• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ত বাহন কিনাৰ পৰিকল্পনা আছে…দৰমহা অনুযায়ী কিমান দামী বাহন কিনা উচিত?

২০২৫ত বাহন কিনাৰ পৰিকল্পনা আছে…দৰমহা অনুযায়ী কিমান দামী বাহন কিনা উচিত?

2 years ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

9 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

49 minutes ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

2 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

3 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

4 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

4 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

5 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

6 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

6 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

6 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ত বাহন কিনাৰ পৰিকল্পনা আছে…দৰমহা অনুযায়ী কিমান দামী বাহন কিনা উচিত?

২০২৫ত বাহন কিনাৰ পৰিকল্পনা আছে...দৰমহা অনুযায়ী কিমান দামী বাহন কিনা উচিত?

editor by editor
January 24, 2025
in জীৱনশৈলী, বাণিজ্য
0
২০২৫ত বাহন কিনাৰ পৰিকল্পনা আছে…দৰমহা অনুযায়ী কিমান দামী বাহন কিনা উচিত?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত গাড়ী এখন চখ নহয় প্ৰয়োজনত পৰিণত হৈছে৷ বহু লোকে এখন নতুন গাড়ী কিনিবলৈ কোনো উৎসৱ পাৰ্বণলৈ অপেক্ষা কৰে৷ কাৰণ উৎসৱ পাৰ্বনত গাড়ী কোম্পানীসমূহে প্ৰায়েই ভাল অফাৰ দিয়ে৷ নতুন বছৰ আহিব, এই নতুন বছৰতো বহুতেই বাহন কিনিবলৈ ইতিমধ্যেই সাজু হৈছে৷ কিন্তু বৰ্তমান সকলোৰে ধাৰণা থাকে যে এখন দামী গাড়ী কিনাটোৱেই উত্তম কথা৷ অৱশ্যে কিমান দামী বাহন আপোনাৰ বাবে উপযুক্ত হ’ব সেয়া কেনেকৈ নিৰ্ধাৰণ কৰা হয় জানেনে?

এখন বাহন ক্ৰয় কৰাৰ পূৰ্বে আপুনি ঘৰতেই ঠিক কৰি পেলাই যে আপুনি কোনখন বাহন ক্ৰয় কৰিব, বাজেট কিমান হ’ব৷ কিমান ঋণ ৰাখিব? বিশাল EMI দিয়াত আপোনাৰ অসুবিধা নহয়তো? এই সকলো বিষয় চালিজাৰি চাইহে এখন বাহন ক্ৰয় কৰিব লাগে৷ কোনোৱে যদি নতুন বাহন এখন ঘৰলৈ আনিব খোজে তেন্তে পোনতেই এটা কথাত মন দিয়ক যে আপোনাৰ বছৰি ইনকাম কিমান? আপোনাৰ হাতলৈ মাহিলী কিমান ধন আহে?

এক সূত্ৰৰ সহায়ত আপুনি এই হিঁচাপ কৰিব পাৰে৷ কোনোৱে যদি বেংক লোন লৈ বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে তেওঁ প্ৰথমেই বিভিন্ন বেংকলৈ গৈ কাৰলোন সম্পৰ্কে সবিশেষ জানি ল’ব লাগে৷ ইয়াৰোপৰি ৫০/২০/৪/১০ ফৰ্মূলাৰো প্ৰয়োগ কৰিব পাৰে৷ এই ফৰ্মূলা প্ৰয়োগ কৰি বাহন কিনিলে আপুনি কেতিয়াও ধনৰ অভাৱত নপৰে৷

বাৰ্ষিক আয়ৰ অৰ্ধেক দামত এখন বাহন ক্ৰয় কৰা উচিত

ফৰ্মূলা ৫০/২০/৪/১০ইয়াৰ ৫০ মানে কাৰোবাৰ বাৰ্ষিক আয়ৰ ৫০শতাংশ৷ যেতিয়া এখন বাহন কিনে তেতিয়াই সিদ্ধান্ত লৈ লওক যাতে আপোনাৰ বাহনৰ দাম বাৰ্ষিক আয়ৰ আধা হয়৷ ধৰা হ’ল কাৰোবাৰ বাৰ্ষিক দৰমহাৰ পেকেজ ১২ লাখ টকা তেতিয়া তেওঁ ৬লাখ টকাৰহে বাহন ক্ৰয় কৰা উচিত৷ অযথা দামী গাড়ী কিনিলে বাজেটত অসুবিধা আহিব৷  সেই ফৰ্মূলাৰেই ২০/৪/১০ৰ অৰ্থ হৈছে ২০ মানে ২০শতাংশ ডাউন পেমেণ্ট৷ ইয়াৰ অৰ্থ কোনোৱে যদি ৬লাখ টকাৰ এখন বাহন কিনে তেতিয়া তেওঁ ১,২০,০০০ টকা ডাউন পেমেণ্ট দিয়াটো জৰুৰী৷ ইয়াতকৈ বেছি দিব পাৰিলে ভাল কিন্তু কম দিয়া উচিত নহয়৷ ইয়াত ৪মানে লোনৰ ম্যাদ অৰ্থাৎ সেই বাহনৰ লোনৰ ম্যাদ ৪বছৰৰ বেছি হোৱা উচিত নহয়৷ এতিয়া ১০ মানে EMIৰ পৰিমাণ বাৰ্ষিক দৰমহাৰ ১০শতাংশতকৈ বেছি হোৱা উচিত নহয়৷

৪,৮০,০০০ টকাত কিমান EMI আহিব?

ধৰা হ’ল কোনোৱে যদি ৬লাখ টকাৰ বাহন কিনিছে যাৰ মাজত তেওঁ ২০শতাংশ হাৰত ১,২০,০০০ টকা ডাউন পেমেণ্ট দিছে তেতিয়া তেওঁৰ লোন হ’ব ৪,৮০০০০ টকা৷ ধৰা হ’ল SBIৰ পৰা এই কাৰ লোন লৈছে তেতিয়া হ’লে ৯.২% সুদৰ হাৰত এই লোনটো পোৱা গৈছে আৰু এই লোনৰ ম্যাদ ৪ বছৰ৷ এই ক্ষেত্ৰত প্ৰতি মাহে EMI হিচাপে ১১,৯৯০ টাকা দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
Next Post
মহাদেৱ আৰু লক্ষ্মীৰ অৱস্থান ঘৰৰ এই স্থানতেই, কেনেকৈ লাভ কৰিব আশীৰ্বাদ?

মহাদেৱ আৰু লক্ষ্মীৰ অৱস্থান ঘৰৰ এই স্থানতেই, কেনেকৈ লাভ কৰিব আশীৰ্বাদ?

আগন্তুক সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

আগন্তুক সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.