• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহৰ পৰা আৰম্ভ পিতৃপক্ষ, জানক এই সময়ত কি কৰিলে শুভ?

আগন্তুক সপ্তাহৰ পৰা আৰম্ভ পিতৃপক্ষ, জানক এই সময়ত কি কৰিলে শুভ?

2 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

11 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

12 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

13 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

13 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

13 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

14 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

16 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

17 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

17 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

17 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

18 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহৰ পৰা আৰম্ভ পিতৃপক্ষ, জানক এই সময়ত কি কৰিলে শুভ?

আগন্তুক সপ্তাহৰ পৰা আৰম্ভ পিতৃপক্ষ, জানক এই সময়ত কি কৰিলে শুভ?

editor by editor
September 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগন্তুক সপ্তাহৰ পৰা আৰম্ভ পিতৃপক্ষ, জানক এই সময়ত কি কৰিলে শুভ?
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সপ্তাহৰ পৰা আৰম্ভ হৈছে পিতৃপক্ষ৷ এইবছৰ ১৭ ছেপ্টেম্বৰত আৰম্ভ হৈছে পিতৃপক্ষ৷ এই পক্ষকাল, অৰ্থাৎ ১৫ দিন পিতৃপক্ষ চলাৰ পাছত আগন্তুক ২ অক্টোবৰত পিতৃপক্ষ শেষ হৈ দেৱীপক্ষৰ সূচনা হ’ব৷ হিন্দুধৰ্মত পিতৃপক্ষত পূৰ্বপূৰুষৰ তৰ্পণৰ বাবে প্ৰশস্ত এক বিশেষ সময়৷ পিতৃপক্ষৰ শেষ দিনটো মহালয়া হিচাপে পালিত হয়৷ হিন্দু বিশ্বাস অনুসৰি যিহেতু পিতৃপক্ষত শ্ৰাদ্ধকৰ্ম, তৰ্পণ ইত্যাদি মৃত্যু সংক্ৰান্তীয় আচাৰ অনুষ্ঠান পালিত হয়৷ সেয়ে এই পক্ষ শুভকামৰ বাবে  উপযুক্ত নহয়৷ দক্ষিণ আৰু পশ্চিম ভাৰতত গণেশ উৎসৱৰ পৰবৰ্তী পূৰ্ণিমা অৰ্থাৎ ভাদ পূৰ্ণিমা তিথিত এই পক্ষ সূচিত হয় আৰু সমাপ্ত হয় সৰ্বপিতৃ অমাবস্যাত৷ উত্তৰ ভাৰত আৰু নেপালত ভাদৰ পৰিবৰ্তে আহিন মাহৰ কৃষ্ণপক্ষক পিতৃপক্ষ বুলি কোৱা হয়৷

হিন্দু আচাৰ অনুসৰি এই সময়ত প্ৰয়াত পিতৃপুৰুষ মৰ্ত্যলৈ নামি আহে৷ এই সময়ত কেইটামান নিয়ম মানি চলাটো খুবেই জৰুৰী৷ জানি থওক পিতৃপক্ষত কি কৰিব, কি নকৰিব?

পিতৃপক্ষত পালনীয় নিয়ম

পিতৃপক্ষত আমিষ যেনে নহৰু, পিয়াজ, মাছ, মাংস আদি এৰাই চলক৷

এই সময়ত ঘৰত সম্পূৰ্ণ সাত্ত্বিক আহাৰ খাওক৷

পিতৃপক্ষত বেঙেনা ৰন্ধা আৰু খোৱা একেবাৰেই বেয়া৷

মছুৰ দাইল, চানা দাইল, কলা জিৰা, জালুক, সৰিয়হ আদি নোখোৱাই ভাল৷

যিয়ে তৰ্পণ কৰে, তেওঁ এই সময়ত নখ কটা বা চুলি দাঢ়ি আদি কটা উচিত নহয়৷

যিয়ে তৰ্পণ কৰিব তেওঁ ভুলতো লেতেৰা কাপোৰ পৰিধান নকৰিব৷

তৰ্পণৰ সময়ত চামড়াৰে তৈয়াৰ কৰা কোনো সামগ্ৰী যেনে বেল্ট বা জোতা পৰিধান নকৰিব৷ ৱালেটো লগত নাৰাখিব৷

তৰ্পণৰ মন্ত্ৰোচ্চাৰণৰ মাজত কাৰো সৈতে বাৰ্তালাপ নকৰিব৷

যিয়ে তৰ্পণ কৰিব তেওঁ এই সময়চোৱাত শাৰীৰিক সম্পৰ্কতো লিপ্ত নহ’ব৷

পিতৃপক্ষৰ সময়ত কাকো মিছা কথা নক’ব, কাৰো প্ৰতি কোনো বেয়া চিন্তা নকৰিব৷

এই ১৬ দিন ঘৰত কাজিয়া পেচালৰ পৰিবেশ নাৰাখিব৷

তৰ্পণৰ সময়ত কলা, ৰঙা বা তীব্ৰ গোন্ধযুক্ত ফুল ব্যৱহাৰ নকৰিব৷

এই সময়ত লোহাৰ আসনত নবহিব৷ কাঠ, বেত, আদি আসনত বহিব পাৰে৷

পিতৃপক্ষৰ সময়ত নতুন কাপোৰ পৰিধান নকৰিব৷

এই পক্ষৰ সময়ত নতুন ঘৰ ভুলতো নল’ব৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব৷

এই সময়ত কাৰো ওপজা দিনত অংশ নল’ব বা ঘৰতো আয়োজন নকৰিব৷

এই সময়ত নতুন বাহন ক্ৰয় নকৰিব৷

সন্ধিয়া, নিশা, গধুলি তৰ্পণ নকৰিব৷

তৰ্পণৰ দিনা কাপোৰ খচি নুধুব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.