• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

3 months ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

23 minutes ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

52 minutes ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

13 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

14 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

15 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

15 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

16 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

16 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

17 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

17 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

18 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

editor by editor
June 3, 2026
in বাণিজ্য
0
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিপদ কেতিয়াও কৈ নাহে৷ হঠাতেই আহে বিপদ৷ আৰু বিপদৰ পৰা উদ্ধাৰ পাবলৈ টকাৰ দৰকাৰ৷ ধনৰ দৰকাৰ হলে আত্মীয়ৰ ওচৰত হাত পতাতকৈ বহুতেই পাৰ্ছনেল লোন লোৱাটোকেই ভাল বুলি ভাৱে৷ ঋণ অৱশ্যে ল’লেই নহ’ব৷ সময়ত শোধ কৰিবও লাগিব৷ মাহে মাহে আপুনি এই ধন বেংকক শোধ কৰিব লাগিব৷ লোন লোৱাৰ পূৰ্বে সেয়ে ভালকৈ জানি থোৱা প্ৰয়োজন যে কিমান পৰিশোধ কৰিব লাগিব বেংকক ধন?

২১ বছৰৰ পৰা ২৮ বছৰ বয়সীয়া চাকৰিয়াল লোকে পাৰ্ছনেল লোনৰ বাবে আবেদন কৰিব পাৰে৷ ছেলফ এমপ্লয়েডৰ বাবে বয়সসীমা ৬৫ বছৰ পৰ্যন্ত৷ মাহিলী আয় নূন্যতম ১৫ হাজাৰ টকা হব লাগিব৷ চাকৰিয়ালৰ বাবে কমপক্ষেও ১ বছৰৰ কামৰ অভিজ্ঞতা থকাটো বাধ্যতামূলক৷

ঋণৰ আবেদন কৰাৰ সময়ত পৰিচয়ৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড, ভোটাৰ আই ডি, পাছপৰ্ট, ড্ৰাইভিং লাইছেন্স, পান কাৰ্ড ইত্যাদি প্ৰমাণপত্ৰৰ প্ৰয়োজন৷ ইয়াৰোপৰি ৰেচন কাৰ্ড, ইউটিলিটি বিল, বেংক ষ্টেটমেণ্ট, ছেল এগ্ৰিমেণ্ট বা প্ৰপাৰ্টি পাৰছেজ এগ্ৰিমেণ্ট জমা দিবলগীয়াও হব পাৰে৷

ধৰা হ’ল কোনো ব্যক্তিয়ে দেশৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰায়ত্ত বেংক এছ বি আইৰ পৰা ৩ বছৰৰ ম্যাদত ৩ লাখ টকাৰ পাৰ্ছনেল লোন লৈছে৷ তেন্তে মাহিলী কিমান টকাৰ ই এম আই দিব লাগিব৷ খুব সহজেই এই হিচাপ আপুনি ওলিয়াব পাৰে৷ সুদৰ হাৰ নিৰ্ভৰ কৰে মূলত ম্যাদ আৰু ক্ৰেডিট স্কোৰৰ ওপৰত৷ অন্যান্য ফেক্টৰো আছে৷ যিয়েই নহওক, বৰ্তমান এছ বি আইত পাৰ্ছনেল লোনত ১১.৪৫শতাংশ হাৰত সুদ লগোৱা হয়৷ এই সুদৰ হাৰত প্ৰতি মাহত কিমান টকা ইএম আই দিব লাগিব?

ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৩ বছৰৰ ম্যাদত ১১.৪৫শতাংশ সুদৰ হাৰত যদি কোনোৱে ৩লাখ টকাৰ লোন লয় তেতিয়া লোন কেলকুলেটৰ অনুসৰি প্ৰতিমাহে ৯৮৮৪ টকাৰ ইএম আই দিব লাগিব৷ তিনি বছৰত তেওঁলোকে শোধ কৰিব লাগিব সুদৰ বাবদ মুঠ ৫৫,৮৮৪ টকা৷ অৰ্থাৎ সুদ আৰু প্ৰকৃত মিলি তেওঁ বেংকক উভতাই দিব লাগিব মুঠ ৩ লাখ ৫৫ হাজাৰ টকা৷ কম সুদত পাৰ্ছনেল লোন ল’বলৈ আপোনাৰ ক্ৰেডিট স্কোৰ, আয়, কোম্পানীৰ ধৰণ, চাকৰিৰ স্থায়িত্ব আৰু বহু সময় বেংকৰ সৈতে গ্ৰাহকৰ সম্পৰ্ক কেনে তাৰ ওপৰতো নিৰ্ভৰ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
বাণিজ্য

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

August 24, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

August 24, 2026
Next Post
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.