• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

2 years ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

17 minutes ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

1 hour ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

4 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

4 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

6 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

7 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

7 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

8 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

9 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

editor by editor
September 11, 2024
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়
0
SHARES
313
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱীপক্ষ আৰম্ভ হ’বলৈ মাজতনো আৰু কিমান দিন? আকাশত শুকুলা মেঘ, উজ্বল ৰ’দ অথচ গৰম তেনেই কম৷ শেৱালীৰ সুবাস, নৈ পাৰত কহুঁৱা ফুল এই সুন্দৰ পৰিবেশৰ মাজতেই আগমণ দেৱী দুৰ্গাৰ৷ পূজাৰ চাৰিদিন আনন্দৰ শেষ নাই৷ দশভূজাৰ  আৰাধনা কৰিবলৈ সাজু হৈ থাকে সকলো৷ দেৱীৰ দহ হাতত দহটা অস্ত্ৰ৷ কোনখন হাতত কি কি অস্ত্ৰ থাকে দেৱীৰ সেই কথা বহুতৰেই অজ্ঞাত৷ দেৱীৰক হাতত থকা অস্ত্ৰসমূহ কিন্তু দেৱীক উপহাৰ দিয়াহে৷ দেৱতাসকলে দেৱীক সেই বিশেষ অস্ত্ৰসমূহ প্ৰদান কৰিছিল৷ সেই অস্ত্ৰসমূহ কিহৰ প্ৰতীক? এই বিষয়টোক লৈ বহুতৰেই প্ৰশ্ন থাকে৷ দশঅস্ত্ৰৰ কথা ক’লে মহামায়াৰ আবিৰ্ভাৱৰ বিষয়ে জানিব লাগিব৷ কিয় আবিৰ্ভাৱ হৈছিল মা দূৰ্গাৰ?

মহিষাসুৰৰ অত্যাচাৰত দেৱকূল অতিষ্ঠ হৈ পৰিছিল৷ ফলত দেৱতাসকলে স্বৰ্গলোক ত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ ইফালে ব্ৰহ্মাৰ বৰত কাৰ্যত অমৰত্ব লাভ কৰিছিল মহিষাসুৰে৷ তেওঁক একমাত্ৰ মহিলাইহে বধ কৰিব পাৰিব৷ তেতিয়াই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মিলিত তেজে সৃষ্টি কৰে মহামায়া দুৰ্গাৰ৷ দেৱীৰ আৱিৰ্ভাৱ হ’ল কিন্তু অসুৰৰ সৈতে যুদ্ধ কৰিবলৈ অস্ত্ৰৰ দৰকাৰ৷ সকলো দেৱতাই নিজৰ সেই অস্ত্ৰসমূহ তুলি দিয়ে মা দুৰ্গাৰ হাতত৷ দুৰ্গাক সজোৱা হ’ল সংহাৰৰূপিণী ৰূপে৷

কোন দেৱতাই কি অস্ত্ৰ দিছে?

ত্ৰিশূলঃ মহাদেৱে তেওঁৰ ত্ৰিশূল দিয়ে দেৱী অয়ন্তিকাক৷ ত্ৰিশূলৰ তিনিটা ফলাই তিনিটা গুণ বহন কৰে৷ তিনিটি ফলা হৈছে সত্ত্ব, ৰজঃ আৰু তমঃ৷ সত্ত্ব ধৰ্মজ্ঞানৰ প্ৰতীক৷ ৰজঃ ফলাটো অহংকাৰ আৰু তমঃই বহন কৰে অন্ধকাৰৰ দিশে৷ ত্ৰিশূল দিয়েই মহিষাসুৰক বধ কৰে দেৱীয়ে৷

সুদৰ্শন চক্ৰঃ মা দুৰ্গাত সুদৰ্শন চক্ৰ দিছিল ভগৱান বিষ্ণুৱে৷ এই চক্ৰই নিৰ্দেশ কৰে বিশ্ব নিয়ন্ত্ৰিত হয় দেৱীৰ দ্বাৰা আৰু ব্ৰহ্মাণ্ড আৱৰ্তিত হয় সৃষ্টিক কেন্দ্ৰ কৰি৷ ইয়াৰ সৈতে এই অস্ত্ৰ দৃঢ়তা আৰু সংহতিৰ প্ৰতীকো

