• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যৱধান ২৫ বছৰ! এদিন অভিজাত হোটেলৰ মুখত দাৰোৱান হৈ ঠিয় দিয়া পিতৃক খাদ্য গ্ৰহণৰ বাবে পুত্ৰই আনিলে সেই বিলাসী হোটেললৈকে

ব্যৱধান ২৫ বছৰ! এদিন অভিজাত হোটেলৰ মুখত দাৰোৱান হৈ ঠিয় দিয়া পিতৃক খাদ্য গ্ৰহণৰ বাবে পুত্ৰই আনিলে সেই বিলাসী হোটেললৈকে

1 year ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

10 seconds ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

60 minutes ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

1 hour ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

3 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

4 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

13 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

13 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

14 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

14 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

16 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

17 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্যৱধান ২৫ বছৰ! এদিন অভিজাত হোটেলৰ মুখত দাৰোৱান হৈ ঠিয় দিয়া পিতৃক খাদ্য গ্ৰহণৰ বাবে পুত্ৰই আনিলে সেই বিলাসী হোটেললৈকে

ব্যৱধান ২৫ বছৰ! এদিন অভিজাত হোটেলৰ মুখত দাৰোৱান হৈ ঠিয় দিয়া পিতৃক খাদ্য গ্ৰহণৰ বাবে পুত্ৰই আনিলে সেই বিলাসী হোটেললৈকে

editor by editor
January 24, 2025
in জীৱনশৈলী, ভাৰত
0
ব্যৱধান ২৫ বছৰ! এদিন অভিজাত হোটেলৰ মুখত দাৰোৱান হৈ ঠিয় দিয়া পিতৃক খাদ্য গ্ৰহণৰ বাবে পুত্ৰই আনিলে সেই বিলাসী হোটেললৈকে
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
২৫ বছৰ পূৰ্বে দিল্লীৰ এই বিলাসী হোটেলতেই দাৰোৱানৰ কাম কৰিছিল পিতৃয়ে৷ তাতেই তেওঁক আকৌ উভতাই আনিলে পুত্ৰই৷ এইবাৰ অৱশ্যে দাৰোৱান হিচাপে নহয়৷ অভিজাত সেই হোটেলৰ অতিথি হিচাপে পুত্ৰৰ সৈতে বিশেষ হোটেলখনত প্ৰৱেশ কৰিলে বৃদ্ধ পিতৃয়ে৷ লগতে আছিল বৃদ্ধগৰাকীৰ পত্নীও৷
দিল্লীৰ বাসিন্দা আৰিয়ান মিশ্ৰ নামৰ এজন যুৱকে সম্প্ৰতি পিতৃ মাতৃৰ সৈতে নিজৰ ছবি দি সামাজিকমাধ্যমত এটা পষ্ট শ্বেয়াৰ কৰিছে৷ সেই প’ষ্টতেই তেওঁ জনাই যে, যি অভিজাত হোটেলত বহি তেওঁলোকে খাদ্যগ্ৰহণ কৰিছে সেই হোটেলতেই ১৯৯৫ৰ পৰা ২০০০ চন পৰ্যন্ত তাত দাৰোৱানৰ কাম কৰিছিল তেঁওৰ পিতৃয়ে৷
https://x.com/desiastronomer/status/1882472484110574034
আৰিয়ানৰ ইচ্ছা আছিল, এদিন ইয়াতেই নিজ পিতৃক খোৱাবলৈ আনিব তেওঁ৷ আৰিয়ানে সেই সন্দৰ্ভত লিখিছে, ‘মোৰ দেউতাই নতুন দিল্লীৰ আই টি ছি হোটেলত ১৯৯৫ চনৰ পৰা ২০০০ চন পৰ্যন্ত দাৰোৱানৰ কাম কৰিছিল৷ আজি এই হোটেলতেই তেওঁক নৈশভোজ কৰোৱাবলৈ সুযোগ পাইছো৷’
সামাজিক মাধ্যমত আৰিয়ান মিশ্ৰই কৰা এই পোষ্ট দেখাৰ পাছত স্বাভাৱিকভাৱেই আপ্লুত বহু মানুহ৷ পিতৃ মাতৃক এই দিনটো উপহাৰ দিয়াৰ বাবে আৰিয়ানক বহুজনেই প্ৰশংসা কৰিছে৷ আৰিয়ানে জনাইছে যে তেওঁ এগৰাকী জ্যোতিৰ্বিজ্ঞানী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!
জীৱনশৈলী

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

June 18, 2026
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

June 18, 2026
Next Post
Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

২০২৫ত বাহন কিনাৰ পৰিকল্পনা আছে…দৰমহা অনুযায়ী কিমান দামী বাহন কিনা উচিত?

২০২৫ত বাহন কিনাৰ পৰিকল্পনা আছে...দৰমহা অনুযায়ী কিমান দামী বাহন কিনা উচিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.