• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুশান্তৰ মৃত্যুত নাম সাঙোৰ খোৱা শেষৰজন অভিযুক্তকো এৰি দিলে বম্বে হাইকৰ্টে, তিনি বছৰৰ অন্তত কেনেকৈ জামিন পালে অনুজে?

সুশান্তৰ মৃত্যুত নাম সাঙোৰ খোৱা শেষৰজন অভিযুক্তকো এৰি দিলে বম্বে হাইকৰ্টে, তিনি বছৰৰ অন্তত কেনেকৈ জামিন পালে অনুজে?

2 years ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

56 minutes ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

2 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

3 hours ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

5 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

5 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

6 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

6 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

6 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

7 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

7 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

7 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সুশান্তৰ মৃত্যুত নাম সাঙোৰ খোৱা শেষৰজন অভিযুক্তকো এৰি দিলে বম্বে হাইকৰ্টে, তিনি বছৰৰ অন্তত কেনেকৈ জামিন পালে অনুজে?

editor by editor
November 13, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
সুশান্তৰ মৃত্যুত নাম সাঙোৰ খোৱা শেষৰজন অভিযুক্তকো এৰি দিলে বম্বে হাইকৰ্টে, তিনি বছৰৰ অন্তত কেনেকৈ জামিন পালে অনুজে?
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুত নাম সাঙোৰ খাইছিল কেইবাগৰাকী ব্যক্তিৰো৷ তেওঁৰ আত্মহত্যাৰ সৈতে নাম সাঙোৰ খোৱা কেইবাগৰাকী ব্যক্তিক গ্ৰেপ্তাৰো কৰিছিল মুম্বাই আৰক্ষীয়ে৷ শেহতীয়াভাৱে এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰা ৩৬ নম্বৰ সন্দেহজনক ব্যক্তিক বেল দিলে মুম্বাই হাইকৰ্টে৷ ড্ৰাগ কেছত গ্ৰেপ্তাৰ হোৱা অনুজ কেশোৱানীক অৱশেষত দোষমুক্ত ঘোষণা কৰিলে বম্বে হাইকৰ্টে৷

২০২০ চনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতেই ড্ৰাগ কেছত গ্ৰেপ্তাৰ কৰা হৈছিল অনুজ কেশোৱানীক৷ ২০২০ চনত এই কেছৰ তদন্ত কৰিছিল নাৰকোটিক্স কণ্ট্ৰল ব্যুৰই৷ ২০২০ চনৰ ১৪ জুনত মৃত অৱস্থাত সুশান্ত সিং ৰাজপুতৰ মৃতদেহ তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ হৈছিল৷ তেতিয়া সমগ্ৰ দেশজুৰি লকডাউন চলি আছিল৷ লকডাউনৰ মাজতেই হঠাৎ অহা এই খবৰে বহুতকেই আচৰিত কৰিও তুলিছ্ল৷ এই ঘটনাক বহুতেই হত্যাকাণ্ড বুলিয়েই দাবী কৰিছিল৷ আৰক্ষীৰ কাষ চাপিছিল সুশান্তৰ পৰিয়ালবৰ্গ৷ মাদক দ্ৰব্যৰ বেহা চলোৱাৰ অভিযোগত কেইবাগৰাকী লোক জেৰাৰ সন্মুখীন হৈছিল৷ সেই ঘটনাক কেন্দ্ৰ কৰিয়েই মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩১ বছৰীয়া অনুজক৷ সুশান্তৰ মৃত্যুৰ পাছত অভিযোগ উঠিছিল যে সুশান্তৰ ঘনিষ্ঠ ব্যক্তিয়েই তেওঁক ড্ৰাগছৰ যোগান ধৰিছিল৷

বিষয়টোক লৈ নাম সাঙোৰ খাইছিল কেইবাগৰাকী নামী দামী অভিনেতাৰো৷ সুশান্তৰ মৃত্যু কেছত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থাকিবলগা হৈছিল তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰবৰ্তীও৷ এই কেছত মুঠ ৩৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ ইয়াৰেই কেইবাগৰাকীয়ে কাৰাবাসো খাটিছে৷ ইতিমধ্যে কাৰাবাসৰ শাস্তি লাভ কৰা আটাইবোৰেই জামিন লাভ কৰিছে৷ এই সকলোবোৰৰ মাজত শেহতীয়াভাৱে সুশান্তৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা শেষৰজন ব্যক্তিয়েও জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা
বিনোদন

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

April 18, 2026
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

April 18, 2026
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
Next Post
হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?

হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?

দেশবাসীক সস্তাত ইণ্টাৰনেট যোগান ধৰিব এলন মাস্কে! জিঅ’, এয়াৰটেলক চিন্তাত পেলোৱা ষ্টাৰলিংক কি?

দেশবাসীক সস্তাত ইণ্টাৰনেট যোগান ধৰিব এলন মাস্কে! জিঅ’, এয়াৰটেলক চিন্তাত পেলোৱা ষ্টাৰলিংক কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.