শঙ্খঃ   শঙ্খ হৈছে মঙলৰ প্ৰতীক৷ ইয়াৰ শব্দত স্বৰ্গ, মৰ্ত্য আৰু নৰক জুৰি থকা সকলো অশুভ শক্তি দুৰ্বল হৈ পৰে৷ দেৱী দুৰ্গাক শঙ্খ দিছিল বৰুণদেৱে৷

বজ্ৰঃ দেৱৰাজ ইন্দ্ৰই মা দুৰ্গাক বজ্ৰ অস্ত্ৰ দিছিল৷ বজ্ৰ আত্মশক্তিৰ প্ৰতীক৷ মেঘৰ ঘৰ্ষণত বজ্ৰশক্তিৰ দৰে তেজ উৎপন্ন হয়৷ তেতিয়াই আত্মশক্তি তৈয়াৰ হয় কৰ্মৰ পৰা৷ সেই প্ৰতীকেই বহন কৰে বজ্ৰ৷

গদাঃ যমৰাজে দেৱী দুৰ্গাক দিছিল গদা৷ যাক কালদণ্ড নামেৰেও জনা যায়৷ এই অস্ত্ৰ আনুগত্য, ভালপোৱা আৰু ভক্তিৰ প্ৰতীক৷ ইয়াৰ সৈতে শক্তিৰো প্ৰতীক৷

তিৰ বা ধনুঃ দুৰ্গাক তিৰ বা ধনু দিছিল সূৰ্যদেৱে৷ ধনুৱে মক্ষমতাক নিৰ্দেশ কৰে৷ তিৰ গতীময়তাৰ প্ৰতীক৷ তিৰ ধনুৱে বুজাই যে মা দুৰ্গা ব্ৰহ্মাণ্ডৰ শক্তিৰ উৎস৷

পদ্মঃ দেৱী দুৰ্গাক পদ্ম দিছিল সৃষ্টিকৰ্তা ব্ৰহ্মদেৱে৷ অৰ্ধস্ফুট পদুম শুভ চেতনাৰ প্ৰতীক৷ দেৱীৰ আশীৰ্বাদত অন্ধকাৰ দূৰ হৈ পোহৰৰ সঞ্চাৰ হয়৷ সেই শুভশক্তিৰ বাৰ্তা দিয়ে পদুমফুলে৷

সৰ্পঃ নাগৰাজ বা শেষনাগে অস্ত্ৰ হিচাপে সৰ্প প্ৰদান কৰিছিল৷ সৰ্প হৈছে চেতনা আৰু শক্তিৰ প্ৰতীক৷ সাধনাৰ মাধ্যমেৰে উচ্চস্তৰত উপস্থিত হ’ব পাৰে৷ এই প্ৰতীক বহন কৰে সৰ্পই৷

কুঠাৰঃ কুঠাৰ হ’ল অশুভ শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ প্ৰতীক৷ যি কোনো পৰিস্থিতিত ভয় নকৰাটোৱে বুজায় কুঠাৰে৷

অচিঃ অচি গণেশৰ অস্ত্ৰ৷ গণেশে দেৱীক প্ৰদান কৰিছিল এই অস্ত্ৰ৷ ইয়াৰ অৰ্থ জ্ঞান৷ ই ধীৰশক্তিৰ প্ৰতীক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?
বাণিজ্য

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

July 17, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
Next Post
মহাকাশত সুনীতা আৰু উইলমোৰ নতুন বিপদ! ষ্টাৰলাইনাৰ কেপছুলৰ পৰা ওলাইছে অদ্ভুত শব্দ, কি সিদ্ধান্ত নাছাৰ?

মহাকাশত সুনীতা আৰু উইলমোৰ নতুন বিপদ! ষ্টাৰলাইনাৰ কেপছুলৰ পৰা ওলাইছে অদ্ভুত শব্দ, কি সিদ্ধান্ত নাছাৰ?

ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

ঘৰত কিমান টকা নগদ ৰাখিলে সমস্যাত পৰিব আপুনি? কি কৈছে আয়কৰ আইনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.