• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক

গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক

4 years ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

16 minutes ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

52 minutes ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

2 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

2 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

3 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

12 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

12 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

13 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

14 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

14 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

15 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক

editor by editor
November 18, 2022
in ভাৰত, ৰাজনীতি
0
গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক
0
SHARES
558
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক্রমাৎ আকৰ্ষণীয় হৈ উঠিছে গুজৰাটৰ নিৰ্বাচন৷ ৫ আৰু ৮ ডিচেম্বৰত দুটা পৰ্যায়ত হ’বলগীয়া এই নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীৰ প্রৱেশৰ লগে লগে হাইভল্টেজ যুদ্ধলৈ পৰিণত হৈছে গুজৰাটৰ নিৰ্বাচন৷ দীৰ্ঘদিন ধৰি ৰাজ্যখনত শাসন চলি আহিছে ভাৰতীয় জনতা পাৰ্টীৰ৷ প্রতিষ্ঠান-অধিষ্ঠান বিৰোধী ঢৌৰ সুযোগৰ অপেক্ষাত কংগ্রেছ আৰু আম আদমী পাৰ্টী৷

ভাৰতৰ প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিজা ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ বিপৰ্যয় হ’লেই ’২৪ৰ লোকসভাত প্রত্যক্ষভাৱে প্রভাৱ পৰিব গুজৰাট বিধানসভাৰ ফলাফলৰ৷ সেয়ে এই নিৰ্বাচন ছেমি ফাইনেল হৈ থকা নাই৷ ফাইনেলৰ পেজটিছ ইছ্যু হৈ উঠিছে মোদী আৰু অমিত শ্বাহৰ বাবে৷ কিন্তু কংগ্রেছ অথবা আপক ভেটিবলৈ মোদী-অমিত শ্বাহৰ যেন গুজৰাটত প্রয়োজন নাই৷ পাতিদাৰ আন্দোলনেৰে লাইম লাইটলৈ অহা হাৰ্দিক পেটেলেই এতিয়া অকলেই থানবান তুলি দিব পাৰে বিৰোধীক৷

কংগ্রেছৰ পৰা বিজেপিলৈ অহাৰ পাছৰে পৰা যুৱ নেতাজনে দুৰন্ত গতিত কাম কৰি গৈছে ভাৰতীয় জনতা পাৰ্টীৰ বাবে৷ পেটেল সম্প্রদায়ৰ শক্তিশালী যুৱ নেতা হাৰ্দিকে পোনপটীয়াভাৱে কংগ্রেছ আৰু আপক গুজৰাটৰ সভ্যতা, সংস্কৃতিৰ শত্ৰু বুলি অভিহিত কৰিছে৷ কংগ্রেছে পদে পদে গুজৰাটী লোকৰ বিৰোধিতা কৰাৰ বাবে হাৰ্দিকে কংগ্রেছ ত্যাগ কৰা বুলি মন্তব্য কৰে৷ ইফালে বিৰোধীয়ে নিৰ্বাচনত বিজুলী ফ্ৰী দিয়াৰ যি প্রতিশ্রুতি দিছে, তাকো কটাক্ষ কৰে হাৰ্দিকে৷

প্রতিঘৰতে সৌৰ পেনেল থকাৰ পাছত বিজুলী ফ্রীৰ প্রতিশ্রুতি হাস্যকৰ৷ ৭ কোটি গুজৰাটীয়ে না আপক পছন্দ কৰে, না কংগ্রেছক পছন্দ কৰে৷ এনেদৰে গুজৰাটৰ নিৰ্বাচনত এসময়ৰ ৰাহুল গান্ধীৰ গুজৰাটত লেফটেণ্ট স্বৰূপে কাম কৰা হাৰ্দিকে এতিয়া ৰাহুল আৰু কেজৰিৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ হৈ বজাইছে ৰণডংকা৷ উল্লেখ্য যে এইবাৰ নিৰ্বাচনত বিড়মগ্রামৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে হাৰ্দিকে পেটেলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা
জীৱনশৈলী

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

May 19, 2026
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?
জীৱনশৈলী

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

May 19, 2026
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা
অপৰাধ

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

May 19, 2026
Next Post
এই ৬ গৰাকী ক্ৰিকেটাৰে কেতিয়াও খেলপথাৰত কৰা নাই বিবাদ

এই ৬ গৰাকী ক্ৰিকেটাৰে কেতিয়াও খেলপথাৰত কৰা নাই বিবাদ

প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ…

প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.