• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল গান্ধীৰ ওপজা দিন, ওপজা দিনতেই জানি থওক ৰাহুলৰ এই ১০টা অজানা কথা

ৰাহুল গান্ধীৰ ওপজা দিন, ওপজা দিনতেই জানি থওক ৰাহুলৰ এই ১০টা অজানা কথা

2 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

5 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

7 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

7 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

7 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

8 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

9 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

10 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

11 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

11 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুল গান্ধীৰ ওপজা দিন, ওপজা দিনতেই জানি থওক ৰাহুলৰ এই ১০টা অজানা কথা

ৰাহুল গান্ধীৰ ওপজা দিন, ওপজা দিনতেই জানি থওক ৰাহুলৰ এই ১০টা অজানা কথা

editor by editor
June 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ৰাহুল গান্ধীৰ ওপজা দিন, ওপজা দিনতেই জানি থওক ৰাহুলৰ এই ১০টা অজানা কথা
0
SHARES
386
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ জুন ৰাহুল গান্ধীৰ ওপজাদিন৷  ৫৪ বছৰীয়া হ’ল ৰাহুল। তেওঁৰ জন্মদিন উদযাপনৰ বাবে কংগ্ৰেছী নেতাকৰ্মীসকলে বিশেষ প্ৰস্তুতিও চলাইছে। এইবাৰ তেওঁৰ জন্মদিনটো বৰ বিশেষ। ইউ পিত কংগ্ৰেছৰ প্ৰত্যাৱৰ্তন, ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত মিত্ৰজোঁট শক্তিশালী কৰাকে ধৰি এনে বহু সফলতাই ৰাহুলক সুখীও কৰিছে৷  ওপজা দিনতেই জানি থওক ৰাহুলৰ ১০ টা বিশেষ কথা৷

