• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

2 years ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

13 seconds ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

36 minutes ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

1 hour ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

1 hour ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

2 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

3 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

4 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

16 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

16 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

16 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

editor by editor
September 9, 2024
in বিবিধ, লেখা, স্বাস্থ্য
0
ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং
0
SHARES
536
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেহত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি গ’লে শৰীৰত একাধিক সমস্যাই দেখা দিয়ে৷ আনকি কিডনিত পাথৰ গোৱাৰ আঁৰতো বহু সময়ত দেহত বাঢ়ি যোৱা ইউৰিক এছিডেই দায়ী৷ ঔষধ সেৱন কৰি ইউৰিক এছিডৰ মাত্ৰা কমাব পাৰি কিন্তু ঔষধৰ ওপৰত কিমান ভৰসা কৰিব? ঔষধ খোৱাৰ ওপৰিও ইউৰিক এছিড কমাবলৈ প্ৰতিদিনে এই ৬অভ্যাস গঢ়ি সচেতন হৈ থাকিলেই ইউৰিক এছিডৰ সমস্যা বহু পৰিমানে কমাব পাৰে আপুনি৷

কফি খাওক

পুৱা খালি পেটত কফি নাখাব৷ কিন্তু ব্ৰেকফাষ্টৰ পাছত ব্লেক কফি খাব পাৰে৷ নিয়মিত কফি খালে ইউৰিক এছিডৰ মাত্ৰা কমি যায়৷ কফিত থকা এণ্টিঅক্সিডেণ্টে ইউৰিক এছিডৰ উৎপাদন কমায় আৰু কিডনিৰ কাৰ্যকাৰিতা উন্নত কৰে৷

ইনছুলিনৰ ভাৰসাম্য বজায় ৰাখক

দেহত ইনছুলিনৰ ভাৰসাম্যই কেৱল ডায়বেটিছৰ সমস্যা বঢ়াই তেনে নহয়৷ বহু সময়ত দেহত ইনছুলিনৰ মাত্ৰা বাঢ়ি গ’লে ইউৰিক এছিডৰ মাত্ৰাও বাঢ়ি যায়৷ তেতিয়াই বিভিন্ন সমস্যই দেখা দিয়ে৷ ইনছুলিনৰ ভাৰসাম্য বজায় ৰখাৰ বাবে সেউজীয়া পাচলি, দাইল আদি খাব পাৰে৷ চেনীযুক্ত খাদ্য এৰাই চলক৷

পিউৰিন সমৃদ্ধ খাদ্য এৰাই চলক

পিউৰিন ভাঙি দেহত ইউৰিক এছিড উৎপন্ন হয়৷ পিউৰিন সমৃদ্ধ খাদ্যৰ প্ৰতি প্ৰায় লোকৰেই টান থাকে৷ পৰাপক্ষত ৰেড মিট, সামুদ্ৰিক খাদ্য এৰাই চলক৷ শৰীৰত শক্তিৰ বাবে ফল, বাদাম, পাচলি আদি বেছিকৈ খাওক৷

ভিটামিন চি ডায়েটত ৰাখিবই

ভিটামিন চি সমৃদ্ধ খাদ্যই ইউৰিক এছিডৰ মাত্ৰা কমোৱাত সহায় কৰে৷ অতিৰিক্ত ইউৰিক এছিডক শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে ভিটামিন চিয়ে৷ নেমুজাতীয় ফল খালেও দেহত ভিটামিন চিৰ ঘাটি পূৰণ হয়৷ যথেষ্ট পৰিমানে ইমিউনিটিও শক্তিশালী হয়৷

খোজ কাঢ়ক

কেৱল ডায়েট কৰি সুস্থ হৈ থাকিব তেনে নহয়৷ ইউৰিক এছিডৰ সমস্যা কমাবলৈ হ’লে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ শৰীৰচৰ্চা খুবেই জৰুৰী৷ প্ৰতিদিনে কমেও ৩০ মিনিট খোজ কাঢ়ক৷ ইয়াৰ ফলত দেহত ৰক্ত সঞ্চালন বাঢ়িব আৰু কিডনিৰ কাৰ্যকাৰিতা উন্নত হ’ব৷

আমলখি খাওক

পুৱাই খালি পেটত আমলখিৰ ৰস পান কৰক৷ এই পানীয়ত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি আছে৷ যিয়ে দেহৰ অতিৰিক্ত ইউৰিক এছিড বাহিৰ কৰি দিয়ে৷ ইয়াৰোপৰি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!
জীৱনশৈলী

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

September 10, 2026
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!
জীৱনশৈলী

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

September 10, 2026
Next Post
কণীৰ কুহুম খাব নে বগা অংশ খাব? কোনটো খালে দেহে বেছিকৈ পুষ্টি পাব?

কণীৰ কুহুম খাব নে বগা অংশ খাব? কোনটো খালে দেহে বেছিকৈ পুষ্টি পাব?

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.