তেওঁৰ এটা চেলেঞ্জ আছিল যে, মই যদি সকলোৰে সন্মুখত চুমা খাব পাৰো তেন্তে তেওঁ মোৰ ১৫০০ টকা দিব। আৰু মই যদি এই কাম কৰিব নোৱাৰো তেন্তে মই তেওঁক ৩০০০ টকা দিব লাগিব। আৰক্ষীয়ে সেই বিষয়টোক লৈ পুনৰ নৱবিবাহিতাক প্ৰশ্ন কৰাত তেওঁ যে এয়া সম্পূৰ্ণ মিছা কথা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
Next Post
বন্ধ হ’ল ২৩ কোটি ভাৰতীয়ৰ WhatsApp-একাউণ্ট, আপুনিও আছে নেকি লিষ্টত, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

বন্ধ হ’ল ২৩ কোটি ভাৰতীয়ৰ WhatsApp-একাউণ্ট, আপুনিও আছে নেকি লিষ্টত, সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

নিমন্ত্ৰণ নথকাকৈ কোনো বিয়াত প্ৰৱেশ নকৰিব, অন্যাথা এই শাস্তিৰ সন্মুখীন হ’ব পাৰে আপুনিও…

নিমন্ত্ৰণ নথকাকৈ কোনো বিয়াত প্ৰৱেশ নকৰিব, অন্যাথা এই শাস্তিৰ সন্মুখীন হ’ব পাৰে আপুনিও...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.