• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰাণ্ডাতে কৰিব পাৰে সৰুকৈ শাকৰ খেতি, প্ৰয়োজন কেৱল ইচ্ছাৰ

বাৰাণ্ডাতে কৰিব পাৰে সৰুকৈ শাকৰ খেতি, প্ৰয়োজন কেৱল ইচ্ছাৰ

2 years ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

29 minutes ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

1 hour ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

20 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

23 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

24 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাৰাণ্ডাতে কৰিব পাৰে সৰুকৈ শাকৰ খেতি, প্ৰয়োজন কেৱল ইচ্ছাৰ

editor by editor
April 22, 2024
in জীৱনশৈলী, বিবিধ
0
বাৰাণ্ডাতে কৰিব পাৰে সৰুকৈ শাকৰ খেতি, প্ৰয়োজন কেৱল ইচ্ছাৰ
0
SHARES
249
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাৰাণ্ডাতে কৰিব পাৰে সৰুকৈ শাকৰ খেতি, প্ৰয়োজন কেৱল ইচ্ছাৰ

ইচ্চা হলে আপুনি আপোনাৰ সৰু বাৰাণ্ডা খনতে নাইবা খিৰিকিৰে ভাল পোহৰ অহা কোঠাৰ ভিতৰতো কৰিব পাৰে এক সৰু শাকৰ খেতি। সেই খেতিৰেই আপুনি মন গলেঅ খাব পাৰিব সোৱাদ লগা কিছু খাদ্য।

মাথো দুটামান টাৱৰ প্ৰয়োজন আপোনাক। সহজতে ঘৰতে কৰিব পৰা শাকৰ খেতি কেইবিধমান হৈছে-

পদিনা-
পদিনাৰ খেতি কৰা অতিকে সহজ। কেৱল শিপাৰে সৈতে ইয়াক ৰুই দিয়ক। লগতে নিতৌ দুইবেলা ইয়াত পানী দিয়ক। চাব মাথো কেইদিন মানৰ ভিতৰতে আপোনাৰ পদিনাৰ শাক লহপহীয়া দি উঠিছে। পাছত ইয়াৰ ছাটনি কৰি নাইবা গৰমৰ দিনত চৰবত কৰি খাব পাৰিব।

ধনিয়া-
সহজতে তথা কম ঠাইতে কৰিব পৰা আন এবিধ শাক হৈছে ধনিয়া। ধনিয়াৰ গুটি নিশা পানীত তিয়াই থৈ পুৱা ইয়াক টাৱৰ মাটিৰ ৰুই দিয়ক। কেৱল মন কৰিব যাতে টাৱটোত পোনে পোনে সূৰ্যৰ পোহৰ নপৰে। এনেদৰে ঘৰতে প্ৰস্তুত কৰা ধনিয়া পাত বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰি খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব পাৰে।

নৰসিংহ-
ইয়াৰ শ্ৰীবৃদ্ধি অতি লেহেম গতিত হলেও ইয়াক বিশেষ যত্নৰ প্ৰয়োজন নাই। ইয়াৰ সৰু পুলি এটা ৰুই দিলে বহু বছৰলৈ ইয়াৰ পাত ব্যৱহাৰ কৰি থাকিব পাৰে।

মিথি শাক-
সকলোতকৈ সহজে হোৱা শাকৰ খেতি বিধেই হৈছে মিথি শাক। ইয়াৰ বাবে কেৱল মাটিত ইয়াক গুটি চটিয়াই দিয়ক। চাব সহজে গজ মেলিছে। কেৱল অন্যৰ তুলনাত ইয়াত কম পানীৰ ব্যৱহাৰ কৰিব। পাছত খাদ্যত ইয়াক মিহলি কৰি ইয়াৰ সোৱাদ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DhaniyaKari PattaMeethiPudina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

সুন্দৰেই নহয় বুদ্ধিমানো এই ৫ ৰাশিৰ জাতক! তালিকাত মেষ, মিথুনসহ কোন কোন?

সুন্দৰেই নহয় বুদ্ধিমানো এই ৫ ৰাশিৰ জাতক! তালিকাত মেষ, মিথুনসহ কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.