• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত সুনীতা আৰু উইলমোৰ নতুন বিপদ! ষ্টাৰলাইনাৰ কেপছুলৰ পৰা ওলাইছে অদ্ভুত শব্দ, কি সিদ্ধান্ত নাছাৰ?

মহাকাশত সুনীতা আৰু উইলমোৰ নতুন বিপদ! ষ্টাৰলাইনাৰ কেপছুলৰ পৰা ওলাইছে অদ্ভুত শব্দ, কি সিদ্ধান্ত নাছাৰ?

2 years ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

6 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

6 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

7 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

8 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

8 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

11 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

11 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

12 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

12 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

14 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

1 day ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশত সুনীতা আৰু উইলমোৰ নতুন বিপদ! ষ্টাৰলাইনাৰ কেপছুলৰ পৰা ওলাইছে অদ্ভুত শব্দ, কি সিদ্ধান্ত নাছাৰ?

মহাকাশত সুনীতা আৰু উইলমোৰ নতুন বিপদ! ষ্টাৰলাইনাৰ কেপছুলৰ পৰা ওলাইছে অদ্ভুত শব্দ, কি সিদ্ধান্ত নাছাৰ?

editor by editor
September 11, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
মহাকাশত সুনীতা আৰু উইলমোৰ নতুন বিপদ! ষ্টাৰলাইনাৰ কেপছুলৰ পৰা ওলাইছে অদ্ভুত শব্দ, কি সিদ্ধান্ত নাছাৰ?
0
SHARES
367
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বছৰৰ জুন মাহৰ পৰা প্ৰযুক্তিগত ত্ৰুটিৰ কাৰণে আন্তৰ্জাতিক মহাকাশ ষ্টেচনত আছে বোয়িঙৰ ষ্টাৰলাইনাৰ কেপছুল৷ সেই কেপচুলতেই আৱদ্ধ হৈ আছে বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছ৷ তেতিয়াৰ পৰা ষ্টাৰলাইনাৰ নানান তথ্য সন্মুখত আহিছে৷ এইবাৰ তেনে এক তথ্যই উদ্বেগ বঢ়াইছে৷ জনা গৈছে যে, ষ্টাৰলাইনাৰৰ পৰা এক অদ্ভুত শব্দ ভাঁহি আহিছে৷ শনিবাৰে সুনীতাৰ সৈতে উইলমোৱে এই শব্দ শুনিবলৈ পাইছে৷ মহাকাশযানৰ ভিতৰৰ এক স্পিকাৰৰ পৰা এই শব্দ আহিছিল৷

নাছাৰ সূত্ৰৰ খবৰ অনুসৰি হিউষ্টনৰ মিছন কন্ট্ৰলক উইলমোয়ে কৈছে, ‘ষ্টাৰলাইনাৰ সম্পৰ্কে আমি এক কথা জানিব পাৰিছো৷ আমি স্পিকাৰৰ পৰা এক অদ্ভুত শব্দ ভাহি অহা শুনিছো৷ কিয় হঠাৎ এই শব্দ কৰ পৰা আহিছে আমি বুজিব পৰা নাই৷’ ইয়াৰপাছতেই উইলমোৱে মিছন কন্ট্ৰলক অনুৰোধ কৰিছে শব্দটো শুনাৰ বাবে৷ মিছন কন্ট্ৰলেও শব্দটো শুনা পায়৷ জনাই যে এয়া এক ধৰণৰ কম্পনৰ শব্দ৷ এই শব্দৰ কাৰণ সম্পৰ্কে এতিয়া পৰ্যন্ত নিশ্চিতভাৱে জানিব পৰা হোৱা নাই৷ বুচ উইলমো আৰু সুনীতাই বোয়িঙৰ ষ্টাৰলাইনাৰলৈ যাত্ৰা কৰিছিল৷ কিন্তু উভতি অহাৰ সময়ত বোয়িঙৰ ষ্টাৰলাইনাৰ কেপছুলৰ থ্ৰাষ্টত প্ৰযুক্তিগত সমস্যাই দেখা দিয়ে৷ ইয়াৰ সৈতে হিলিয়াম লিকেও কাম কৰা বন্ধ কৰি দিয়ে৷ ফলত ৮ দিনৰ মিছল বাঢ়ি ৮মাহ হৈছেগৈ৷ সমস্যা ইমানেই গুৰুতৰ যে নাছাই কেপচুলটোৰ সৈতে দুই মহাকাশচাৰীক মহাকাশতেই এৰি আহিবলৈ বাধ্য হৈছে৷

সেই সময়ত কেপচুলটিক কি কৰা হ’ব তাক লৈ তৰ্কাতৰ্কিত সোমাই পৰিছিল ইঞ্জিনীয়াৰ৷ তাৰ ওপৰত হঠাৎ অহা এই শব্দই জন্ম দিছে উদ্বেগৰ৷ সুনীতা আৰু উইলমোৰে ২০২৫ৰ ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতি আহিব বুলি আশা কৰা হৈছে৷ এলন মাস্কৰ সংস্থা স্পেছ এক্সৰ মহাকাশযানৰ সহায়ত দুই মহাকাশচাৰীক উভতাই অনাৰ পৰিকল্পনা কৰা হৈছে৷ নাছাই সম্প্ৰতি জনাইছে যে বোয়িং ষ্টাৰলাইনাৰকো অতি শীঘ্ৰেই পৃথিৱীলৈ ঘূৰাই অনা হ’ব৷ কিন্তু এই ষ্টাৰলাইনাৰৰ সৈতে সুনীতা আৰু উইলমো নাহে৷ অৰ্থাৎ তেওঁলোকক অবিহনেই উভতি আহিব যানখন৷ ইয়াৰপাছতেই ২০২৫ৰ ফেব্ৰুৱাৰীত দুই মহাকাশ অভিযাত্ৰীকেই স্পেছ এক্স মহাকাশযানৰ মাধ্যমেৰে উভতাই অনা হ’ব৷ বোয়িং আৰু নাছাৰ মাধ্যমেৰে একাধিক বৈঠকৰ পাছত এই সিদ্ধান্ত লোৱা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি
ভাৰত

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

June 25, 2026
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

June 25, 2026
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
Next Post
ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

২১ শতিকাতেই শেষ হ’ব মানুহৰ অস্তিত্ব! কেনেকৈ বিলুপ্ত হ’ব মানুহ? কি কয় বিজ্ঞানীয়ে?

২১ শতিকাতেই শেষ হ’ব মানুহৰ অস্তিত্ব! কেনেকৈ বিলুপ্ত হ’ব মানুহ? কি কয় বিজ্ঞানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.