• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গাপুজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, দেৱীৰ আশীৰ্বাদত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিয়ে

দুৰ্গাপুজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, দেৱীৰ আশীৰ্বাদত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিয়ে

2 years ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

31 minutes ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

1 hour ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

12 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

13 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

13 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

13 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

14 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

15 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

16 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

16 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

17 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুৰ্গাপুজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, দেৱীৰ আশীৰ্বাদত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিয়ে

দুৰ্গাপুজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, দেৱীৰ আশীৰ্বাদত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিয়ে

editor by editor
October 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দুৰ্গাপুজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, দেৱীৰ আশীৰ্বাদত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিয়ে
0
SHARES
19.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৯ অক্টোবৰত পালিত হ’ব মহাষষ্ঠী৷ দেৱী বোধনৰ মাজেৰে এইকেইদিন চলিব দেৱী দুৰ্গাৰ আৰাধনা৷ অৰ্থাৎ ৯ অক্টোবৰৰ পুৱা ১০ বাজি ১ মিনিটত বৃষ ৰাশিত বক্ৰী চলনত যাব বৃহস্পতি৷ আগন্তুক বছৰ ৪ফেব্ৰুৱাৰী পৰ্যন্ত বৃষ ৰাশিত বক্ৰীদশাত থাকিব গুৰু গ্ৰহ বৃহস্পতি৷ জ্যোতিষ গণনাই কৈছে যে বৃহস্পতিৰ বিপৰীতমুখী চলন আৰম্ভ হ’লে মা দুৰ্গাৰ কৃপাত সৌভাগ্য সোনৰ দৰে চমকিব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক বক্ৰী বৃহস্পতিৰ প্ৰভাৱত মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব কোন কোন ৰাশিৰ জাতকে৷

বৃষ ৰাশি

বৃহস্পতি বক্ৰী হ’লে প্ৰচুৰ লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ এই সময়ত নানান দিশৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব আপুনি৷ নিজৰ বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ মনত আনন্দ থাকিব৷ আয় বাঢ়িব আৰু কাৰ্যালয়ত প্ৰমোছনো পাব পাৰে৷ ব্যৱসায়ীসকল আৰ্থিকভাৱে লাভৱান হ’ব৷ বৃষ ৰাশিৰ জাতকৰ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷

মিথুন ৰাশি

বৃহস্পতিৰ বক্ৰী চলনত পুজাৰ মাজতেই সৌভাগ্য লাভ কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱনত সুখ ভৰপুৰ হৈ থাকিব৷ চাকৰি পৰিবৰ্তন কৰাৰ কথা ভাৱিলে সেয়াও সম্ভৱ হৈ উঠিব৷ চাকৰিত পদোন্নতি কৰিব পাৰে৷ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত কোনো বৃহৎ চুক্তি স্বাক্ষৰ কৰিব পাৰে মিথুন ৰাশিৰ জাতকে৷ প্ৰেমৰ দিশৰ পৰা এই সময় লাভজনক হ’ব৷

কৰ্কট ৰাশি

বৃহস্পতি বক্ৰী হ’লে মা দুৰ্গাৰ আশীৰ্বাদত সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি সকলো কামতে ভাগ্যক নিজৰ কাষত পাব৷ সৌভাগ্য আৰু সমৃদ্ধি বৃদ্ধি পাব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ সকলো কামত পৰিয়ালৰ সদস্যসকলে আপোনাক সহায় কৰিব৷ ৰৈ থকা সকলো কাম এই সময়ত সম্পূৰ্ণ কৰিব পাৰিব৷ নতুন পৰিকল্পনাৰে কাম কৰিব৷

ধনু ৰাশি

আগন্তুক ৯ অক্টোবৰত বৃহস্পতিৰ বক্ৰী হ’লে হঠাৎ সৌভাগ্যৰ দুৱাৰ খুলিব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত নতুন সম্পত্তি ক্ৰয় কৰিব পাৰিব৷ নতুন বাহন ক্ৰয়ৰ যোগ আছে৷ বিবাহৰ কথাও পাক্কা হ’ব পাৰে ধনু ৰাশিৰ জাতকৰ৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব পাৰিব৷ জীৱনসংগীৰ সৈতে খুব ভাল সময় কটাব পাৰে আপুনি৷ জীৱনত সুখ ভৰপুৰ হৈ থাকিব৷

মীন ৰাশি

বৃহস্পতিৰ বিপৰীত চলনত থাকোতে তাৰ শুভ প্ৰভাৱ পৰিব মীন ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি নিজৰ উপাৰ্জন বহু পৰিমানে বৃদ্ধি কৰিব পাৰিব৷ ফলত আৰ্থিক অৱস্থা শক্তিশালী হ’ব মীন ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত আপুনি কিছু নতুন চেলেঞ্জ ল’ব যিয়ে আপোনাক উন্নতিৰ দিশত আৰু বেছিকৈ আগুৱাই নিব৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব মীন ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী
বাণিজ্য

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

June 21, 2026
Next Post
এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিনক EDৰ তলব

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিনক EDৰ তলব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.