• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

3 weeks ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

2 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

3 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

3 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

4 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

4 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

5 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

6 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

6 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

7 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

8 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

editor by editor
July 8, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
0
SHARES
504
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেতা ধৰ্মেন্দ্ৰৰ দ্বিতীয় পত্নী তথা বলীউডৰ ড্ৰীমগাৰ্লখ্যাত হেমা মালিনীৰ সৈতে তেওঁৰ প্ৰথম পত্নী প্ৰকাশ কৌৰৰ দুই পুত্ৰ ছানী দেউল আৰু ববী দেউলৰ সম্পৰ্ক কেনেকুৱা এই বিষয়টোক লৈ বলিউডৰ উপৰিও অনুৰাগীৰ মাজত প্ৰায়ে বিভিন্ন চৰ্চা বা গুজৱ চলে। এই সন্দৰ্ভত সম্প্ৰতি হেমা মালিনীয়ে নিজেই মুখ খুলিছে। হেমা মালিনীয়ে স্পষ্টকৈ কয় যে-তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত আন্তৰিক সম্পৰ্ক আৰু সুন্দৰ বুজাবুজি আছে। তেওঁ লগতে কয়, ‘আমাৰ পৰিয়াল এটা সুখী পৰিয়াল। আমি একেলগে থাকোঁ, পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই ইজনে আনজনক সন্মান কৰোঁ। কিন্তু এইবোৰক লৈ কেতিয়াও প্ৰচাৰ কৰা বা দেখুৱাবলৈ চেষ্টা নকৰোঁ।’ ছানী আৰু ববী দেউলৰ প্ৰশংসা কৰি হেমা মালিনীয়ে কয়, ‘ছানী আৰু ববী দুয়ো অতি ভাল মানুহ। ছানী অত্যন্ত মৰমিয়াল, ববীও বহুত ভাল। আমাৰ মাজত গভীৰ আত্মীয়তা আৰু আন্তৰিকতা আছে। বাহিৰত আমি সেই সম্পৰ্কক লৈ প্ৰদৰ্শন নকৰিলেও, ভিতৰত আমাৰ মাজত যথেষ্ট আন্তৰিকতা আছে।’

ধৰ্মেন্দ্ৰৰ শেষ বাৰ্তা

এটা সাক্ষাৎকাৰত হেমা মালিনীক সোধা হৈছিল যে ধৰ্মেন্দ্ৰই তেওঁক শেষবাৰৰ বাবে কি কৈছিল বা কি বাৰ্তা দিছিল। ইয়াৰ উত্তৰত হেমা মালিনীয়ে কয়-ধৰ্মেন্দ্ৰই সদায় পৰিয়ালক অগ্ৰাধিকাৰ দিবলৈ উপদেশ দিছিল। তেওঁ মোক কৈছিল— ‘পৰিয়ালৰ সকলোৰে লগত একেলগে থাকিবা। জীৱনত যিমানেই কাম নাথাকক কিয়, পৰিয়ালক সদায় গুৰুত্ব দিবা, সময় দিবা।’

ধৰ্মেন্দ্ৰই ১৯৫৪ চনত প্ৰকাশ কৌৰৰ সৈতে প্ৰথমে বিৱাহপাশত আৱদ্ধ হৈছিল। প্ৰকাশ কৌৰ আৰু ধৰ্মেন্দ্ৰৰ ৪টা সন্তান আছে— ছানী দেউল, ববী দেউল, অজিতা দেউল আৰু বিজেতা দেউল। ইয়াৰ পিছত ১৯৮০ চনত ধৰ্মেন্দ্ৰই অভিনেত্ৰী হেমা মালিনীৰ সৈতে দ্বিতীয়বাৰ বিৱাহপাশত আৱদ্ধ হয়। হেমা আৰু ধৰ্মেন্দ্ৰৰ দুগৰাকী কন্যা সন্তান আছে— ঈশা দেউল আৰু আহানা দেউল। দেউল পৰিয়াল বলিউডৰ অন্যতম জনপ্ৰিয় আৰু সন্মানীয় পৰিয়াল। বহু দশক ধৰি এই পৰিয়ালটোৱে চলচ্চিত্ৰৰ জৰিয়তে কোটি কোটি দৰ্শকৰ হৃদয়ত বিশেষ স্থান দখল কৰি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24hema malini
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
Next Post
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.