• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়েই নিমখ খোৱা কমাওক! অত্যধিক নিমখ খালে কি কি ৰোগৰ সম্ভাৱনা থাকে?

1 year ago
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

1 hour ago
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

3 hours ago
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

4 hours ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

6 hours ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

7 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

8 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

আজিয়েই নিমখ খোৱা কমাওক! অত্যধিক নিমখ খালে কি কি ৰোগৰ সম্ভাৱনা থাকে?

আজিয়েই নিমখ খোৱা কমাওক! অত্যধিক নিমখ খালে কি কি ৰোগৰ সম্ভাৱনা থাকে?

editor by editor
September 10, 2024
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
আজিয়েই নিমখ খোৱা কমাওক! অত্যধিক নিমখ খালে কি কি ৰোগৰ সম্ভাৱনা থাকে?
0
SHARES
377
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱা পানী খোৱাৰ পৰা দুপৰীয়া ভাত খোৱা কিংবা নিশাৰ আহাৰ যিয়েই নাখাওক কিয় পাতত কেঁচা নিমখ লোৱাটো বহুতৰেই অভ্যাস৷ কেঁচা নিমখ নোখোৱাকৈ থাকিব নোৱাৰাটো বহুলোকৰেই স্বভাৱ৷ কিন্তু এই কামেই বিপদ মাতিছে৷ নিমখ বেছি খোৱা একেবাৰেই উচিত নহয়, বিশেষকৈ যদি কেঁচা নিমখ খাই তেন্তে কথাই নাই৷ ইয়াতেই আছে ছডিয়ামৰ ভাণ্ডাৰ৷ বেছিকৈ নিমখ খালে শৰীৰত প্ৰভাৱ পৰে৷ জানক কেঁচা নিমখ খালে শৰীৰৰ কি কি উপকাৰ হয়?

ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত থাকিব

হাই ব্লাড প্ৰেছাৰ এক ক্ৰনিক ৰোগ৷ ৰক্তচাপ বাঢ়িলে হাৰ্ট এটেক, ষ্ট্ৰোককে ধৰি একাধিক সমস্যাই দেখা দিব পাৰে৷ এই সমস্যাৰ পৰা মুক্তি পাবলৈ হ’লে কেঁচা নিমখ খোৱাৰ অভ্যাস ত্যাগ কৰক৷ নিমখত আছে ছডিয়ামৰ ভাণ্ডাৰ যিয়ে শৰীৰৰ পানী ধৰি ৰাখে৷ যাৰ ফলত ৰক্তচাপ বাঢ়ে৷ নিমখ কমকৈ খালে এই সমস্যা দূৰ হয়৷

ষ্ট্ৰোক

মস্তিষ্কৰ জটিল অসুখ হৈছে ষ্ট্ৰোক৷ এই ৰোগত এবাৰ আক্ৰান্ত হ’লে প্ৰাণলৈ সংশয়ো আহে৷ বহুতৰে প্ৰাণ বাচি গ’লেও পেৰালাইচিছ হৈ যায়৷ সেয়ে পূৰ্বেই সতৰ্ক হওক৷ প্ৰতিদিনেই অলপ অলপকৈ  নিমখ খোৱা কমালেই অনায়াসে এই ৰোগৰ পৰা দূৰত থাকিব পাৰিব৷

কিডনীৰ স্বাস্থ্য

আমাৰ শৰীৰৰ পৰা ক্ষতিকৰ সকলো উপাদানক বাহিৰ কৰি দিয়ে কিডনীয়ে৷ ইয়াৰোপৰি বিভিন্ন হৰমণৰ তৈয়াৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণসহ একাধিক কাম কৰে এই অংগই৷ নিমখ বেছিকৈ খালে কিডনিয়ে অতিৰিক্ত পৰিশ্ৰম কৰিব লাগে৷ যাৰ পৰা হ’ব পাৰে ক্ৰনিক কিডনি ডিজিজ৷ সেয়ে নিমখ কমাই খাওক৷

ষ্ট’মাক কেঞ্চাৰ

অত্যধিক নিমখ খালে পাকস্থলীৰ লাইনিঙৰ ক্ষতি হ’ব পাৰে৷ ফলত হ’ব পাৰে ষ্টমাক আলছাৰ৷ প্ৰতিদিনে অত্যধিক পৰিমানে নিমখ খালে ষ্টমাক কৰ্কটৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ সেয়ে কেঁচা নিমখ খোৱাটো ত্যাগ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
জীৱনশৈলী

December 5, 2025
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ
জীৱনশৈলী

বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

December 5, 2025
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?
জীৱনশৈলী

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

December 5, 2025
Next Post
পশ্চিমী দুনীয়াক প্ৰত্যাহ্বান জনাই কিম জং উনে কৰিলে বৃহৎ ঘোষণা

এইসমূহ খাদ্যই ভিটামিন ডিৰ ভাণ্ডাৰ, দৈনিক খালে হাড়ৰ বিষ দূৰ হ’ব খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন