• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

9 months ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

31 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

1 hour ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

2 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

5 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

7 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

editor by editor
July 2, 2025 - Updated on July 3, 2025
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
0
SHARES
813
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুস্থতাৰ বাবে হাড়ত জোৰ থকা খুবেই গুৰুত্বপূৰ্ণ৷ ভুল খাদ্যভাষ, কেলছিয়াম আৰু ভিটামিন ডিৰ ঘাটি, শৰীৰচৰ্চাৰ অভাৱসহ একাধিক কাৰণত অলপ বয়সতেই হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে৷ ইয়াৰ সৈতে আৰম্ভ হয় জয়েণ্টৰ বিষ আৰু শৰীৰৰ দুৰ্বলতাৰ দৰে একাধিক সমস্যা৷ হাড় মজবুত ৰাখিবলৈ নিয়মিত কেইটামান অভ্যাস সলনি কৰাটো জৰুৰী৷ কি কি অভ্যাস এৰিব?

১. দীৰ্ঘক্ষণ বহি থকাঃ দীৰ্ঘক্ষণ ধৰি বহি থকা আৰু নিষ্ক্ৰিয়তাই দ্ৰুততৰভাৱে হাড়ৰ ঘনত্ব কমাই দিয়ে৷ বিশেষকৈ মেৰুদণ্ড আৰু নিতম্বৰ দৰে ওজন বহনকাৰী হাড়সমূহত জোৰ কমি যায়৷ আনকি অল্পবয়সীয়াসকলৰ মাজতো হাড়ৰ দুৰ্বলতাই দেখা দিয়ে৷

২. দীৰ্ঘদিনৰ ধূমপান আৰু ধপাতৰ ব্যৱহাৰঃ ধূমপানে হাড়ৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়৷ ই হাড়ৰ ৰক্ত প্ৰবাহ কমাই দিয়ে, কেলছিয়াম আৰু ভিটামিন ডি শোষণক ব্যাহত কৰে৷ ইয়াৰ সৈতে মহিলাসকলৰ মাজত ইষ্ট্ৰোজেন হৰমনৰ ভাৰসাম্য কমে আৰু অষ্টিওব্লাষ্ট নামক হাড় গঠনকাৰী কোষসমূহক ক্ষতিগ্ৰস্থ কৰে৷ অলপ ধূমপানেও হাড়ৰ ক্ষয় ক্ষতি বঢ়াই দিব পাৰে৷

৩. অতিৰিক্ত কফি পানঃ যদিও পৰিমিত কফি পান স্বাস্থ্যৰ বাবে উপকাৰী হয়, কিন্তু প্ৰতিদিনে ৩০০-৪০০ মিলিগ্ৰামতকৈ বেছি কেফেইনত অৰ্থাৎ প্ৰায় ৩-৪ কাপ কফি খালে শৰীৰৰ কেলছিয়াম শোষণত বাধা আহে আৰু প্ৰস্ৰাৱৰ মাধ্যমেৰে কেলছিয়ামৰ নিঃসৰণ বাঢ়ি যাব পাৰে৷ যিয়ে হাড়ৰ গঠন আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়৷

৪. নিয়মিত ছডা খোৱাঃ ছডাত ফছফৰিক এছিড নামৰ এটা ৰাসায়নিক যৌগ থাকে৷ এই যৌগটোত শৰীৰৰ সুক্ষ্ম কেলছিয়াম-ফছফৰাছে ভাৰসাম্যক ব্যাহত কৰে, যাৰ ফলত হাড়ৰ পৰা কেলছিয়ামৰ ক্ষয় বৃদ্ধি পায়৷ ছডাত থকা ফছফৰিক এছিডে পাচনতন্ত্ৰত কেলছিয়ামৰ সৈতে আৱদ্ধ হয় আৰু শোষণক বাধা দিয়ে৷

৫. টোপনিৰ অভাৱঃ পৰ্যাপ্ত টোপনি নহ’লে হাড়ৰ পুনৰ্গঠনৰ বাবে প্ৰয়োজনীয় হৰমনৰ ভাৰসাম্য ব্যাহত ঘটে৷ গভীৰ টোপনিয়ে হাড়ৰ গঠন আৰু মেৰামতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ নিয়মিত ৬-৭ ঘণ্টাতকৈ কম টোপনি হলে হাড়ৰ ঘনত্ব কমি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম
জীৱনশৈলী

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

March 30, 2026
Next Post
নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.