• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত ভিটামিন চিৰ অভাৱ হৈছে নেকি? কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ শৰীৰত এই ভিটামিনৰ খুবেই অভাৱ হৈছে?

শৰীৰত ভিটামিন চিৰ অভাৱ হৈছে নেকি? কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ শৰীৰত এই ভিটামিনৰ খুবেই অভাৱ হৈছে?

10 months ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

21 seconds ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

41 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

1 hour ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

2 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত ভিটামিন চিৰ অভাৱ হৈছে নেকি? কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ শৰীৰত এই ভিটামিনৰ খুবেই অভাৱ হৈছে?

শৰীৰত ভিটামিন চিৰ অভাৱ হৈছে নেকি? কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ শৰীৰত এই ভিটামিনৰ খুবেই অভাৱ হৈছে?

editor by editor
June 3, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
শৰীৰত ভিটামিন চিৰ অভাৱ হৈছে নেকি? কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ শৰীৰত এই ভিটামিনৰ খুবেই অভাৱ হৈছে?
0
SHARES
968
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভিটামিন চি এছকৰবিক এচিড নামেৰেও পৰিচিত৷ আমাৰ শৰীৰৰ বাবে এক অত্যন্ত প্ৰয়োজনীয় পুষ্টি উপাদান৷ ইয়াৰ অভাৱত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ ভিটামিন চিৰ অভাৱত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা, চুলি ৰুক্ষ হোৱা, জয়েণ্ট বিষ আৰু শৰীৰৰ বিভিন্ন অংশৰ বিষ বা ফোলাভাৱে দেখা দিব পাৰে৷ সেয়ে দৈনন্দিন খাদ্যতালিকাত ভিটামিন চি সমৃদ্ধ খাদ্য যেনে নেমু, আমলখি, মধুৰী, কমলাটেঙা, ষ্ট্ৰবেৰী, ব্ৰকলি ইত্যাদি ৰখা অত্যন্ত জৰুৰী৷ কেনেকৈ বুজিব দেহত ভিটামিন চিৰ অভাৱ হৈছে?

দাঁতৰ আলুৰ পৰা ৰক্তপাত বা দাঁতৰ সমস্যা

ভিটামিন চিৰ অভাৱত স্কাৰ্ভি নামৰ ৰোগ হয়৷ যাৰ অন্যতম প্ৰধান লক্ষণ হৈছে দাঁতৰ আলু দুৰ্বল হোৱা, দাঁতৰ আলু ফুলা আৰু আলুৰ পৰা ৰক্তপাত হোৱা৷ ই দাঁতৰ গঠন দুৰ্বল কৰি দিয়ে আৰু অত্যধিক দুৰ্বল হৈ দাঁত সৰিবও পাৰে৷

ৰক্তহীনতা

ভিটামিন চিয়ে শৰীৰত আয়ৰণ শোষণত সহায় কৰে৷ ইয়াৰ অভাৱ হলে শৰীৰে সঠিকভাৱে আয়ৰণ শোষণ কৰিব নোৱাৰে৷ যাৰ ফলত তেজত হিমগ্লবিনৰ মাত্ৰা কমি গৈ ৰক্তহীনতাই দেখা দিব পাৰে৷ ইয়াৰ ফলত শৰীৰ দুৰ্বল হৈ পৰিব পাৰে৷

ক্লান্তি বা দুৰ্বলতা

পৰ্যাপ্ত ভিটামিন চিৰ অভাৱত শৰীৰত শক্তি উৎপাদন প্ৰক্ৰিয়া ব্যাহত হব পাৰে৷ ইয়াৰ ফলত অলপতেই বেছি ক্লান্ত লগা, শাৰীৰিক দুৰ্বলতা আৰু অৱসাদে দেখা দিব পাৰে৷

ছাল শুকাই যোৱা বা ছালৰ অন্যান্য সমস্যা

ভিটামিন চি কোলাজেন নামৰ প্ৰটিন তৈয়াৰৰ বাবে অপৰিহাৰ্য৷ যিয়ে ছালক সুস্থ আৰু সুন্দৰ কৰি ৰাখে৷ ভিটামিন চিৰ অভাৱত ছালত কোলাজেন উৎপাদন কমি যায় ফলত ছাল শুকান, প্ৰাণহীন হৈ পৰিব পাৰে৷ ইয়াৰোপৰি ছালত সহজে দাগ পৰা বা সৰু সৰু ৰঙা দাগো দেখা যায়৷

ক্ষতস্থান সহজে শুকাই নোযোৱা

শৰীৰৰ কোনো স্থানত আঘাত লাগিলে বা কাটি গলে সেই ক্ষতস্থান দ্ৰুতগতিত শুকোৱাত ভিটামিন চিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰ অভাৱ হলে ক্ষতস্থান সহজে শুকাব নোখোজে আৰু সংক্ৰমণৰ আশংকাও বাঢ়ি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ
বাণিজ্য

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

April 7, 2026
Next Post
FASTag-ৰ নিয়মলৈ আহিছে বৃহৎ পৰিবৰ্তন! পুৰণি FASTag-অচল হৈ পৰিব নেকি? চালকসকলে কি কি বিষয়ত গুৰুত্ব দিব লাগিব এতিয়াৰে পৰা?

FASTag-ৰ নিয়মলৈ আহিছে বৃহৎ পৰিবৰ্তন! পুৰণি FASTag-অচল হৈ পৰিব নেকি? চালকসকলে কি কি বিষয়ত গুৰুত্ব দিব লাগিব এতিয়াৰে পৰা?

জুনতেই মালামাল হ’ব! সূৰ্য আৰু বৃহস্পতিৰ মহাসংযোগত ৬ৰাশি কোটিপতি হ’ব, আহিব ধন, বাঢ়িব সম্পত্তি, আৰু কি কি লাভালাভ?

জুনতেই মালামাল হ’ব! সূৰ্য আৰু বৃহস্পতিৰ মহাসংযোগত ৬ৰাশি কোটিপতি হ’ব, আহিব ধন, বাঢ়িব সম্পত্তি, আৰু কি কি লাভালাভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.