• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিনক EDৰ তলব

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিনক EDৰ তলব

2 years ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

25 minutes ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

37 minutes ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

1 hour ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

2 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

2 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

5 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

8 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

8 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিনক EDৰ তলব

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিনক EDৰ তলব

editor by editor
October 3, 2024
in অপৰাধ, ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিনক EDৰ তলব
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনলৈ চমন পঠিয়ালে ইডিয়ে৷ হায়দৰাবাদ ক্ৰিকেট এছোচিয়েছনৰ সৈতে সম্পৰ্কযুক্ত এক আৰ্থিক দুৰ্নীতিৰ গোচৰত তলব কৰা হৈছে তেওঁক৷ নিজৰ বিৰুদ্ধে উঠা সমস্ত অভিযোগ তেওঁ অস্বীকাৰ কৰিছে৷ ২০১৯ চনৰ হায়দৰাবাদ ক্ৰিকেট এছোচিয়েছনৰ প্ৰেছিডেণ্ট পদৰ দায়িত্বত আছে মহম্মদ আজহাৰউদ্দিন৷

২০১৯ চনত হায়দৰাবাদ ক্ৰিকেট এছোচিয়েছনৰ প্ৰেচিডেণ্ট পদৰ দায়িত্ব পায় মহম্মদ আজহাৰউদ্দিনে৷ অভিযোগ অনুসৰি সেই সময়ত সংস্থাৰ ধনত দুৰ্নীতি হৈছিল৷ প্ৰায় ২০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উঠিছিল ভাৰতীয় ক্ৰিকেট টিমৰ প্ৰাক্তন কেপ্টেইনৰ বিৰুদ্ধে৷ হায়দৰাবাদৰ উপ্পলৰ ৰাজীৱ গান্ধী ক্ৰিকেট ষ্টেডিয়ামত ডিজেল জেনাৰেটৰ, অগ্নিনিৰ্বাপণ যন্ত্ৰ আদি ক্ৰয়ৰ বাবে ধন মুকলাই দিয়া হৈছিল তাতেই হৈছিল কেলেংকাৰী৷ আজহাৰউদ্দিনক সেই গোচৰতেই প্ৰথমবাৰ তলব কৰিছে ইডিয়ে৷

মহম্মদ আজহাৰউদ্দিন পূৰ্বেও একাধিক বিতৰ্কত সোমাই পৰিছিল৷ ১৯৮৯ চনত ভাৰতীয় ক্ৰিকেট টিমৰ কেপ্টেইন হয় তেওঁ৷ ৪৭টা টেষ্ট মেচ আৰু ১৭৮খন ৱান ডে ইণ্টাৰনেশ্ব্যনেলত তেওঁ ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিছিল৷ তেওঁ কেপ্টেইন হৈ থকাৰ সময়ত ১৪খন মেচ আৰু ৯০খন ৱান ডে ইণ্টাৰনেশ্ব্যনেলত জয়ী হৈছিল ভাৰতীয় টিম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ
জীৱনশৈলী

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

October 3, 2026
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?
জীৱনশৈলী

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

October 3, 2026
Next Post
থমকি যাওক সময়… দীৰ্ঘবিৰতিৰ অন্তত নিজ কন্যাক লগ পাই মহম্মদ ছামীৰ আবেগিক প’ষ্ট

থমকি যাওক সময়... দীৰ্ঘবিৰতিৰ অন্তত নিজ কন্যাক লগ পাই মহম্মদ ছামীৰ আবেগিক প’ষ্ট

নামাজৰ সময়ত দুৰ্গাৰ বন্দনা হ’ব নোৱাৰিব- ইউনুছ চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ বিৰুদ্ধে থিয় দিছে বাংলাদেশ

নামাজৰ সময়ত দুৰ্গাৰ বন্দনা হ'ব নোৱাৰিব- ইউনুছ চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ বিৰুদ্ধে থিয় দিছে বাংলাদেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.