• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নলবাৰীলৈ আহি আছে ড্ৰীমগাৰ্ল! হেমামালিনীক চোৱাৰ আগতেই জানি লওক হেমাৰ অজানা এই কথা…

নলবাৰীলৈ আহি আছে ড্ৰীমগাৰ্ল! হেমামালিনীক চোৱাৰ আগতেই জানি লওক হেমাৰ অজানা এই কথা…

4 years ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

44 minutes ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

1 hour ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

1 hour ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

2 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

2 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

3 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

4 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

4 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

6 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

6 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

7 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নলবাৰীলৈ আহি আছে ড্ৰীমগাৰ্ল! হেমামালিনীক চোৱাৰ আগতেই জানি লওক হেমাৰ অজানা এই কথা…

editor by editor
November 10, 2022
in অসম, চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, ভাৰত, ৰাজনীতি, লেখা, স্বাস্থ্য
0
নলবাৰীলৈ আহি আছে ড্ৰীমগাৰ্ল! হেমামালিনীক চোৱাৰ আগতেই জানি লওক হেমাৰ অজানা এই কথা…
0
SHARES
11.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁ বলীউডৰ ড্ৰিম গাৰ্ল। বিখ্যাত ছবি ‘শ্ব’লে’ৰ বসন্তী। কেৱল চিনেমাতেই নহয়, কেমেৰাৰ পিছফালে থাকি পৰিচালনাৰ দায়িত্ব লৈ নিজকে পৰিচালক হিচাপেও পৰিচয় দিছিল হেমামালিনীয়ে। তাৰপিছতেই ৰাজনীতি। ৰাজনীতিৰ পথাৰতো হেমা জিলিকি উঠিল। ১৯৪৮ চনৰ ১৬ অক্টোবৰত জন্মগ্ৰহণ কৰা হেমামালিনীৰ যাত্ৰা জানো মসৃণ আছিল? সহজ নাছিল হেমামালিনীৰ অভিনয় যাত্ৰা। তেওঁ এনে এগৰাকী অভিনেত্ৰী যিয়ে পুৰুষতান্ত্ৰিক বা নায়কশাসিত বলীউড ইণ্ডাষ্ট্ৰীত সেই সময়ত নিজৰ ঠাই বনাবলৈ সক্ষম হৈছিল। নায়কৰ সমান্তৰালকৈ হেমায়ো তেতিয়া বক্স অফিচৰ নামী-দামী অভিনেত্ৰীৰ তালিকাত। তিল তিলকৈ বলীউডত নিজকে গঢ়ি আছিল হেমাই। নাচ, অভিনয়, সংসাৰ এইসমূহ সামৰি থকাৰ মাজতেই ৰাজনীতিলৈ আহি, তেওঁ কেৱল অভিনেতাই নহয় এগৰাকী জননেতাও সেই কথা প্ৰমাণ কৰি দেখুৱাইছে।

অভিনয় কেৰিয়াৰ আৰম্ভণি কেনেকৈ হৈছিল?

তামিল ছবিৰে কেৰিয়াৰ আৰম্ভ কৰিছিল হেমামালিনীয়ে। বলীউডলৈ আহি এখনৰ পিছত এখন হিট ছবিত হেমা। বলীউডত তেওঁ প্ৰথমে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল ‘শ্ব’লে’ ত। তাৰপিছতেই আৰম্ভ হৈছিল লানি নিছিগা ছবিৰ কাম। সীতা ঔৰ গীতা, মিৰা, কিনাৰা, সন্ন্যাসী, মোহবুবা, ড্ৰীম গাৰ্ল, প্ৰেম নগৰ, খুছবু আদি ছবিয়েই প্ৰমাণ কৰে হেমামালিনীৰ অভিনয় প্ৰতিভাৰ কথা। খুব কম সময়তে তেওঁ বলীউডত হৈ পৰিল ড্ৰীম গাৰ্ল। সৰ্বমুঠ ১১ বাৰকৈ ফিল্ম ফেয়াৰ বঁটাৰ বাবে মনোনিত হৈছে হেমামালিনী। ২০০০ চনত হেমামালিনীয়ে লাভ কৰিছিল দেশৰ আগশাৰীৰ সন্মান পদ্মশ্ৰী।

সৰু চৰিত্ৰ ৰূপায়ন কৰিয়েই ষ্টাৰ হৈছিল হেমা!

কেৰিয়াৰৰ আৰম্ভণিতে তাৰকাসুলভ চেহেৰা নাই বুলি তামিল ছবিৰ পৰিচালকে ড্ৰীমগাৰ্লক তেতিয়া অভিনয়ৰ বাবে বাছনি কৰা নাছিল। হেমামালিনীক ৰিজেক্ট কৰা সেই চৰিত্ৰত তেতিয়া অভিনয় কৰিছিল জয়ললিতাই। ১৯৬৫ চনত ‘পাণ্ডৱ বনবাছাম’ ছবিত এটা সৰু চৰিত্ৰৰে বলীউডলৈ আহে হেমা। ১৯৬৮ চনত তেওঁ স্বপ্ন কা সদাগৰ ছবিৰে নায়িকাৰ ৰূপত ভুমুকি মাৰে। অৱশ্যে ছবিখনে বিশেষ জনপ্ৰিয়তা লাভ নকৰিলে।

সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী

তেতিয়া বলীউড কেৱল পুৰুষৰেই দপদপনি। এজনৰ পিছত এজন তাৰকা অভিনেতাৰ খবৰে সমগ্ৰতে লগাই তোলপাৰ। বাতৰি কাকতৰ বিনোদন পৃষ্ঠাত তেতিয়া কেৱল পুৰুষ অভিনেতাৰ নাম। এতিয়াৰ ভাষাত ব্ৰেকিং নিউজ হৈ হঠাতেই সকলোৰে দৃষ্টি কাঢ়িলে হেমামালিনীয়ে। বাতৰিৰ বিনোদন পৃষ্ঠাত হেমাৰেই ছবি। শীৰ্ষ ১০ উপাৰ্জনকাৰী শিল্পীৰ তালিকাত স্থান লাভ কৰিলে হেমামালিনীয়ে। সকলো নায়কক চেৰ পেলাই ১৯৭১ চনৰ পৰা ১৯৭৫ চনলৈ বলীউডৰ চতুৰ্থ সৰ্বাধিক উপাৰ্জনকাৰী নায়িকা হৈ পৰিল হেমামালিনী।

হেমামালিনীৰ পঢ়া-শুনা কিমান?

ৰূপালী পৰ্দাত যথেষ্ট নাম অৰ্জন কৰিলেও হেমামালিনী লেখা পঢ়াত বিশেষ আগৰণুৱা নাছিল। হেমামালিনীৰ স্কুলীয়া শিক্ষা আছিল মাত্ৰ দশম শ্ৰেণীলৈকেহে। দশম শ্ৰেণী পাছ কৰিয়েই বিদ্যালয় শিক্ষা সাং কৰে ড্ৰীমগাৰ্লে। সৰুৰে পৰাই তেওঁৰ কেৱল নায়িকা হোৱাৰহে সপোন। সেয়ে স্কুলীয়া শিক্ষাত মুঠেও মন নাছিল ড্ৰীমগাৰ্লৰ।

জীতেন্দ্ৰৰ সৈতে বিয়া ভাঙি যায় কিয়?

তেতিয়া জীতেন্দ্ৰ আৰু হেমা বলীউডৰ পৰিচিত মুখ। ভাল বংশৰ সন্তান আছিল জীতেন্দ্ৰ। পাত্ৰ হিচাপে জীতেন্দ্ৰক পছন্দ কৰিছিল হেমামালিনীৰ পিতৃ-মাতৃয়েও। জীতেন্দ্ৰৰ সৈতে বিয়াৰ সকলো যা-যোগাৰ আগবঢ়াই থকাৰ মাজতেই বিয়াৰ বাবে অস্বীকাৰ কৰে হেমাই। ঘৰৰ পৰা বহু চেষ্টা কৰিও হেমাক জীতেন্দ্ৰৰ সৈতে বিবাহৰ বাবে কোনোৱে মান্তি কৰাব নোৱাৰিলে। আকৌ ব্ৰেকিং নিউজ হ’ল হেমা-জীতেন্দ্ৰৰ বিচ্ছেদ। উৰাবাতৰি ওলাল ধৰ্মেন্দ্ৰৰ বাবেই জীতেন্দ্ৰক ৰিজেক্ট কৰিছে হেমাই। উৰাবাতৰিক সঁচা কৰি এদিন ড্ৰীৰ্মগাৰ্ল হেমাই ধৰ্মেন্দ্ৰৰ সৈতে বিবাহৰ বান্ধোনত বান্ধ খাই। ধৰ্মেন্দ্ৰৰ উপস্থিতিতেই সঞ্জীৱ কুমাৰৰ সৈতেও নাম সাঙোৰ খাইছিল হেমাৰ। কিন্তু এই বাতৰি মিছা বুলি ড্ৰীমগাৰ্লে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে।

ড্ৰীমগাৰ্লৰ সৌন্দৰ্যৰ আঁৰৰ ৰহস্য কি?

হেমামালিনীৰ সৌন্দৰ্যৰ আঁৰৰ ৰহস্যৰ বিষয়ে জানিবলৈ সকলোৱেই আগ্ৰহী। এক সাক্ষাৎকাৰত হেমামালিনীয়ে কৈছিল, ‘তেওঁৰ সৌন্দৰ্যৰ একমাত্ৰ ৰহস্যই হৈছে পানী। প্ৰচুৰ পানী খালেই সৌন্দৰ্য অটুত থাকে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
ভাৰত

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
Next Post
পাকিস্তানৰ বিৰাট আতংক! পাকিস্তানৰ অনুৰাগীৰ মন্তব্য ছেমিফাইনেলত পৰাস্ত হওক ভাৰত

পাকিস্তানৰ বিৰাট আতংক! পাকিস্তানৰ অনুৰাগীৰ মন্তব্য ছেমিফাইনেলত পৰাস্ত হওক ভাৰত

এটা বিড়িৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত…

এটা বিড়িৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.