• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুদ্ধ পূৰ্ণিমাতেই জানি থওক বুদ্ধৰ কেইটামান বাণী

বুদ্ধ পূৰ্ণিমাতেই জানি থওক বুদ্ধৰ কেইটামান বাণী

2 years ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

47 minutes ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

1 hour ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

2 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

3 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

4 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

5 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

5 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

6 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

6 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

8 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

8 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুদ্ধ পূৰ্ণিমাতেই জানি থওক বুদ্ধৰ কেইটামান বাণী

বুদ্ধ পূৰ্ণিমাতেই জানি থওক বুদ্ধৰ কেইটামান বাণী

editor by editor
May 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুদ্ধ পূৰ্ণিমাতেই জানি থওক বুদ্ধৰ কেইটামান বাণী
0
SHARES
387
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতসহ দক্ষিণ পূব এছিয়াত ধুমধামেৰে পালন কৰা হয় বুদ্ধ পূৰ্ণিমা৷ হিন্দু ধৰ্মতো এই পূৰ্ণিমাৰ মাহাত্ম্য আছে৷ গৌতম বুদ্ধৰ জন্মবাৰ্ষিকী উপলক্ষে পালিত হয় বুদ্ধ পূৰ্ণিমা৷ বৈদিত পঞ্জিকামতে ২৩মেচ পালিত হ’ব বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী৷ এই দিনটোত গৌতম বুদ্ধৰ জন্ম৷ বুদ্ধ পূৰ্ণিমাৰ এই শুভ  ক্ষণতেই জানি থওক বুদ্ধৰ কেইটামান বাণী৷

গৌতম বুদ্ধৰ বাণী

  1. আপোনাৰ খঙৰ বাবে আপোনাৰ শাস্তি কোনোৱে নিদিয়ে আপোনাৰ খঙেই আপোনাৰ শাস্তি৷
  2. যদি আপুনি কাৰোবাৰ বাবে এটা প্ৰদীপ জ্বলাই তেন্তে আপোনাৰ পথো সেই চাকিৰ পোহৰে পোহৰাই ৰাখিব৷
  3. প্ৰতিদিনে পুৱাই আমি এবাৰ জন্মগ্ৰহণ কৰো, আৰু আজি আমি যি কৰি আছো সেয়াই সকলোতকৈ গুৰুত্বপূৰ্ণ৷
  4. সকলোতে ভালৰ সন্ধান কৰক, তেতিয়াই পৃথিৱীখন সুন্দৰ হ’ব৷
  5. আপুনি যিমানেই শান্ত হ’ব সিমানেই শুনিবলগীয়াও হ’ব৷
  6. আঁজুৰি  ৰখা সামগ্ৰীহে মানুহে হেৰুৱাই, অন্যথা হেৰুৱাবলগীয়াতো একো নাই৷
  7. প্ৰত্যেক মানুহেই নিজৰ স্বাস্থ্য আৰু ৰোগৰ লেখক৷
  8. স্বাস্থ্যই সকলোতকৈ ডাঙৰ উপহাৰ, তৃপ্তি সকলোতকৈ ডাঙৰ সম্পদ, বিশ্বস্ততা সকলোতকৈ ভাল সম্পৰ্ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

March 22, 2026
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

March 22, 2026
Next Post
সাধাৰণ ভাৱি উপলুঙা নকৰিব এই ৫লক্ষণ, এই লক্ষণ কৰ্কটৰেই লক্ষণ

সাধাৰণ ভাৱি উপলুঙা নকৰিব এই ৫লক্ষণ, এই লক্ষণ কৰ্কটৰেই লক্ষণ

সেনাই পঢ়িব লাগিব মহাভাৰত, বেদ! ভাৰতীয় সেনাবিভাগত নতুন প্ৰকল্পৰ আৰম্ভণি

সেনাই পঢ়িব লাগিব মহাভাৰত, বেদ! ভাৰতীয় সেনাবিভাগত নতুন প্ৰকল্পৰ আৰম্ভণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.