• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?

হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?

3 years ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

2 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

2 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

3 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

4 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

4 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

5 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

5 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

6 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

7 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

9 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?

editor by editor
November 13, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জাহ্নৱী কাপূৰ, ছাৰা আলি খান, খুশি কাপূৰ, অনন্যা পাণ্ডেৰ পৰা নাইছা দেৱগান৷ বলীউডৰ বহু ষ্টাৰ কিডৰ সৈতে দেখা গৈছে এজন বিশেষ তৰুণক৷ কেতিয়াবা যদি পাৰ্টী কৰিছে, কেতিয়াবা জীমৰ বাহিৰত একেলগে৷ এই বিশেষ ব্যক্তিজন কোন কোনোৱেই তেওঁ প্ৰকৃত পৰিচয় ওলিয়াবলৈ সক্ষমো হোৱা নাই৷ বলীউড সূত্ৰই প্ৰকাশ কৰামতে যুৱকজনৰ নাম অৰি বা অৱত্ৰমণি৷ কিন্তু এই অৰি কোন?

বলীউডৰ সকলো অভিনেত্ৰীৰ সৈতে সততে দেখা যায় অৰিক৷ শেহতীয়াভাৱে দেৱালী পাৰ্টীটো বলীউড অভিনেতা অভিনেত্ৰীৰ সৈতে দেখা গৈছে অৰিক৷ ষ্টাৰ কীডৰ সৈতে অৰিৰ ফটোক লৈ বহুতেই জানিব বিচাৰিছে, বলীউডত হঠাৎ কৰ পৰা এন্ট্ৰী মাৰিলে অৰিয়ে? ক’ত কিয় কেনেকৈ বিখ্যাত অৰি? কিয় বলীউডৰ ষ্টাৰ কীডে এনেকৈ আদৰি লৈছে অৰিক?
ছাৰা ৰ পৰা জাহ্নৱীলৈকে সকলোৱেই অৰিক তেওঁলোকৰ ঘনিষ্ঠ বন্ধু বুলিয়েই পৰিচয় দিয়ে৷ সম্প্ৰতি অৰিয়ে সংবাদমাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি, তেওঁ এজন গায়ক, গীতিকাৰ, ফেশ্ব্যন ডিজাইনাৰ, ক্ৰিয়েটিভ ডাইৰেক্টৰ, ফেশ্ব্যন ষ্টাইলিষ্ট, ফুটবল খেলুৱৈ, আৰ্ট কিউৰেটৰো৷ কামেই তেওঁৰ পৰিচয়৷ বেছিভাগ সময়েই তেওঁ কামতেই ব্যস্ত হৈ থাকে৷

কামৰ বাহিৰে তেওঁ অন্য সময়ত শুই ভালপায়৷ অৰিয়ে নিজেই এই সন্দৰ্ভত কয়, ‘মই দুটা কামেই কৰো৷ হয়তো শুই থাকো নতুবা কাম কৰি থাকো৷ অত্যন্ত পৰিশ্ৰম কৰিবলৈ মই ভালপাওঁ৷ জীমলৈকো যাওঁ৷ নিজক ফিট ৰখাৰ বাবে মই যিমান পাৰো কষ্ট কৰো৷ নিজক ফিট ৰাশি মই ভালপাওঁ’৷ যোগাসনো কৰো৷’ বলীউডত যোগ দিয়াৰ প্ৰসংগতো কেইবাটাও কথা কৈছে অৰিয়ে৷ অৰিয়ে কয়, ‘মই কেইবাখনো ছবিৰ পৰা প্ৰস্তাৱ লাভ কৰিছো৷ কিন্তু হিন্দী ভালকৈ ক’ব নোৱাৰো বাবেই ছবিত কাম কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই৷ বলীউড এতিয়াও মোৰ পৰা বহু দূৰৈত৷ কাৰণ ইয়াত কাম কৰিবলৈ হ’লে আগতে মই হিন্দী ভালকৈ শিকিব লাগিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি
বিনোদন

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

October 18, 2026
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি
বিনোদন

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

October 18, 2026
Next Post
দেশবাসীক সস্তাত ইণ্টাৰনেট যোগান ধৰিব এলন মাস্কে! জিঅ’, এয়াৰটেলক চিন্তাত পেলোৱা ষ্টাৰলিংক কি?

দেশবাসীক সস্তাত ইণ্টাৰনেট যোগান ধৰিব এলন মাস্কে! জিঅ’, এয়াৰটেলক চিন্তাত পেলোৱা ষ্টাৰলিংক কি?

ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ প্ৰতিবাদ পাণ্ডৱে নকৰিলেও প্ৰতিবাদ কৰিছিল এজন মাত্ৰ ব্যক্তিয়েই! কোন সেই বিশেষ ব্যক্তি, আজিও নাজানে বহুতেই

ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ প্ৰতিবাদ পাণ্ডৱে নকৰিলেও প্ৰতিবাদ কৰিছিল এজন মাত্ৰ ব্যক্তিয়েই! কোন সেই বিশেষ ব্যক্তি, আজিও নাজানে বহুতেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.