• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

2 years ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

55 seconds ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

35 minutes ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

16 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

18 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

18 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

19 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

21 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

21 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

22 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

23 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

23 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

editor by editor
May 9, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ
0
SHARES
354
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

পেট বিষ, পেটত চৰ্বি, কৌষ্ঠকাঠিন্য, সঘনাই প্ৰসাৱ, সঘনাই ভোক লগা, অলপতে পেট ভৰা আদি সমস্যা আছে নেকি আপোনাৰ। যদিহে এই কেইটা লক্ষণ আপোনাৰ আছে, তেন্তে সাৱধান। হব পাৰে কেঞ্চাৰ।

যাক আপুনি বহু দিনৰ পৰা সাধাৰণ গেছৰ সমস্যা বুলি ভাৱি আহি আছে, সেয়া হব পাৰে কেঞ্চাৰৰ কাৰক। মহিলাৰ এই সমস্যাবোৰেই পাছলৈ অভাৰেইন কেঞ্চাৰ তথা ডিম্বাশয়ৰ কৰ্কট হিচাপে ধৰা দিয়ে।

এই কেন্সাৰ যিকোনো বয়সৰ মহিলাৰ ক্ষেত্ৰত হ’ব পাৰে যদিও প্ৰায়ে ৫০ বছৰৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত এই কৰ্কট ৰোগ অধিক হয়। কিন্তু সকলোতকৈ ভয়ৰ কাৰণ যে, এই কৰ্কট ৰোগৰ লক্ষণ সাধাৰণতে দেখা নাযায়।

চিকিৎসকে কয় যে ডিম্বাশয়ৰ কৰ্কট ৰোগ হ’ল কেন্সাৰজনিত টিউমাৰ, যিটো ডিম্বাশয়ৰ কলাত গঢ় লৈ উঠে। ডিম্বাশয় মহিলা প্ৰজনন তন্ত্ৰৰ অংশ। ইয়াৰ লক্ষণসমূহ যথেষ্ট সাধাৰণ, গতিকে মহিলাসকলে বহু সময়ত ইয়াক আওকাণ কৰে।

অৱশ্যে কিছুমান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ল’ব পাৰে। এনে পৰিস্থিতিত শৰীৰত দেখা পোৱা এই লক্ষণবোৰক আওকাণ কৰাটো পৰিহাৰ কৰা উচিত, কাৰণ এইবোৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

সঘনাই প্ৰস্ৰাৱ কৰাটো প্ৰস্ৰাৱৰ সংক্ৰমণ বা অন্যান্য প্ৰস্ৰাৱৰ সমস্যাৰ লক্ষণ হ’ব পাৰে যদিও ই ডিম্বাশয়ৰ কৰ্কট ৰোগৰ লক্ষণো হ’ব পাৰে।

পিৰিয়ডৰ সময়ত বা কিছুমান খাদ্য খোৱাৰ পিছত পেট ফুলা এটা সাধাৰণ আৰু নিয়মীয়া সমস্যা। কিন্তু সঘনাই হোৱা আৰু কেইসপ্তাহমানৰ অধিক সময় থাকিলে ই ডিম্বাশয়ৰ কৰ্কট ৰোগৰ লক্ষণো হ’ব পাৰে। বিশেষকৈ পেট ফুলাৰ সমস্যাৰ লগত সামান্য খাদ্য খালেই সোনকালে পেট ভৰি পৰাৰ দৰে লক্ষণ দেখা দিলে একেবাৰেই আওকাণ নকৰিব।

কোষ্ঠকাঠিন্য বা ডায়েৰিয়া আদিয়ো এই কৰ্কট ৰোগৰ এক লক্ষণ। যদি এই পৰিৱৰ্তন কেইসপ্তাহতকৈ অধিক সময় ধৰি থাকে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো গুৰুত্বপূৰ্ণ।

আন এটা লক্ষণো প্ৰায়ে আওকাণ কৰা হয়। গেছৰ সমস্যা বুলি ধৰে বহুতো মহিলাই। অতি সোনকালে ভোক লগা আৰপ খালেও অলপতে পেট ভৰি পৰা যেন লগা ডিম্বাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।

শৰীৰৰ বাকি অংশৰ তুলনাত কেৱল পেটৰ চৰ্বি বাঢ়িলেও বা তেনেদৰে চৰ্বি বাঢ়া যেন দেখিলেও ই একপ্ৰকাৰৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamCancerindiaOvairy cancerWomenWomen Cancer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

January 30, 2026
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ
জীৱনশৈলী

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

January 30, 2026
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য
জীৱনশৈলী

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

January 29, 2026
Next Post
জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..

জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..

অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.