• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ

9 months ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 days ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

3 days ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ

editor by editor
February 14, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPL অনুৰাগীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ খেল, শ্বাহৰুখ-ধোনী আহিব অসমলৈ

ৰাজ্যৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ। এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এল খেল। দুখনকৈ খেল অনুষ্ঠিত হ’ব গুৱাহাটীৰ ষ্টেডিয়ামত।

ৰাজস্থান ৰয়েলছৰ দ্বিতীয় ঘৰ হিচাপে নাম থকা গুৱাহাটীত এইবাৰো দুখন খেল খেলিব দলটোৱে। সেই দলতেই আছে অসমৰ ৰিয়ান পৰাগ।

পাছে ৰাজস্থান ৰয়েলছৰ সৈতে অসমলৈ আহিব কোন দল! সেই বিষয়ে সদৰি হোৱা অনুসৰি, এইবাৰ ৰাজস্থান দলৰ সৈতে অসমলৈ আহিব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনী। অৰ্থাৎ এইবাৰ ৰাজস্থানে দুখন খেল খেলিব চেন্নাই ছুপাৰ কিংগছ আৰু কলকাতা নাইট ৰাইডাৰ্চৰ সৈতে।

২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব এই দুখন হাইভল্টেজ মেচ। ২৬ মাৰ্চত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছjৰ সৈতে , আনহাতে  ৩০ মাৰ্চত চেন্নাই ছুপাৰকিংছৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ।

KKRকলৈ অসমলৈ আহি আছে বলীউদৰ বাদশ্বাহ তথা KKRৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান আনহাতে চেন্নাই ছুপাৰ কিংছকলৈ আহিব মহেন্দ্ৰ সিং ধোনী।

উল্লেখ্য যে, এইবাৰ মাৰ্চৰ ২২ তাৰিখৰ পৰা আৰম্ভ হ’ব লগা ১৮ সংখ্যক আই পি এলৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব কলকাতাৰ ইডেন গাৰ্ডেনত । প্ৰথমখন খেলত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্চ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 18th IPLChennai Super KingsiplIPL 2025Kolkata Night RidersRajasthan Royals
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

November 8, 2025
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

November 8, 2025
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

November 8, 2025
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?
জীৱনশৈলী

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

November 8, 2025
Next Post
মহাকুম্ভত প্ৰেম- নাগা সাধুৰ সৈতে প্ৰেম ৰাছিয়ানৰ, হিন্দু যুৱকৰ সৈতে দুই মুছলিম পত্নী

চেম্পিয়নছ ট্ৰফী- পূৰ্বৰ তুলনাত ৫৩ গুণ বৃদ্ধি এইবাৰৰ পুৰস্কাৰৰ ধন, কিমান টকা পাব বিজয়ী দলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন