• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ জলবিস্ফোৰণ, ৫ জানুৱাৰীলৈ গুৱাহাটী বাসীয়ে লাভ নকৰে পানী, চকুৰ প্ৰচাৰতে ধ্বংস ঘৰ-দোকান

1 year ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

38 minutes ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

1 hour ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

2 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

3 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

11 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

12 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

13 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

14 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

15 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

16 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুনৰ জলবিস্ফোৰণ, ৫ জানুৱাৰীলৈ গুৱাহাটী বাসীয়ে লাভ নকৰে পানী, চকুৰ প্ৰচাৰতে ধ্বংস ঘৰ-দোকান

editor by editor
January 2, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী
0
পুনৰ জলবিস্ফোৰণ, ৫ জানুৱাৰীলৈ গুৱাহাটী বাসীয়ে লাভ নকৰে পানী, চকুৰ প্ৰচাৰতে ধ্বংস ঘৰ-দোকান
0
SHARES
751
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ জলবিস্ফোৰণ, ৫ জানুৱাৰীলৈ গুৱাহাটী বাসীয়ে লাভ নকৰে পানী, চকুৰ প্ৰচাৰতে ধ্বংস ঘৰ-দোকান

নতুন বছৰৰ আজি দ্বিতীয়টো দিনতে পুৱাই গুৱাহাটী বাসীলৈ আহে এক বেয়া খবৰ। অহা ৩ দিনলৈ গুৱাহাটীবাসীয়ে লাভ নকৰে পানী।

৫ জানুৱাৰীলৈকে গুৱাহাটীৰ বহু কেইটা অঞ্চলত পানী যোগান বন্ধ ৰাখিব জল বৰ্ডে। অমিয় নগৰ, লিচু বাগান, চানমাৰী, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপ নগৰ আৰু বৰা ছাৰ্ভিছলৈ পানী যোগান বন্ধ।

খাৰঘূলিত হোৱা জল বিস্ফোৰণৰ পাছতে এই সিদ্ধান্ত জল বৰ্ডৰ। ‘জাইকা’ৰ প্ৰকল্প সঞ্চালক পল্লৱ গোপাল ঝাৰ ঘটনাস্থলী প্ৰত্যক্ষ কৰি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

উল্লেখ্যে যে, খাৰঘূলিৰ নামঘৰ চকত পুৱাই পাইপ ফুটি সৃষ্টি হৈছিল হাঁহাকাৰ পৰিস্থিতিৰ। ধ্বংসস্তুপত পৰিণত হৈছিল বহুকেইটা বাসগৃহ। ২০ৰ পৰা ৩০ফুটঁ ওপৰলৈ উঠিছিল পানী।

জলবিস্ফোৰণত ৫খনকৈ দোকানো ক্ষতিগ্ৰস্ত হৈছে। সম্প্ৰতি বন্ধ উজান বজাৰ-খাৰঘূলিৰ যাতায়াত ব্যৱস্থা। উজান বজাৰ-খাৰঘূলি পথত একাঁঠুলৈকে উঠিছে পানী।

জাইকাৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত এই ভয়াৱহ ঘটনা। ঘটনাৰ পিছতে অঞ্চলটোত বিচ্ছিন্ন কৰা হৈছে বিদ্যুৎ সংযোগ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamguwahatikharghuliPipe Blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Next Post
শুভমন গিলকে ধৰি টিম ইণ্ডিয়াৰ ৪ ক্ৰিকেটাৰ বিপদত, হ’ব পাৰে গ্ৰেপ্তাৰ

বিশ্বৰ দৰবাৰত দেশৰ নাম উজ্বলোৱা ৪ গৰাকীলৈ ২০২৪ চনৰ খেল ৰত্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন