• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ…

দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ…

4 years ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

4 minutes ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

22 minutes ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

51 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

1 hour ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

2 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

4 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

5 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

7 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ…

editor by editor
December 4, 2022
in অপৰাধ, ভাৰত
0
দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ…
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দিল্লীত কি হ’ব ধৰিছে? শ্ৰদ্ধা হত্যাকাণ্ডই ৰাজধানী কঁপাই থকাৰ সময়তে আন এক খবৰে আকৌ এবাৰ দিল্লীত বাঢ়ি অহা অপৰাধৰ কথাকেই প্ৰমাণ কৰি দেখুওৱাইছে। শ্ৰদ্ধাৰ দেহৰ অংশ বিচাৰি অভিযান চলাই থাকোতে উদ্ধাৰ হৈছে আন এটা মুণ্ডহীন দেহ। উত্তৰ-পূব দিল্লীৰ মৰিওৱালা বাগৰ এখন পাৰ্কৰ পৰা উদ্ধাৰ হৈছে মুণ্ডহীন দেহ। ভৰত নগৰ থানাৰ অন্তৰ্গত নিমৰি কলনিৰ টিছাৰ্চ পাৰ্কত পৰি থকা অৱস্থাত দেখা পায় মুণ্ডহীন দেহটো। স্থানীয় ব্যক্তিসকলে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ পাছতেই জনায় যে এই দেহটো পুৰুষৰ দেহ। মৃতদেহটো প্ৰায় ৪ সপ্তাহ আগৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে পাৰ্কৰ কাষতেই পৰি আছিল মৃতদেহটো। কুকুৰে খাই আছিল মৃতদেহৰ মাংসপিণ্ড। ইতিমধ্যে দেহৰ বহু মাংসপিণ্ড কুকুৰে খাই শেষ কৰিছে বুলিও জনাইছে প্ৰত্যক্ষদৰ্শীয়ে। দেহৰ পৰা কিছু দুৰৈত মূৰটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
Next Post
ৰেগিঙৰ বলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ! ছিনিয়ৰে চৰিয়াইছিল, চৰতেই শ্ৰৱন ক্ষমতা চিৰদিনৰ বাবে হেৰুৱালে ছাত্ৰ হজৰতে…

ৰেগিঙৰ বলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ! ছিনিয়ৰে চৰিয়াইছিল, চৰতেই শ্ৰৱন ক্ষমতা চিৰদিনৰ বাবে হেৰুৱালে ছাত্ৰ হজৰতে...

বিশ্বকাপৰ মাজতেই ফুটবল সম্ৰাটৰ অৱস্থা অতি সংকটজনক, লাইফ কেয়াৰ চাপৰ্টত আছে ফুটবল সম্ৰাট পেলে…

বিশ্বকাপৰ মাজতেই ফুটবল সম্ৰাটৰ অৱস্থা অতি সংকটজনক, লাইফ কেয়াৰ চাপৰ্টত আছে ফুটবল সম্ৰাট পেলে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.