• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা খাদ্য গ্ৰহণৰ পাছত ভুলতো এই কেইবিধ খাদ্য নাখাব, শৰীৰত বিষক্ৰিয়া হৈ অধিক ভয়াবহ হৈ পৰিব

নিশা খাদ্য গ্ৰহণৰ পাছত ভুলতো এই কেইবিধ খাদ্য নাখাব, শৰীৰত বিষক্ৰিয়া হৈ অধিক ভয়াবহ হৈ পৰিব

1 year ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

7 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

8 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

9 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

11 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

11 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

12 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

12 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা খাদ্য গ্ৰহণৰ পাছত ভুলতো এই কেইবিধ খাদ্য নাখাব, শৰীৰত বিষক্ৰিয়া হৈ অধিক ভয়াবহ হৈ পৰিব

editor by editor
September 9, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
নিশা খাদ্য গ্ৰহণৰ পাছত ভুলতো এই কেইবিধ খাদ্য নাখাব, শৰীৰত বিষক্ৰিয়া হৈ অধিক ভয়াবহ হৈ পৰিব
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা খাদ্য গ্ৰহণৰ পাছত ভুলতো এই কেইবিধ খাদ্য নাখাব, শৰীৰত বিষক্ৰিয়া হৈ অধিক ভয়াবহ হৈ পৰিব

সমগ্ৰ বিশ্বতে ভাৰতীয় লোকৰ এক বিশেষ পৰিচয় আছে, খাদ্যৰ ক্ষেত্ৰত ভাৰতীয়ক খাদ্য ৰসিক বোলা হয়। কিয়নো প্ৰত্যেক ভাৰতীয় লোকৰে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ চখ এটা আছে। বিভিন্ন ধৰণৰ ব্যঞ্জন, বিভিন্ন মিঠাই, বিভিন্ন নিমখীয়া স্নেকছ ইত্যাদি খোৱাৰ চখ আছে।

খাদ্য গ্ৰহণ কৰাৰ পাছতে হওক বা পূৰ্বে হওক এনে ধৰণৰ বিভিন্ন লঘু আহাৰ খাব পাৰে ভাৰতীয় লোকে। চাহৰ লগত বিভিন্ন লঘু খাদ্য খোৱাটো ভাৰতীয় লোকৰ একপ্ৰকাৰৰ অভ্যাস তথা পৰম্পৰাৰ দৰে। পাছে নিশাৰ ভাগত কোনোদিনে আহাৰৰ পাছত আৰু তেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে। এনে ধৰণৰ লঘু খাদ্যই মানুহৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়।

স্বাস্থ্য বিশেষজ্ঞই কোৱা অনুসৰি নিশাৰ আহাৰ গ্ৰহণৰ পাছত আৰু কোনো অন্য কেইবিধমান খাদ্য খালে ই শৰীৰৰ বাবে বিষৰ দৰে হৈ পৰে। তেনে কেইবিধমান খাদ্য হৈছে-

মিঠা খাদ্য- মিঠা বস্তুত চেনি আৰু কেলৰি বেছি থাকে, যিটোৱে ওজন বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ। ৰাতি মিঠা বস্তু খালে শৰীৰত অতিৰিক্ত শক্তি পোৱা যায়, যিটো টোপনিৰ বাবে বহুত বেয়া। ই টোপনি ক্ষতিৰ এক কাৰণ।
সমস্যা: হজম শক্তি লেহেমীয়া হয়, যাৰ ফলত পেটত এচিডিটি আৰু গধুৰ হোৱাৰ দৰে সমস্যা হ’ব পাৰে।

কেফেইনযুক্ত পানীয়
চাহ বা কফিৰ দৰে কেফেইনযুক্ত পানীয়ই টোপনি ব্যাঘাত জন্মাব পাৰে আৰু অনিদ্ৰাৰ সৃষ্টি কৰিব পাৰে।
সমস্যাঃ কেফেইনে বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত ওজন কমা প্ৰক্ৰিয়াটো লেহেমীয়া হয়।

ভজা জলপান
ভজা জলপানত ট্ৰেন্স ফেট আৰু কেলৰি বেছি থাকে, যাৰ ফলত ওজন বৃদ্ধিৰ লগতে হৃদযন্ত্ৰৰ সমস্যাও হ’ব পাৰে।
সমস্যাঃ পেটত গধুৰ অনুভৱ হয়, যাৰ ফলত টোপনি অহাত অসুবিধা হ’ব পাৰে।

গাখীৰৰ মিঠাই
গাখীৰ আৰু চেনিৰ পৰা তৈয়াৰী মিঠাইত অধিক কেলৰি থাকে, যাৰ ফলত পাচনতন্ত্ৰৰ ওপৰত অতিৰিক্ত বোজা পৰে।
সমস্যা: পাচনতন্ত্ৰই অতিৰিক্ত কাম কৰিবলগীয়া হয়, যাৰ ফলত টোপনি ব্যাঘাত জন্মে।

চাউল বা পাস্তা
কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য যেনে ভাত, পাস্তা ৰাতি হজম কৰিবলৈ গধুৰ।
সমস্যাঃ ইয়াৰ বাবে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায় আৰু ওজন বৃদ্ধিৰ আশংকা থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DinnerfoodHealth benefithealth tipsHeavy FoodNight Food
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
আপোনাৰো পেটত তিল আছে নেকি! শুভ নে অশুভ কাৰক, সবিশেষ পঢ়ক-

আপোনাৰো পেটত তিল আছে নেকি! শুভ নে অশুভ কাৰক, সবিশেষ পঢ়ক-

ভয়ংকৰ ঘটনা, তেল টেংকাৰ ব্লাষ্ট হৈ একেলগে প্ৰাণ হেৰুৱালে ৪৮ গৰাকী লোকে

ভয়ংকৰ ঘটনা, তেল টেংকাৰ ব্লাষ্ট হৈ একেলগে প্ৰাণ হেৰুৱালে ৪৮ গৰাকী লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.