• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

3 months ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

6 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

7 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

7 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

8 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

9 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

10 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

10 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

11 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

11 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

12 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

13 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

বৰঝাৰ বিমানবন্দৰত যাত্ৰীক উদ্দেশ্যি আৰম্ভ হ'ল অসমীয়া ভাষাত ঘোষণা

editor by editor
July 5, 2026
in অসম, বিবিধ, লেখা
0
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমবাসীৰ বাবে সুখবৰ। গুৱাহাটীৰ বৰঝাৰত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত এতিয়া যাত্ৰীসকলৰ সুবিধাৰ বাবে অসমীয়া ভাষাতো ৰাজহুৱা ঘোষণা কৰাৰ কথা আৰম্ভ কৰিছে।

ইয়াৰ পূৰ্বে নতুন টাৰ্মিনেলত কেৱল ইংৰাজী আৰু হিন্দী ভাষাত ঘোষণা কৰা হৈছিল। এই বিষয়টোক লৈ ৰাজ্যৰ বিভিন্ন মহলত আপত্তি কৰিছিল। গুৱাহাটী বিমান বন্দৰত ঘোষণাসমূহ অসমীয়া ভাষাতো কৰাৰ আহ্বান জনাইছিল অৱসৰ প্ৰাপ্ত IPS বিষয়া কুলধৰ শইকীয়াসহ ৩ আমোলায়। তেওঁলোকে পত্ৰ লিখিলে বিমান বন্দৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল। তেওঁলোকে কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰেৰণ কৰি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ নীতি অনুসৰি স্থানীয় ভাষা অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছিল।

তাৰ পিছতেই বিমানবন্দৰ কৰ্তৃপক্ষই অসমীয়া ভাষাৰ ঘোষণাৰ ব্যৱস্থা আৰম্ভ কৰে। জানিব পৰা মতে, স্বয়ংক্ৰিয় ঘোষণা ব্যৱস্থাত অসমীয়া শব্দৰ উচ্চাৰণ শুদ্ধভাৱে উপস্থাপন কৰিবলৈ বিশেষভাৱে পৰীক্ষা আৰু সংশোধনৰ ব্যৱস্থা কৰা হৈছিল।

অসমীয়া ভাষাত ঘোষণা আৰম্ভ হোৱাত স্থানীয় যাত্ৰীসকলৰ লগতে অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ এক ইতিবাচক পদক্ষেপ হিচাপে ইয়াক আদৰণি জনোৱা হৈছে। বিশেষকৈ জৰুৰীকালীন পৰিস্থিতিত স্থানীয় ভাষাত স্পষ্ট নিৰ্দেশনা লাভ কৰিলে যাত্ৰীসকলৰ বাবে যোগাযোগ অধিক সহজ আৰু ফলপ্ৰসূ হ’ব বুলি ধৰা হৈছে।

বিমানবন্দৰৰ নতুন টাৰ্মিনেলত অসমীয়া, হিন্দী আৰু ইংৰাজী—এই তিনিটা ভাষাতে ঘোষণা হোৱাত এতিয়া ৰাজ্যৰ নিজা ভাষাকো সম-মৰ্যাদা প্ৰদান কৰা হৈছে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
Next Post
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ'ব পাৰে সৰ্বনাশ!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.