• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

1 year ago
মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

22 minutes ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

19 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

19 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

20 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

21 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

22 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

22 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

23 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

24 hours ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

1 day ago
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

editor by editor
January 24, 2025
in জীৱনশৈলী, ভাৰত
0
বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম
0
SHARES
843
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৰুষৰ শুক্ৰাণু কমাটোৱেই নাৰীৰ বন্ধ্যাত্বৰ অন্যতম কাৰণ৷ যিসকল পুৰুষে ইতিমধ্যেই এই সমস্যাত ভূগি আছে তেওঁলোকে এই পদ্ধতি অনুসৰণ কৰিব পাৰে? ন্যেশ্বনেল ইনষ্টিটিউট অফ চাইল্ড হেলথ এণ্ড ডেভেলপমেণ্ট আৰু ষ্টানফৰ্ড ইউনিভাৰ্ছিটিৰ সমীক্ষাই কৈছে যে নগ্ন হৈ শুলেই এই সমস্যাৰ সমাধান হয়৷ ই মেজিকৰ দৰে কাম কৰে৷ সমীক্ষাত লগতে দাবী কৰা হৈছে যে যিসকল পুৰুষে নিশা নগ্ন হৈ শুৱে তেওঁলোকৰ ডি এন এ ফ্ৰেগমেণ্টেছন ২৫ শতাংশ কম হয়৷

সমীক্ষাৰ কাৰণে সংস্থাই এবছৰ ধৰি ৫০০ পুৰুষৰ ওপৰত এই পৰীক্ষা চলাইছিল৷ গৱেষণাত কৈছে যে যিসকল পুৰুষে সকলোসময়তে অন্তৰ্বাস পৰিধান কৰে তেওঁলোকৰ শুক্ৰাণুৰ গুণগত মান কম৷ সেয়ে যি পুৰুষে শুক্ৰাণুৰ সংখ্যা বঢ়াব খোজে তেওঁলোকে নগ্ন হৈ শুলেই সুফল লাভ কৰিব৷ সেই পৰামৰ্শ মানি চলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক তৃতীয়াংশ পুৰুষেই৷ এই খবৰ প্ৰকাশ কৰিছে ন্যেশ্বনেল শ্লিপ ফাউণ্ডেছনে৷

এই সমীক্ষাই লগতে কৈছে যে ই এজন মানুহক স্বাচ্ছন্দ্যৰ টোপনি অনাত সহায় কৰে৷ টোপনিত মানুহৰ শৰীৰৰ তাপমাত্ৰা স্বাভাৱিকভাৱেই কমি থাকে৷ পোছাক নাথাকিলে শৰীৰ আৰু দ্ৰুতগতিত শীতল হয়৷ আৰু আপোনাৰ শৰীৰৰ তাপমাত্ৰা যদি এনেই বেছি তেন্তে পোছাকে সেই তাপমাত্ৰাক ধৰি ৰাখে আৰু টোপনিত ব্যাঘাত জন্মে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!
জীৱনশৈলী

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

April 29, 2026
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 28, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
Next Post
ব্যৱধান ২৫ বছৰ! এদিন অভিজাত হোটেলৰ মুখত দাৰোৱান হৈ ঠিয় দিয়া পিতৃক খাদ্য গ্ৰহণৰ বাবে পুত্ৰই আনিলে সেই বিলাসী হোটেললৈকে

ব্যৱধান ২৫ বছৰ! এদিন অভিজাত হোটেলৰ মুখত দাৰোৱান হৈ ঠিয় দিয়া পিতৃক খাদ্য গ্ৰহণৰ বাবে পুত্ৰই আনিলে সেই বিলাসী হোটেললৈকে

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.