• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ

IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ

1 year ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

21 minutes ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

1 hour ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

3 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

3 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

4 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

14 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

14 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

14 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

15 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

15 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ

editor by editor
February 14, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ

ৰাজ্যৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ। এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এল খেল। দুখনকৈ খেল অনুষ্ঠিত হ’ব গুৱাহাটীৰ ষ্টেডিয়ামত।

ৰাজস্থান ৰয়েলছৰ দ্বিতীয় ঘৰ হিচাপে নাম থকা গুৱাহাটীত এইবাৰো দুখন খেল খেলিব দলটোৱে। সেই দলতেই আছে অসমৰ ৰিয়ান পৰাগ।

পাছে ৰাজস্থান ৰয়েলছৰ সৈতে অসমলৈ আহিব কোন দল! সেই বিষয়ে সদৰি হোৱা অনুসৰি, এইবাৰ ৰাজস্থান দলৰ সৈতে অসমলৈ আহিব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনী। অৰ্থাৎ এইবাৰ ৰাজস্থানে দুখন খেল খেলিব চেন্নাই ছুপাৰ কিংগছ আৰু কলকাতা নাইট ৰাইডাৰ্চৰ সৈতে।

২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব এই দুখন হাইভল্টেজ মেচ। ২৬ মাৰ্চত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছjৰ সৈতে , আনহাতে  ৩০ মাৰ্চত চেন্নাই ছুপাৰকিংছৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ।

KKRকলৈ অসমলৈ আহি আছে বলীউদৰ বাদশ্বাহ তথা KKRৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান আনহাতে চেন্নাই ছুপাৰ কিংছকলৈ আহিব মহেন্দ্ৰ সিং ধোনী।

উল্লেখ্য যে, এইবাৰ মাৰ্চৰ ২২ তাৰিখৰ পৰা আৰম্ভ হ’ব লগা ১৮ সংখ্যক আই পি এলৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব কলকাতাৰ ইডেন গাৰ্ডেনত । প্ৰথমখন খেলত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্চ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 18th IPLChennai Super KingsiplIPL 2025Kolkata Night RidersRajasthan Royals
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
Next Post
মহাকুম্ভত প্ৰেম- নাগা সাধুৰ সৈতে প্ৰেম ৰাছিয়ানৰ, হিন্দু যুৱকৰ সৈতে দুই মুছলিম পত্নী

মহাকুম্ভত প্ৰেম- নাগা সাধুৰ সৈতে প্ৰেম ৰাছিয়ানৰ, হিন্দু যুৱকৰ সৈতে দুই মুছলিম পত্নী

চেম্পিয়নছ ট্ৰফী- পূৰ্বৰ তুলনাত ৫৩ গুণ বৃদ্ধি এইবাৰৰ পুৰস্কাৰৰ ধন, কিমান টকা পাব বিজয়ী দলে

চেম্পিয়নছ ট্ৰফী- পূৰ্বৰ তুলনাত ৫৩ গুণ বৃদ্ধি এইবাৰৰ পুৰস্কাৰৰ ধন, কিমান টকা পাব বিজয়ী দলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.