• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ, হঠাতে অহা ট্ৰাকত খুন্দা খাই টোম্পো বাগৰি পৰি ১০ লোক নিহত, ৫ আহত

শোকাৱহ, হঠাতে অহা ট্ৰাকত খুন্দা খাই টোম্পো বাগৰি পৰি ১০ লোক নিহত, ৫ আহত

2 years ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

7 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

35 minutes ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

56 minutes ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

3 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

3 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

4 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

5 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

6 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

6 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

7 hours ago
‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

7 hours ago
চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শোকাৱহ, হঠাতে অহা ট্ৰাকত খুন্দা খাই টোম্পো বাগৰি পৰি ১০ লোক নিহত, ৫ আহত

editor by editor
November 6, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
শোকাৱহ, হঠাতে অহা ট্ৰাকত খুন্দা খাই টোম্পো বাগৰি পৰি ১০ লোক নিহত, ৫ আহত
0
SHARES
289
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ, হঠাতে অহা ট্ৰাকত খুন্দা খাই টোম্পো বাগৰি পৰি ১০ লোক নিহত, ৫ আহত

এক অতিকে হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। এখন টেম্পো দুৰ্ঘটনাগ্ৰস্থ হৈ একেলগে প্ৰাণ হেৰুৱালে ১০ গৰাকীলোকে। লগতে আন ৫ গৰাকী লোক গুৰুতৰভাৱে আহত। এই শোকৱাহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাৰদৈত।

হাৰদৈ জিলাৰ বিলগ্ৰাম কোটৱালি অঞ্চলত নিয়ন্ত্ৰণৰ বাহিৰ হৈ ওলোটা হৈ পৰে এটা টেম্পো। জানিব পৰা মতে, ৰোশনপুৰৰ সমীপৰ বিলহৌৰ-কাটৰা ৰাজ্যিক ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। সেই ঘাইপথতে হঠাতে এখন মিনি ট্ৰাকৰ সমুখৰ পৰা অহাত যাত্ৰী ভৰ্তি টেম্পোখন নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে আৰু ঘাইপথতে ওলোটা হৈ পৰে।

যাৰ ফলতে গুৰুতৰভাৱে আহত হৈ প্ৰাণ হেৰুৱাই টেম্পোত থকা ১০ গৰাকী লোকে। আনহাতে আন ৫ গাৰকী লোকে আহত । যি কেইগৰাকীক বৰ্তমানে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে আৰক্ষীয়ে। লাভ কৰা তথ্য অনুসৰি টেম্প’ত যাত্ৰা কৰা লোকসকলৰ ভিতৰত ৭ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে হাস্পতালত চিকিৎসাধীন অৱস্থাত আন তিনিজনৰ মৃত্যু হয়।

এই ঘটনাত নিহতসকলৰ ভিতৰত পাঁচগৰাকী মহিলা, দুগৰাকী কন্যা আৰু এটা শিশুও আছে।

এই ভয়ংকৰ পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰিছে। লগতে বিষয়াসকলক তৎকালীনভাৱে সেই স্থানত উপস্থিত হৈ আহতসকলৰ সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentroad accidentuttar pradeshUttar Pradesh Accidentyogi aditya nath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত
বিনোদন

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

October 25, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

October 25, 2026
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

October 25, 2026
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ
অসম

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

October 25, 2026
Next Post
ষঠ পূজাৰ সময়তে বিহাৰীলৈ দুখবৰ, লোকগায়িকাৰ চিৰ বিদায়, অন্তিম দৰ্শনৰ বাবে ৰখা হৈছে পাৰ্থিৱ শৰীৰ

ষঠ পূজাৰ সময়তে বিহাৰীলৈ দুখবৰ, লোকগায়িকাৰ চিৰ বিদায়, অন্তিম দৰ্শনৰ বাবে ৰখা হৈছে পাৰ্থিৱ শৰীৰ

তিনিটা বিশেষ তাৰিখত জন্মা লোকৰ ওপৰত সদায়ে কৃপা কৰে লক্ষ্মীয়ে, আপোনাৰো এই তাৰিখ নেকি

তিনিটা বিশেষ তাৰিখত জন্মা লোকৰ ওপৰত সদায়ে কৃপা কৰে লক্ষ্মীয়ে, আপোনাৰো এই তাৰিখ নেকি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.