• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেয়সী বা প্ৰেমিকৰ সৈতে বয়সৰ বহু পাৰ্থক্য আছে? সম্পৰ্ক সুমধুৰ কৰিবলৈ গুৰুত্ব দিয়ক এই ৬ বিষয়ত

2 years ago
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

22 minutes ago
ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

33 minutes ago
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

52 minutes ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

1 hour ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

2 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

4 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

5 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

6 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেয়সী বা প্ৰেমিকৰ সৈতে বয়সৰ বহু পাৰ্থক্য আছে? সম্পৰ্ক সুমধুৰ কৰিবলৈ গুৰুত্ব দিয়ক এই ৬ বিষয়ত

প্ৰেয়সী বা প্ৰেমিকৰ সৈতে বয়সৰ বহু পাৰ্থক্য আছে? সম্পৰ্ক সুমধুৰ কৰিবলৈ গুৰুত্ব দিয়ক এই ৬ বিষয়ত

editor by editor
September 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
প্ৰেয়সী বা প্ৰেমিকৰ সৈতে বয়সৰ বহু পাৰ্থক্য আছে? সম্পৰ্ক সুমধুৰ কৰিবলৈ গুৰুত্ব দিয়ক এই ৬ বিষয়ত
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম জীৱনলৈ কেতিয়া কেনেকৈ আহে সেয়া একমাত্ৰ ভগৱানেহে জানে৷ কেতিয়াবা যদি বাল্যকালত প্ৰেম আহে কেতিয়াবা আকৌ ৮০ বছৰতো প্ৰেম আহে৷ প্ৰেমত বয়স থাকক বা নাই ৰোমাণ্টিকতাই প্ৰধান কথা৷ প্ৰেম মানেই মনৰ বসন্ত৷ অৰ্থাৎ চৌদিশে প্ৰেম প্ৰেম ভাৱ৷  যদি কম বয়সীয়া মহিলাৰ সৈতে বয়সীয়াল পুৰুষৰ সম্পৰ্ক বা বয়সীয়াল মহিলাৰ সৈতে কমবয়সীয়া পুৰুষৰ সম্পৰ্ক হয় তেতিয়া কেনেকৈ সম্পৰ্কটোক অধিক ৰোমাণ্টিক কৰি তুলিব?

১. প্ৰথমেই দুজনে দুজনক সময় দিয়ক৷ প্ৰেমত হাবুডুবু খোৱাৰ পূৰ্বে নিজকে বুজক, নিজকে জানক৷ প্ৰয়োজনত কথাবোৰ এজনে আনজনৰ সৈতে শ্বেয়াৰ কৰত৷

২. বয়সীয়াল লোকৰ সৈতে প্ৰেম হ’লে চেঙেলীয়া প্ৰেমৰ সেই পাগলামীও নাথাকে৷ গতিকে নিজকে আপুনি পৰিপক্ক এজন ব্যক্তি হিচাপে আগুৱাই নিয়ক৷ দীৰ্ঘস্থায়ী সম্পৰ্ক বিচাৰিলে দুয়োজনে পৰিপক্কভাৱে চিন্তা কৰি আগবাঢ়ক৷

৩. যদি আলাপ কৰি সময় কটাবলৈ পছন্দ নকৰে তেন্তে একেবাৰেই ইমোছোনেল সম্পৰ্কত সোমাই নপৰিব৷ কাৰণ আপুনি আৱেগিক সম্পৰ্কৰ গঢ়ি তুলিলে সেই সম্পৰ্কৰ পৰা ওলাই অহা খুবেই কঠিন৷

৪. নিজৰ পছন্দ আৰু অপছন্দৰ কথাবোৰ স্পষ্ট কৰি দিয়ক৷ তেতিয়া সম্পৰ্কক আগুৱাই নিয়াত সহজ হ’ব৷

৫. অন্যক ভালপোৱাৰ আগতে নিজক ভালপাওক৷ নিজৰ চেহাৰা আৰু মেণ্টেল হেলথক গুৰুত্ব দিয়ক৷ তেতিয়া দেখিব সুস্থ এক সম্পৰ্ক আগুৱাই নিব পাৰিব৷

৬. বিবাহৰ প্লেন ঘপককৈ নল’ব৷ সংগীক জনাওক আপোনাৰ ভৱিষ্যৎ প্লেন কি? সংগীৰ সৈতে আলোচনা কৰি সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক৷ দেখিব সকলোবোৰ সম্পৰ্কই সুমধুৰ সম্পৰ্ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ
জীৱনশৈলী

April 22, 2026
ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?
জীৱনশৈলী

ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

April 22, 2026
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী
জীৱনশৈলী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

April 22, 2026
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ
প্ৰযুক্তি

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

April 22, 2026
Next Post
অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

মহাকাশত সুনীতা আৰু উইলমোৰ নতুন বিপদ! ষ্টাৰলাইনাৰ কেপছুলৰ পৰা ওলাইছে অদ্ভুত শব্দ, কি সিদ্ধান্ত নাছাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন