মহানগৰীত অতীত হ’ব ডিজেল-পেট্ৰ’ল চালিত বাছ। ডিজেল-পেট্ৰ’ল চালিত বাছৰ ঠাই ল’ব CNG বাছে। সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।