  1.  ১৯৭০ চনৰ ১৯ ​​জুনত দিল্লীৰ হলি ফেমিলি হস্পিতালত জন্মগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুলৰ জন্মৰ সময়ত পিতৃ ৰাজীৱ গান্ধীও উপস্থিত আছিল৷ ২০১৯ চনত কেৰেলাৰ অৱসৰপ্ৰাপ্ত নাৰ্ছ ৰাজম্মা বাৱথিলে পিটিআইক দিয়া সাক্ষাৎকাৰত দাবী কৰিছিল যে ৰাহুল গান্ধীক জন্মৰ সময়ত তেঁৱে প্ৰথমে কোলাত লৈছিল। অৰ্থাৎ ৰাহুলৰ জন্ম ভাৰতত এইকথাত কোনো সন্দেহ নাই। তেওঁক বিদেশী বুলি কোৱাৰো কোনো যুক্তি নাই৷ জন্মগতভাৱে ৰাহুল ভাৰতীয় নাগৰিক৷
  2. প্ৰিয়ংকা গান্ধীতকৈ ৰাহুল দুবছৰে ডাঙৰ৷ প্ৰিয়ংকা গান্ধীৰ বয়স ৫২ বছৰ হোৱাৰ বিপৰীতে ৰাহুল গান্ধীয়ে ৫৪ বছৰ সম্পূৰ্ণ কৰিলে৷
  3. ৫৪ বছৰ বয়সতো ৰাহুল কিন্তু অবিবাহিত৷ এবাৰ সংসদতে লালু যাদৱেও ৰাহুলক বিবাহৰ কথা সুধিছিল৷ আনকি এখন ৰাজহুৱা সভাতো তেওঁ ৰাহুল গান্ধীক কৈছিল, বিয়া কৰাওক, আমি আপোনাৰ বিয়াত বৰযাত্ৰী হৈ যাব লাগিব৷ ৰাহুল গান্ধীয়ে হাঁহি হাঁহি এই উত্তৰ এৰাই চলিছিল। একে সময়তে কিছুদিন পূৰ্বে ছোনিয়া গান্ধীকো কেইগৰাকীমান মহিলাই ৰাহুল গান্ধীক বিয়া কৰাই দিয়ক বুলি কৈছিল৷ এই কথাত ছোনীয়া গান্ধীয়ে তেওঁলোককেই ছোৱাৰী এজনী চাই দিয়ক মই বিয়া কৰাই দিবলৈ ৰাজী আছো বুলি জনাইছিল৷
  4. ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ৰাহুল গান্ধীয়ে ঘৰতে থাকি পঢ়া-শুনা কৰিব লগা হৈছিল। সপ্তাহ নতুবা মাহেকত এবাৰহে বিদ্যালয়লৈ যাব পাৰিছিল ৰাহুল আৰু প্ৰিয়ংকা৷ ইয়াৰ পিছতেই ৰাহুলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত অধ্যয়ন কৰে। ১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত তেওঁ ফ্ল’ৰিডালৈ গৈ তাতেই অধ্যয়ন কৰে। ১৯৯৪ চনত কেম্ব্ৰিজৰ পৰা স্নাতক ডিগ্ৰী লৈ ভাৰতলৈ উভতি আহে ৰাহুল গান্ধী৷
  5. ২০০৩ চনৰ পৰা ৰাহুল গান্ধীৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছে৷ ২০১৭ চনত যেতিয়া ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ সভানেত্ৰী পদ এৰিছিল। তাৰ পাছত ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ সভাপতিৰ আসনত বহিছিল। কিন্তু সেই সময়ছোৱাত মোদী ঢৌৰ বাবে দলটোৱে বহু ৰাজ্যত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। যাৰবাবে ২০১৯ চনত তেওঁ নিজা সমষ্টি আমেঠিতো পৰাজয় বৰণ কৰে৷ ইয়াৰপাছতেই সেই বৰ্ষত তেওঁ দলৰ সভাপতি পদ ত্যাগ কৰে৷
  6. ২০২৩ চনত মোদী উপাধিৰ সকলো ব্যক্তিয়েই চোৰ নেকি বুলি প্ৰশ্ন কৰাৰ অপৰাধত দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল৷ ৰাহুলে একেসময়তে হেৰুৱাইছিল সাংসদ পদৰ লগতে সাংসদ বাংলোও৷
  7. ২০২৩ চনত ৰাহুল গান্ধীয়ে দক্ষিণৰ পৰা আৰম্ভ কৰিছিল ভাৰত জোডো যাত্ৰা। ‘ঘৃণাৰ বজাৰত আমি প্ৰেমৰ দোকান খুলিম’৷ তেওঁৰ বক্তব্যই জনতাৰ হৃদয়ত আলোড়নো তুলিছে। তেওঁৰ ভাৰত ভ্ৰমণে ভাৰতৰ অধিকাংশ ৰাজ্যকে সামৰি লৈছে। বিগত দুটা দশকত ভাৰতীয় নেতাই গ্ৰহণ কৰা এয়াই সৰ্ববৃহৎ পদযাত্ৰা।
  8. ভাৰত ভ্ৰমণৰ সময়ত বগা টি-চাৰ্টৰ বাবে বহু বাতৰিৰ শিৰোনামো দখল কৰিছিল ৰাহুল গান্ধীয়ে৷ ঠেঁটুৱৈ লগা ঠাণ্ডাতো তেওঁ বগা টি-চাৰ্ট পিন্ধি খোজ কাঢ়ি থকা দেখি আচৰিতো হৈছিল বহুজন।
  9. ৰাহুলৰ নিচাৰ ভিতৰত আছে জীম, জগিং ইয়াৰোপৰি ৰাহুলে শ্বুটিঙো শিকিছে৷ বিমান উৰাবলৈকো আগ্ৰহী ৰাহুল৷
  10. ২০২৪ ৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ উত্থানৰ বাবে দলৰ প্ৰায়সংখ্যক নেতাই ৰাহুলকেই ক্ৰেডিট দিছে৷ এই কংগ্ৰেছ ৰাহুলে ন’কৈ গঢ় দিয়া কংগ্ৰেছ বুলি বহুসংখ্যক কংগ্ৰেছী নেতাই মন্তব্য কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

কিমৰ দেশত পুটিন... ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

চাকৰি গ’ল ধূলা থানাৰ SI উৎপল বৰাৰ, কিন্তু কিয় হঠাৎ চাকৰি হেৰুৱালে SI উৎপলে?

চাকৰি গ’ল ধূলা থানাৰ SI উৎপল বৰাৰ, কিন্তু কিয় হঠাৎ চাকৰি হেৰুৱালে SI উৎপলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.