• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

1 day ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

34 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

1 hour ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

2 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

17 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

19 hours ago
অত্যাধিক পানী সেৱনে বিপদত পেলাব পাৰে আপোনাক, কষ্ট পায় শৰীৰে!

অত্যাধিক পানী সেৱনে বিপদত পেলাব পাৰে আপোনাক, কষ্ট পায় শৰীৰে!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

editor by editor
April 2, 2026
in জীৱনশৈলী
0
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত
0
SHARES
838
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্ম অনুসৰি মঙলবাৰ হৈছে হনুমানৰ দিন৷  তেওঁ হৈছে সংকটমোচন, ভক্তক সকলো বিপদৰ পৰা উদ্ধাৰ কৰে বজৰংবলী৷ হনুমানৰ আৰাধনা কৰিলে তেওঁ আমাৰ মনৰ পৰা সকলো দুঃখ যন্ত্ৰণাৰ অৱসান ঘটে৷ বজৰংবলী যদি প্ৰসন্ন হয় তেতিয়া তেওঁ নানান সংকেত প্ৰেৰণ কৰে৷ তেওঁৰ আশীৰ্বাদ যে আপোনাৰ ওপৰত আছে সেয়া কেনেতৈ নিশ্চিত হ’ব?

হাতৰ পতাত স্পষ্ট মঙ্গল ৰেখা

আমাৰ হাতৰ পতাত থকা বিভিন্ন চিহ্ন আৰু ৰেখা চায়েই কোষ্ঠীত বিভিন্ন গ্ৰহৰ অৱস্থান বোজা যায়৷ আমাৰ ভাগ্যত কি অপেক্ষা কৰিছে সেয়া হাতৰ ৰেখা দেখিয়েই বুজা সম্ভৱ৷  যদি হাতৰ পতাত মঙ্গল ৰেখা স্পষ্টভাৱে বুজা যায়৷ ফলত বজৰংবলীৰ আশীৰ্বাদ আপোনাৰ ওপৰত চিৰকাল থাকিব৷

হৃদযন্ত্ৰ সুস্থ সৱল

যদি আপোনাৰ হাৰ্ট ভালে থাকে তেন্তে বুজিব হনুমানৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে৷ যিয়ে বজৰংবলীৰ কৃপা পায় তেওঁলোকৰ হাৰ্ট সদায়ে ভালে থাকে৷ ইয়াৰোপৰি হনুমানৰ আশীৰ্বাদত চকুৰ দৃষ্টি ভাল হয়, আপোনাৰ শৰীৰৰ ৰক্ত সঞ্চালন ভাল হয়৷ কাৰণ বজৰংবলীৰ কৃপাত কোষ্ঠীত মঙল শক্তিশালী হয় তেন্তে ৰক্ত সঞ্চালন উন্নত হয়৷

সাহসী আৰু ন্যায়বাদী

আপুনি যদি সাহসী আৰু ন্যায়বাদী হয়, তেন্তে নিশ্চিতভাৱে বুজিব যে বজৰংবলীৰ আশীৰ্বাদ অৱশ্যেই আপোনাৰ ওপৰত আছে৷ স্বাভাৱিকভাৱে নিৰ্ভীক আৰু নম্ৰ, সকলোৰে সৈতে ভদ্ৰ ব্যৱহাৰ কৰে৷ তেওঁলোকৰ ওপৰত সকলো সময়ত বজৰংবলীৰ কৃপাদৃষ্টি থাকিব৷

শনির অশুভ প্রভাৱ নাথাকিব

যাৰ ওপৰত বজৰংবলীৰ আশীৰ্বাদ থাকিব, তেওঁলোকৰ ওপৰত শনিৰ অশুভ প্ৰভাৱ নপৰে৷ কাৰণ সকলো বিপদত আপোনাৰ সৈতে থাকে বজৰংবলী৷ তেওঁৰ আশীৰ্বাদ ধৰি ৰাখিবলৈ প্ৰতি মঙলবাৰে হনুমান চালিছা পাঠ কৰক৷

ভায়েক ভনীয়েকৰ সৈতে সু-সম্পৰ্ক

হনুমানৰ কৃপা যাৰ ওপৰত থাকে, ভায়েক-ভনীয়েকৰ সৈতে সকলো সময়তে সু-সম্পৰ্ক বজায় ৰাখে৷ সকলো সময়তে পৰিয়ালৰ লোকৰ সৈতে মধুৰ সম্পৰ্ক বজায় ৰাখক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ
বাণিজ্য

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

April 3, 2026
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?
বিনোদন

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

April 2, 2026
Next Post
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.