• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আলিয়া ভাট্টে সলনি কৰিলে নেকি নাম, এটা ভিডিঅ’ত দেখা গ’ল নতুন নামৰ সৈতে

আলিয়া ভাট্টে সলনি কৰিলে নেকি নাম, এটা ভিডিঅ’ত দেখা গ’ল নতুন নামৰ সৈতে

1 year ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

33 seconds ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

49 minutes ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

2 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

11 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

11 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

12 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

12 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

12 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

13 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

14 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আলিয়া ভাট্টে সলনি কৰিলে নেকি নাম, এটা ভিডিঅ’ত দেখা গ’ল নতুন নামৰ সৈতে

editor by editor
June 12, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আলিয়া ভাট্টে সলনি কৰিলে নেকি নাম, এটা ভিডিঅ’ত দেখা গ’ল নতুন নামৰ সৈতে
0
SHARES
512
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আলিয়া ভাট্টে সলনি কৰিলে নেকি নাম, এটা ভিডিঅ’ত দেখা গ’ল নতুন নামৰ সৈতে

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টৰ এটা ইউটিউব ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছত ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে গুজৱ। কাৰণ ভিডিঅ’টোত নতুন নামৰ সৈতে দেখা গৈছে আলিয়াক।

তাৰ পিছত সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে, আলিয়া ভাট্টে নিজৰ নাম সলনি কৰিলে নেকি? কিন্তু যদি সলনি কৰিছে, তেন্তে আলিয়া ভাট্টে ৩২ বছৰ বয়সত কিয় নাম সলনি কৰিলে?

উল্লেখ্য যে, চেলিব্ৰিটিসকলে বলীউডত অভিষেক ঘটোৱাৰ পূৰ্বে প্ৰায়ে নিজৰ নাম সলনি কৰে যাতে তেওঁলোকে উদ্যোগটোত ফিট হ’ব পাৰে। বা বহুতেই সংখ্যাবিজ্ঞানৰ বাবে নিজৰ নামত কিছু শব্দ যোগ কৰে। অৱশ্যে আলিয়াই এইবোৰ একো কৰা নাই।

আলিয়া ভাট্টে কেৱল উপাধি সলনি কৰিছে। এতিয়া আলিয়া ‘ভাট্ট’ৰ পৰা ‘কাপুৰ’ হৈ পৰিছে আৰু ইয়াৰ প্ৰমাণ তেওঁ নিজেই ইউটিউবত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।

অৱশ্যে আলিয়াই এতিয়াও আনুষ্ঠানিকভাৱে নিজৰ নাম আলিয়া কাপুৰলৈ সলনি কৰা নাই আৰু ইনষ্টাগ্ৰামতো নামত কোনো পৰিৱৰ্তন কৰা নাই। অৱশ্যে শেহতীয়াকৈ তেওঁ নিজৰ ইউটিউব চেনেলৰ পৰা এটা ভিডিঅ’ পোষ্ট কৰিছে।

৪ মিনিট ৩৭ ছেকেণ্ডৰ এই ভিডিঅ’টোত আলিয়া ভাটে কান চলচ্চিত্ৰ মহোৎসৱ ২০২৫ৰ আভাস দেখুৱাইছে। ভিডিঅ’টোত আলিয়াই কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে সাজু হোৱা দেখা গৈছে। তাতেই আলিয়াৰ ড্ৰেছিং টেবুলত লিখা আছে আলিয়া ভাট্টৰ সলনি আলিয়া কাপুৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alia BhatAlia Kapoorbollywood actressKapoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!
অসম

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

August 8, 2026
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক
জীৱনশৈলী

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

August 8, 2026
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!
বিশ্ব

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

August 8, 2026
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

August 8, 2026
Next Post
চন্দ্ৰৰ কৃপাত মেষসহ এই ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, মুকলি হ’ব সফলতাৰ দ্বাৰ

চন্দ্ৰৰ কৃপাত মেষসহ এই ৩ ৰাশিৰ উদয় হ'ব ভাগ্য, মুকলি হ'ব সফলতাৰ দ্বাৰ

ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.