• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

1 year ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

15 minutes ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

58 minutes ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

2 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

2 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

3 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

3 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

4 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

4 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

5 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

6 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

6 hours ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

editor by editor
July 2, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহ আৰু নক্ষত্ৰৰ অৱস্থান সময়ে সময়ে পৰিবৰ্তিত হৈ থাকে আৰু সেই অনুসৰি জীৱনৰ বিভিন্ন ক্ষেত্ৰত পৰিবৰ্তন আহে৷ প্ৰতিমাহে এই পৰিবৰ্তনে নতুন সম্ভাৱনা আৰু নতুন চেলেঞ্জ লৈ আহে৷ জুলাই মাহেও কিছু অনুৰূপ বৈশিষ্ট্য লৈ আহিছে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাই এই সময়ত তেওঁলোকৰ কৰ্মজীৱনত নতুন দিশ নিৰ্দেশনা লাভ কৰিব৷ যিসকলে চাকৰি পৰিবৰ্তন কৰিব খুজিছে তেওঁলোকৰ বাবে এই সময় অনুকূল সময়৷ পদোন্নতি বা বিভাগীয় পৰিবৰ্তনৰ প্ৰবল সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ প্ৰশংসা কৰা হব আৰু দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা অৰ্থ লাভ কৰাৰ সম্ভাৱনা আছে৷ বেংক বেলেন্স বৃদ্ধি পাব আৰু আৰ্থিক স্থিতিশীলতা অনুভূত হব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাই জুলাই মাহত পুৰণি প্ৰচেষ্টাৰ ফল পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব৷ যিসকলে পদোন্নতি অপেক্ষাত আছিল তেওঁলোকেও সুসংবাদ পাব৷ যিসকলে ব্যক্তিগত ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবেও এই সময়ত নতুন অংশীদাৰিত্ব বা সম্প্ৰসাৰণৰ বাবে অনুকূল হ’ব৷ হঠাৎ আয় বৃদ্ধিৰ প্ৰৱল সম্ভাৱনা আছে৷ ৰিয়েল এষ্টেটৰ সৈতে সম্পৰ্কিয় বিষয়ত আপুনি সুবিধা পাব৷ কোনো পুৰণি লেনদেন পৰিশোধ কৰিব পাৰে৷ অৰ্থৰ আগমন আনন্দদায়ক হব৷ ব্যয়ৰ ওপৰত কিছু নজৰদাৰি কৰা প্ৰয়োজন৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে এই মাহত কৰ্মক্ষেত্ৰত বিশেষ স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে৷ যিসকল বেচৰকাৰী কামত জড়িত আছে তেওঁলোকৰ বাবে পদোন্নতি বা প্ৰশংসাৰ সময়৷ জুলাই মাহ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা লাভজনক হব৷ পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে৷ ব্যৱসায় বৃদ্ধি পাব আৰু নগদ ধন বাঢ়িব হাতত৷ আপুনি বেংকিং, আইনী বা চৰকাৰী কামত সাফল্য পাব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে কেৰিয়াৰ পৰিবৰ্তন বা সম্প্ৰসাৰণৰ সময়৷ আপুনি যদি বিদেশত পঢ়াশোনা কৰিছে বা কাম কৰাৰো পৰিকল্পনা কৰিছে তেন্তে অনুমোদন লাভৰ বাবে এয়া উপযুক্ত সময়৷ চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলেও সুসংবাদ পাব পাৰে৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ খণ্ডকালীন কাম বা পাৰ্শ্ব প্ৰকল্পৰ পৰাও আয় বৃদ্ধি পাব পাৰে৷ দীৰ্ঘদিন ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ ব্যয় বাঢ়িলেও ভাৰসাম্য বৰ্তি থাকিব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ বাবেও এই মাহটো শনিৰ চাৰেসাতিৰ শেষ পৰ্যায়৷ এই সময়ত চাপ নহয় বৰং সাফল্যৰ সময়৷ কেৰিয়াৰত দুৰ্দান্ত অগ্ৰগতি হব পাৰে৷ আপুনি নতুন দায়িত্ব পাব আৰু নেতৃত্বৰ ভূমিকাত অহাৰ সুযোগ পাব৷ আপুনি সাক্ষাৎকাৰ বা উপস্থাপনাৰ বাবে সাফল্য পাব পাৰে৷ দৰমহা বৃদ্ধি বা বোনাছৰ লক্ষণ আছে৷ যিসকলে ফ্ৰিলেন্সিং, প্ৰযুক্তিগত সৃজনশীল ক্ষেত্ৰৰ সৈতে যুক্ত তেওঁলোকে ভাল লাভ পাব পাৰে৷ বিনিয়োগত সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন৷ সম্পত্তি সংক্ৰান্তিয় সিদ্ধান্তসমূহ লাভজনক প্ৰমাণিত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি
ভাৰত

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী
অপৰাধ

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

October 1, 2026
Next Post
কাইলৈ অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ, তালিকাত আপুনি আছেনে?

কাইলৈ অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ, তালিকাত আপুনি আছেনে?

দৈনিক ৰাশিফল, চিত্ৰা নক্ষত্ৰত আজি শিবা যোগ, লক্ষ্মীবাৰত লক্ষ্মীলাভ কোন কোন ৰাশিৰ

দৈনিক ৰাশিফল, চিত্ৰা নক্ষত্ৰত আজি শিবা যোগ, লক্ষ্মীবাৰত লক্ষ্মীলাভ কোন কোন ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.