• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

4 years ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

21 minutes ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

43 minutes ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

2 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

3 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

17 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

18 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

18 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

19 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

19 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

20 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

editor by editor
December 27, 2022
in চিনেমা, জীৱনশৈলী, ফেশ্বন, ভাৰত
0
২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডৰ সকলোতকৈ বেছি পাৰিশ্ৰমিক লোৱা অভিনেতাসকলৰ মাজত ভাইজানো এজন। ‘ভাইজান’ৰ মুম্বাইত থকা বিলাসী এপাৰ্টমেণ্টটোৰ নাম গেলাক্সি এপাৰ্টমেণ্ট। ভাইজানে বাস কৰা এই বিলাসী এপাৰ্টমেণ্টটোৰ দাম কিমান হ’ব পাৰে? আপুনি মই কল্পনা কৰিব নোৱাৰা দাম এই এপাৰ্টমেণ্টটোৰ। একাধিক ৰিপৰ্ট অনুসৰি এই গেলাক্সি এপাৰ্টমেণ্টৰ দাম প্ৰায় ১০০ কোটি টকা। ইয়াৰোপৰি ভাইজানৰ আছে এটা ফাৰ্ম হাউছ। ১৫০ একৰ ভুমিত নিৰ্মাণ কৰা হৈছে ফাৰ্ম হাউছটো। প্ৰায় সেই ফাৰ্ম হাউছতে বেছি সময় অতিবাহিত কৰে ছলমানে। অভিনয়ৰ সমান্তৰালকৈ ভাইজানে ফাৰ্ম হাউছত কাম কৰি থকাৰ ভিডিঅ’ও মাজে মাজে ভাইৰেল হয় সামাজিক মাধ্যমত। পিছে ছলমানে বৰ্তমান এখন ছবিত পাৰিশ্ৰমিক হিচাপে কিমান পৰিমানত চুক্তিবদ্ধ হয়?

সাধাৰণতে ভাইজানে বৰ্তমান এখন ছবিত চুক্তিবদ্ধ হোৱাৰ পূৰ্বে পাৰিশ্ৰমিক হিচাপে লয় ৭৫ ৰ পৰা ৮০ কোটি টকা। ইয়াৰোপৰি ৰিয়েলিটি শ্ব’ বিগ-বছৰো এংকৰ হিচাপে আছে আছে ভাইজান। বলীউডৰ এক ৰিপৰ্টত প্ৰকাশ পোৱা অনুযায়ী শেহতীয়া ছিজনৰ বাবে ছলমানে কালাৰ্ছ চেনেলৰ পৰা লৈছে ১০০০ কোটি টকা। ঘৰ-গাড়ী-সম্পত্তি সকলো সামৰি ছলমানৰ বৰ্তমান সম্পত্তিৰ পৰিমান ২৯০০ কোটি টকা। আনহাতে এদিনত বিভিন্ন উৎসৰ পৰা ভাইজানে কিমান টকা অৰ্জন কৰে?

ছলমানৰ গেৰেজো যথেষ্ট ব্যয়বহুল। বহুকেইখন বিলাসী গাড়ী আছে ছলমানৰ। গাড়ীৰ কালেকছনৰ তালিকাত আছে ২.২৬ কোটি টকীয়া ৰেঞ্জ ৰভাৰ, ১.৮০ কোটি টকাৰ টয়টা লেণ্ড ক্ৰুজাৰ? ভাইজানৰ আছে নিজা এক প্ৰডাকশ্ব্যন হাউছো। প্ৰডাকশ্ব্যন হাউছৰ পৰাও বহু ধন উপাৰ্জন কৰে ছলমানে। ইয়াৰোপৰি না না ব্ৰেণ্ডৰ প্ৰমোশ্ব্যনতো চুক্তিবদ্ধ ভাইজান। ভাইজানে এদিনতে কিমান টকা আয় কৰে সঠিককৈ কোৱা টান যদিও ভাইজানে এদিনত কমেও ১.০১ কোটি টকা উপাৰ্জন কৰে বুলি বহু সমীক্ষাই প্ৰকাশ কৰিছে। আনহাতে সম্পত্তি কেৱল ভাৰততে আছে এনে নহয়। ডুবাইতো আছে ছলমানৰ নিজা ঘৰ। ডুবাইৰ ব্ৰুজ খালিফাৰ কাষত অৱস্থিত এড্ৰেছ ডাউনটাউনত আছে বিলাসী এপাৰ্টমেণ্ট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
Next Post
একেই তাপমাত্ৰাত দুজন ব্যক্তিৰ ঠাণ্ডাৰ অনুভৱ পৃথক হয়, আঁৰৰ বৈজ্ঞানিক কাৰণকেইটা জানেনে?

একেই তাপমাত্ৰাত দুজন ব্যক্তিৰ ঠাণ্ডাৰ অনুভৱ পৃথক হয়, আঁৰৰ বৈজ্ঞানিক কাৰণকেইটা জানেনে?

একাউণ্টত কেতিয়া সোমাব ধন? নতুন বছৰত কৃষকলৈ বিশেষ উপহাৰ প্রধানমন্ত্ৰী মোদীৰ…

একাউণ্টত কেতিয়া সোমাব ধন? নতুন বছৰত কৃষকলৈ বিশেষ উপহাৰ প্রধানমন্ত্ৰী মোদীৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.