• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

2 years ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

36 minutes ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

1 hour ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

2 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

3 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

3 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

5 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

5 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

7 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

7 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

8 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

editor by editor
August 25, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

লেবাননস্থিত হিজবুল্লাই ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণৰ ধাৰাবাহিকতা আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালকৈ হিজবুল্লাই বৃহৎ পৰিসৰৰ সামৰিক অভিযানৰ কথাও ঘোষণা কৰিছে। হিজবুল্লাহৰ এক বিবৃতিত কোৱা হৈছে যে ইজৰাইলৰ গুৰুত্বপূৰ্ণ সামৰিক ঘাটিক লক্ষ্য কৰি বিস্ফোৰক ভৰ্তি ড্ৰ’ন নিক্ষেপ কৰা হৈছে।

হিজবুল্লাই ইজৰাইলৰ ওপৰত ৩২০ টাতকৈও অধিক কাটিউছা ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ডেনিয়েল হাগাৰীৰ উদ্ধৃতিৰে জেৰুজালেম পোষ্টে কয় যে হিজবুল্লাহৰ আক্ৰমণ সংঘটিত হৈছিল যেতিয়া ইজৰাইলে নিজৰ প্ৰতিৰক্ষাত লেবাননত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি লৈছিল।

আনহাতে, বেইৰুটত ফুৱাদ শুক্ৰৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ ইজৰাইলক আক্ৰমণ কৰা বুলি ঘোষণা কৰিছে হিজবুল্লাই। হিজবুল্লাই জাৰি কৰা এক বিবৃতিত কয় যে প্ৰথম পৰ্যায়ৰ আক্ৰমণ সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত ইজৰাইলৰ বেৰেক আৰু প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লোৱা হৈছে। ড্ৰ’নে নিজৰ লক্ষ্যৰ বাবে পৰিকল্পনা অনুসৰি কাম কৰি আছে।

উল্লেখ্য যে যোৱা মাহত বেইৰুটৰ উপনগৰ অঞ্চলত হোৱা আক্ৰমণত ইজৰাইলে ফুয়াদ শুক্ৰক হত্যা কৰিছিল। ফুৱাদ শুক্ৰ হিজবুল্লাহৰ শীৰ্ষ সেনাপতি আছিল। হিজবুল্লাই ১১টা সামৰিক স্থানক লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ কৰিছে।

আনহাতে হিজবুল্লাহৰ আক্ৰমণৰ পিছত ইজৰাইলত আতংকৰ পৰিবেশ। হাই এলাৰ্ট ঘোষণা কৰা হৈছে। প্ৰাণৰ সংশয়ৰ বাবে ভূগৰ্ভস্থ বাংকাৰলৈ লৈ যোৱা হৈছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক। একে সময়তে বেন গুৰিয়েল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাম-কাজ বন্ধ কৰি দিয়া হৈছে। সমগ্ৰ ইজৰাইলত ৪৮ ঘণ্টীয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। চাৰিওফালে বিশৃংখল পৰিৱেশ আৰু এম্বুলেন্সৰ বাজি থকা ছাইৰেনে ইজৰাইলত হিজবুল্লাহৰ আক্ৰমণৰ ফলত উদ্ভৱ হোৱা আতংকৰ প্ৰমাণ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Benjamin NetanyahuIsrael AttackIsrealNetanyahu '
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?
বিনোদন

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক
বাণিজ্য

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

March 28, 2026
Next Post
৩ ৰাশিৰ লোকৰ বাবে সৌভাগ্যৰ মাহ হ’বলৈ গৈ আছে ছেপ্টেম্বৰ, বুধ গ্ৰহৰ বাবে খোল খাব ভাগ্যৰ দুৱাৰ

৩ ৰাশিৰ লোকৰ বাবে সৌভাগ্যৰ মাহ হ'বলৈ গৈ আছে ছেপ্টেম্বৰ, বুধ গ্ৰহৰ বাবে খোল খাব ভাগ্যৰ দুৱাৰ

জো ৰুটৰ ইতিহাস, ৰাহুল দ্ৰাবিড়-ৰিকি পন্টিঙক পিছ পেলাই এতিয়া শচিনৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে

জো ৰুটৰ ইতিহাস, ৰাহুল দ্ৰাবিড়-ৰিকি পন্টিঙক পিছ পেলাই এতিয়া শচিনৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.