লীজত গ’ল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। গুজৰাটী ব্যৱসায়ী আদানিৰ পকেটত বিমানবন্দৰটো। বিমানবন্দৰটো চমজি লোৱাৰ বাবে আদানি গ্ৰুপৰ দল।