• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

6 months ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

29 minutes ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

56 minutes ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

1 hour ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

2 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

2 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

3 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

4 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

4 hours ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

6 hours ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

7 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

7 hours ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

editor by editor
March 22, 2026
in জীৱনশৈলী
0
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
কিছু পুৰুষে বিবাহৰ কেইবাদিন পাছতেই অন্য নাৰীৰ প্ৰতি আকৃষ্ট হয়৷ লক্ষ্য কৰা যায় যে অন্য নাৰী দেখিলেই প্ৰেম ভাৱ জাগি উঠে বহু পুৰুষৰ৷ অন্যৰ সৈতে শাৰীৰিক ঘনিষ্ঠতাও গঢ়ি তোলে৷ স্ত্ৰীৰ বাবে স্বামীয়ে অন্য মহিলাৰ সৈতে প্ৰেমত লিপ্ত হোৱাটো অত্যন্ত উদ্বেগৰ বিষয়৷ কিন্তু কেতিয়াবা ভাৱি চাইছেনে কিয় পুৰুষে এনে আচৰণ কৰে? চাণক্য নীতিত ইয়াৰ কাৰণসমূহ উল্লেখ কৰা আছে৷ চাণক্য নীতিত জীৱনৰ বহু দিশ সম্পৰ্কে নীতিমালা দিয়া আছে৷ ধৰ্ম, সম্পদ, কৰ্ম, মোক্ষ, পাৰিবাৰিক জীৱন, সম্পৰ্ক সকলোবোৰ উল্লেখ আছে৷ চাণক্যৰ মতে এজন স্বামী কিয় তেওঁৰ পত্নীৰ পৰা দূৰলৈ যায়?
নাৰী-পুৰুষৰ এজনৰ প্ৰতি এজন আকৰ্ষিত হোৱাটো তেনেই স্বাভাৱিক৷ কিন্তু যেতিয়া এই আকৰ্ষণে সম্পৰ্ক নষ্ট তেতিয়াই বৈবাহিক বন্ধন সমস্যাত পৰে৷ আকৰ্ষণৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলেই এয়া বিবাহ বহিৰ্ভূত সম্পৰ্কৰ দিশত পৰিচালিত কৰিব পাৰে৷ ই সকলোকে মানসিক আৰু আৱেগিক সমস্যা আনি দিয়ে৷
কম বয়সত বিয়া কৰালেও সম্পৰ্কত দূৰত্ব আহিব পাৰে৷ কাৰণ কম বয়সত বিবাহৰ সিদ্ধান্তত সচেতনতাৰ অভাৱ আৰু কেৰিয়াৰৰ প্ৰতি মনোযোগ কমাৰ কাৰণে সম্পৰ্কতো বিশেষ গভীৰতা নাথাকে৷ জীৱনৰ সিদ্ধান্ত লোৱাৰ সঠিক সময় অহালৈকে পুৰণি সংগীৰ প্ৰতি আকৰ্ষণো কমি আহে৷ আকাংক্ষা পৰিবৰ্তিত হয় আৰু অন্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব পাৰে৷
স্বামী-স্ত্ৰীৰ মাজত শাৰীৰিক সম্পৰ্ক সন্তোষজনক নহ’লে সম্পৰ্কত আকৰ্ষণ কমি যায়৷ ই বিবাহিত জীৱনতো ব্যাঘাত ঘটায়৷ এই ধৰণৰ সমস্যাসমূহক লৈ খোলামেলাকৈ কথা কোৱা উচিত৷ তেতিয়া সম্পৰ্কত দূৰত্ব আহিলেও সম্পৰ্কটো ভালধৰণেই শেষ হয়৷
যদি কোনো মানুহে বিবাহ বহিৰ্ভূত সম্পৰ্কক সঠিক বুলি ধাৰণা কৰে তেন্তে স্বামী-স্ত্ৰীৰ মাজত বিশ্বাসৰ বন্ধন ক্ষতিগ্ৰস্থ হয়৷ এজনে আনজনৰ প্ৰতি সৎ হৈ থকাটো সেয়ে জৰুৰী৷ অন্যথা সম্পৰ্ক বেয়া হৈ পৰে৷
কিছুমান পৰিয়ালত দেখা যায় যে সন্তান জন্মৰ পাছত স্বামী আৰু পত্নীয়ে দূৰে দূৰে অৱস্থান কৰে৷ বহুসময়ত আকৌ স্ত্ৰীৰ সমস্ত মনোযোগ সন্তানৰ ওপৰত কেন্দ্ৰীভূত হয়৷ তেতিয়াও সম্পৰ্কত দূৰত্ব আহে৷ স্বামীগৰাকীয়েও নিজৰ কোৱালিটি টাইম কটোৱাৰ বাবে অন্য নাৰীৰ সান্নিধ্য বিচাৰিবলৈ আৰম্ভ কৰে৷
বৈবাহিক সম্পৰ্ক টিকাই ৰখাৰ বাবে পাৰস্পৰিক বুজাপৰা, বিশ্বাস, ভালপোৱা আৰু ধৈৰ্য্যৰ প্ৰয়োজন৷ যেতিয়া সমস্যাই দেখা দিয়ে তেতিয়া এজনে আনজনৰ সৈতে আলোচনা কৰি সমাধান কৰাটো ভাল৷ যদি সঁচাকৈয়ে এজনে আনজনক বুজি পায় তেতিয়া বন্ধনো দৃঢ় হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক
জীৱনশৈলী

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

September 25, 2026
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

September 25, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 25, 2026
Next Post
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ... পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ'লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.