• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ ঘটনা, তেল টেংকাৰ ব্লাষ্ট হৈ একেলগে প্ৰাণ হেৰুৱালে ৪৮ গৰাকী লোকে

ভয়ংকৰ ঘটনা, তেল টেংকাৰ ব্লাষ্ট হৈ একেলগে প্ৰাণ হেৰুৱালে ৪৮ গৰাকী লোকে

2 years ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

55 seconds ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

30 minutes ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

1 hour ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

2 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

2 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

4 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

4 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

7 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

7 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

7 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ ঘটনা, তেল টেংকাৰ ব্লাষ্ট হৈ একেলগে প্ৰাণ হেৰুৱালে ৪৮ গৰাকী লোকে

editor by editor
September 9, 2024
in বিবিধ, বিশ্ব
0
ভয়ংকৰ ঘটনা, তেল টেংকাৰ ব্লাষ্ট হৈ একেলগে প্ৰাণ হেৰুৱালে ৪৮ গৰাকী লোকে
0
SHARES
580
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ ঘটনা, তেল টেংকাৰ ব্লাষ্ট হৈ একেলগে প্ৰাণ হেৰুৱালে ৪৮ গৰাকী লোকে

এক অতিকে ভয়ংকৰ ঘটনা সংঘটিত সংঘটিত হৈছে নাইজেৰিয়াত। এখন তেলৰ টেংকাৰ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত একেলগে প্ৰাণ হেৰুৱাই ৪৮ গৰাকীকৈ লোকে।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দেওবাৰ ৮ ছেপ্টেম্বৰ তাৰিখে। ৪৮ গৰাকী লোকে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ লগতে অন্য ২০ গৰাকীমান লোক গুৰুতৰভাৱে আহত হয়।

আফ্ৰিকাৰ সকলোতকৈ অধিক ২২০ মিলিয়নৰো অধিক জনসংখ্যাৰ ঠাই নাইজেৰিয়াত এই ঘটনাটো সংঘটিত হৈছে। দুয়োখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত প্ৰচণ্ড শব্দৰে সৈতে তেলৰ টেংকাৰখন দাওদাওকৈ জ্বলি উঠে।

জুইৰ শিখা ইমানেই ভয়ংকৰ আছিল যে, অন্য দুখন বাহন এখন পিক আপ বাহন আৰু এখন ক্ৰেনো এই জুইৰ গ্ৰাসত পৰি দাওদাওকৈ জ্বলি উঠে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, এই দুৰ্ঘটনাটো নিশা প্ৰায় ১২.৩০ মান বজাত সংঘটিত হৈছে। দুৰ্ঘটনাত পতিত হোৱা বাহন এখনে ৫০ টা গৰুও কঢ়িয়াই নি আছিল। কিন্তু এই দুৰ্ঘটনাটোত কেউটা গৰু জীৱন্তে অগ্নিদ্বগ্ধ হৈ মৃত্যু হয়।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: nigeriaOil Tanker Blastroad accidentTanker Blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ
জীৱনশৈলী

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

October 25, 2026
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ
জীৱনশৈলী

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

October 25, 2026
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত
বিনোদন

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

October 25, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

October 25, 2026
Next Post
আগন্তুক সপ্তাহৰ পৰা আৰম্ভ পিতৃপক্ষ, জানক এই সময়ত কি কৰিলে শুভ?

আগন্তুক সপ্তাহৰ পৰা আৰম্ভ পিতৃপক্ষ, জানক এই সময়ত কি কৰিলে শুভ?

মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.