• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইসমূহ খাদ্যই ভিটামিন ডিৰ ভাণ্ডাৰ, দৈনিক খালে হাড়ৰ বিষ দূৰ হ’ব খাটাং

1 year ago
নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

8 hours ago
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

9 hours ago
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

10 hours ago
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

11 hours ago
১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

12 hours ago
শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

13 hours ago
লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

14 hours ago
আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

15 hours ago
অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

1 day ago
জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, December 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

এইসমূহ খাদ্যই ভিটামিন ডিৰ ভাণ্ডাৰ, দৈনিক খালে হাড়ৰ বিষ দূৰ হ’ব খাটাং

এইসমূহ খাদ্যই ভিটামিন ডিৰ ভাণ্ডাৰ, দৈনিক খালে হাড়ৰ বিষ দূৰ হ’ব খাটাং

editor by editor
September 11, 2024
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
এইসমূহ খাদ্যই ভিটামিন ডিৰ ভাণ্ডাৰ, দৈনিক খালে হাড়ৰ বিষ দূৰ হ’ব খাটাং
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাড়ক শক্তিশালী কৰাৰ পৰা আৰম্ভ কৰি ইমিউনিটি বৃদ্ধি কৰিবলৈ সহায় কৰে ভিটামিন-ডিয়ে৷ আনকি মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ ভিটামিন ডি অপৰিহাৰ্য৷ অথচ, এই পুষ্টিৰ ঘাটিক লৈ বহুতেই সচেতন নহয়৷ ঘনে ঘনে চৰ্দি কাঁহত ভোগা, হাড়ৰ বিষ আদিয়েই শৰীৰত ভিটামিন-ডি কমাৰ লক্ষণ৷

সাধাৰণতে ভিটামিন ডিৰ অভাৱ হ’লে চাপ্লিমেণ্ট খাব লাগে৷ কিন্তু যদি সেয়া বিপদসীমাৰ ওচৰত থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী৷ চিকিৎসকৰ পৰামৰ্শৰ ওপৰিও ৫ধৰণৰ খাদ্য আছে যাৰ পৰা ভিটামিন ডি পোৱা যায়৷

মাছঃ নিয়মিত মাছ খালে দেহত ভিটামিন ডিৰ ঘাটি সহজেই দূৰ হয়৷ চেষ্টা কৰক সামুদ্ৰিক মাছ খাওক৷ ইয়াৰ পৰা দেহত ভিটামিন ডিৰ ঘাটি পূৰণৰ ওপৰিও আৰু বহু উপকাৰীতা পাব৷

কণীঃ কণীতো ভিটামিন ডি পোৱা যায়৷ দৈনিক এটাকৈ কণী বইল কৰি খালে দেহত ভিটামিন ডিৰ ঘাটি পূৰণ হয়৷ কলষ্টেৰল থাকিলে কণীৰ বগা অংশটোহে খাব৷ কুহুম এৰাই চলক৷

মাছৰুমঃ মাছৰুমত ভিটামিন ডি পোৱা যায়৷ বহুতেই মাছৰুম খাবলৈ পছন্দ নকৰে৷ কিন্তু দেহত ভিটামিন ডিৰ ঘাটি পূৰণত মাছৰুম অনন্য উপাদান৷

চয়াবিনঃ বহুতেই ঘৰত চয়াবিন খায়৷ চয়াবিনতো যথেষ্ট পৰিমাণে ভিটামিন ডি পোৱা যায়৷

ওটছঃ পুৱা দৈনিক মাখন, পাউৰুটি খোৱাৰ সলনি ওটছ খোৱা আৰম্ভ কৰক৷ ওটছ খালে দেহত ভিটামিন ডিৰ ঘাটি পূৰণ হয়৷ ইয়াৰোপৰি দেহত ৰক্ত শৰ্কৰাৰ মাত্ৰা, কোলোষ্টেৰলৰ মাত্ৰাও নিয়ন্ত্ৰণত থাকে৷ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে মুক্তি পোৱা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও
জীৱনশৈলী

December 13, 2025
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

December 13, 2025
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?
জীৱনশৈলী

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

December 13, 2025
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?
জীৱনশৈলী

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

December 13, 2025
Next Post
প্ৰেয়সী বা প্ৰেমিকৰ সৈতে বয়সৰ বহু পাৰ্থক্য আছে? সম্পৰ্ক সুমধুৰ কৰিবলৈ গুৰুত্ব দিয়ক এই ৬ বিষয়ত

অসুৰ বধৰ বাবে দেৱী দুৰ্গাক কোন দেৱতাই কি অস্ত্ৰ দিছিল? জানক সেই অস্ত্ৰসমূহে কিহৰ প্ৰতীক বুজায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন