• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পশ্চিমী দুনীয়াক প্ৰত্যাহ্বান জনাই কিম জং উনে কৰিলে বৃহৎ ঘোষণা

পশ্চিমী দুনীয়াক প্ৰত্যাহ্বান জনাই কিম জং উনে কৰিলে বৃহৎ ঘোষণা

2 years ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

10 minutes ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

59 minutes ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

1 hour ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

2 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

2 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

3 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

3 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

4 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

4 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

5 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

5 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পশ্চিমী দুনীয়াক প্ৰত্যাহ্বান জনাই কিম জং উনে কৰিলে বৃহৎ ঘোষণা

পশ্চিমী দুনীয়াক প্ৰত্যাহ্বান জনাই কিম জং উনে কৰিলে বৃহৎ ঘোষণা

editor by editor
September 11, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
পশ্চিমী দুনীয়াক প্ৰত্যাহ্বান জনাই কিম জং উনে কৰিলে বৃহৎ ঘোষণা
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিমী দুনীয়াক আকৌ এবাৰ প্ৰত্যাহ্বান জনাই পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ বঢ়োৱাৰ কথা ঘোষণা কৰিলে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনে৷ মঙলবাৰে তেওঁ ঘোষণা কৰি কয়, ‘আমি পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰিব খোজো৷ সেই উদ্দেশ্যে এক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণনীতি বাস্তবায়নৰ কাম আৰম্ভ হৈছে৷’ সম্প্ৰতি উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰবাহী ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰিছিল৷ তাৰপাছতেই এই ঘোষণা কিমৰ৷ প্ৰসংগত আমেৰিকাৰ সামৰিক পৰ্যবেক্ষণ সংক্ৰান্তিয় গৱেষণা সংস্থা ‘চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্ব্যনেল ষ্টাডিজৰ উপদেষ্টা আৰু সেই দেশৰ জাতীয় নিৰাপত্তা পৰিষদৰ পূৰ্ব এছিয়া বিভাগৰ প্ৰাক্তন প্ৰধান ক্ৰিছ জনষ্টোনে কেইবছৰ পূৰ্বে জনাইছিল যে, পাৰমাণৱিক পৰীক্ষা আৰু অস্ত্ৰ নিৰ্মাণৰ প্ৰয়োজনীয় উপাদান যথেষ্ট পৰিমানে সংগ্ৰহ কৰিছে কিম চৰকাৰে৷ ইয়াৰ পূৰ্বে ২০২২ চনৰ অক্টোবৰত ২০০০ কিঃমিঃ পাল্লাৰ পাৰমাণৱিক অস্ত্ৰ বহন ক্ষমতাসম্পন্ন ক্ৰুজ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰিছিল উত্তৰ কোৰিয়াই৷ তাৰপাছতেই কিমে কৈছিল, ‘শত্ৰুসকলক মনত পেলাই দিব খোজো যে আমাৰ দেশে পাৰমাণৱিক যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত৷’ মঙলবাৰে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় গণমাধ্যম কেছিএনছে জনাইছে যে সেই দেশৰ প্ৰতিষ্ঠা দিৱসৰ কৰ্মসূচীত কিমে কৈছিল, ‘জাতীয় নিৰাপত্তাৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে যি কোনো সময়ত পাৰমাণৱিক অস্ত্ৰ সঠিকভাৱে ব্যৱহাৰ কৰাৰ বাবে প্ৰস্তুতি চলাব লাগিব৷’ একদলীয় উত্তৰ কোৰিয়াৰ শাসক চেন্ট্ৰেল কমিটি অৱ দ্যা ৱাৰ্কাৰ্ছ পাৰ্টী অৱ কোৰিয়াৰ নেতৃত্বকো যিকোনো পৰিস্থিতি মোকাবিলাৰ বাবে সাজু থাকিবলৈ বাৰ্তা দিছে কিম জং উনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

June 7, 2026
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 
ভাৰত

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

June 7, 2026
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ
প্ৰযুক্তি

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

June 7, 2026
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?
বিশ্ব

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

June 7, 2026
Next Post
এইসমূহ খাদ্যই ভিটামিন ডিৰ ভাণ্ডাৰ, দৈনিক খালে হাড়ৰ বিষ দূৰ হ’ব খাটাং

এইসমূহ খাদ্যই ভিটামিন ডিৰ ভাণ্ডাৰ, দৈনিক খালে হাড়ৰ বিষ দূৰ হ’ব খাটাং

প্ৰেয়সী বা প্ৰেমিকৰ সৈতে বয়সৰ বহু পাৰ্থক্য আছে? সম্পৰ্ক সুমধুৰ কৰিবলৈ গুৰুত্ব দিয়ক এই ৬ বিষয়ত

প্ৰেয়সী বা প্ৰেমিকৰ সৈতে বয়সৰ বহু পাৰ্থক্য আছে? সম্পৰ্ক সুমধুৰ কৰিবলৈ গুৰুত্ব দিয়ক এই ৬ বিষয়ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.