• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুণসিন্ধু হাজৰিকাৰ দেহাৱসান মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ প্ৰবীণ চলচ্চিত্ৰ পৰিচালকগৰাকীৰ

গুণসিন্ধু হাজৰিকাৰ দেহাৱসান মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ প্ৰবীণ চলচ্চিত্ৰ পৰিচালকগৰাকীৰ

3 years ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

1 hour ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

1 hour ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

2 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

3 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

4 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

5 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

6 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

14 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

14 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

15 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

15 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুণসিন্ধু হাজৰিকাৰ দেহাৱসান মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ প্ৰবীণ চলচ্চিত্ৰ পৰিচালকগৰাকীৰ

editor by editor
January 29, 2023
in অসম, জীৱনশৈলী
0
গুণসিন্ধু হাজৰিকাৰ দেহাৱসান মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ প্ৰবীণ চলচ্চিত্ৰ পৰিচালকগৰাকীৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমীয়া ছবিৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ জন্ম ১৯৩০ চনত নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁৱত। অৰ্পনা মিশ্ৰ হাজৰিকাৰ পত্নী। তেওঁলোকৰ কোনো সতি-সন্ততি নাছিল। ২০০১ চনত কামৰূপ জিলাৰ উপায়ুক্তই আৰ্থিক দুৰ্যোগত ভোগা হাজৰিকাক উপায়ুক্ত কাৰ্যালয় চৌহদত এটা পিচিঅ’ স্থাপন কৰিবলৈ বিশেষ অনুমতি প্ৰদান কৰিছিল। এই ব্যৱয়াসৰ পৰা হোৱা আয় সামান্য আছিল যদিও কিবাকৈ চলি থাকিব পৰা হৈছিল। ২০০৯ চনত অসমত এলানি ধাৰাবাহিক বোমা বিস্ফাৰণ সংঘটিত হৈছিল। বিস্ফোৰণৰ পাছত কৰ্তৃপক্ষই সুৰক্ষাজনিত কাৰণত পিচিঅ’টো উঠাই দিছিল। একমাত্ৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে চলিবলগীয়া হোৱা হাজৰিকাই চৰম দাৰিদ্ৰৰ সন্মুখীন হৈছিল।

১৯৬০ৰ দশকত মুম্বাইত ৰাজ কাপুৰৰ এখন ছবিৰ স্পটবয়ৰ কামেৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলাইছিল। তেওঁ সন্ধ্যাৰাগ (১৯৭৭), অনিৰ্বাণ (১৯৮১), মণিৰাম দেৱান (১৯৬৪), ললিতা, আদালত, মৰমী, তৰামাই, নয়নমণি আদি বহুটো ছবিৰ পৰিচালনা সহকাৰী আছিল। নয়নমণি ছবিৰ কাম কৰি থাকোঁতেই এক দুৰ্ঘটনাত পতিত হৈ তেওঁ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱায়। স্বাধীনভাবে পৰিচালনা কৰা তেওঁৰ একমাত্ৰ অসমীয়া ছবিখন হ’ল অবুজ বেদনা (১৯৯৩)।

শিশুছবি অবুজ বেদনাক হিন্দীত ডাব কৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত দেখুৱাওৱা হৈছিল।ইন্দ্ৰমালতী। আৰু এখন ছবি তেওঁ স্বাধীনভাবে পৰিচালনা কৰিছিল। সেইখন হ’ল ভোজপুৰী ভাষাৰ ছবি গোৰী। তদুপৰি তেওঁ দুখন বলীউডী ছবি- য়ে কানুন ৰং লায়েগী আৰু জব য়াদ কিসিকী আতি হ্যায়ৰ পৰিচালনাৰ সৈতে জড়িত আছিল।কামপুৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰোহনে কপিলী বঁটা-২০১৮ৰে তেওঁক সন্মানিত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
Next Post
ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীক উদ্দেশ্যি আৰক্ষী বিষয়াৰ গুলী… দুটাকৈ গুলীয়ে ভেদি গৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বুকু

ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীক উদ্দেশ্যি আৰক্ষী বিষয়াৰ গুলী... দুটাকৈ গুলীয়ে ভেদি গৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বুকু

মাতৃহাৰা হ’ল ৰাখী ছাৱন্ত… হিয়াধাকুৰিয়াই কান্দি সংবাদ মাধ্যমৰ আগত ৰাখীয়ে দিলে মাতৃ বিয়োগৰ খবৰ

মাতৃহাৰা হ’ল ৰাখী ছাৱন্ত... হিয়াধাকুৰিয়াই কান্দি সংবাদ মাধ্যমৰ আগত ৰাখীয়ে দিলে মাতৃ বিয়োগৰ খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.