• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ প্ৰতিবাদ পাণ্ডৱে নকৰিলেও প্ৰতিবাদ কৰিছিল এজন মাত্ৰ ব্যক্তিয়েই! কোন সেই বিশেষ ব্যক্তি, আজিও নাজানে বহুতেই

ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ প্ৰতিবাদ পাণ্ডৱে নকৰিলেও প্ৰতিবাদ কৰিছিল এজন মাত্ৰ ব্যক্তিয়েই! কোন সেই বিশেষ ব্যক্তি, আজিও নাজানে বহুতেই

3 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

6 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

6 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

7 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

8 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

8 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

9 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

11 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

11 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

12 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

13 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

14 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ প্ৰতিবাদ পাণ্ডৱে নকৰিলেও প্ৰতিবাদ কৰিছিল এজন মাত্ৰ ব্যক্তিয়েই! কোন সেই বিশেষ ব্যক্তি, আজিও নাজানে বহুতেই

editor by editor
November 13, 2023
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ প্ৰতিবাদ পাণ্ডৱে নকৰিলেও প্ৰতিবাদ কৰিছিল এজন মাত্ৰ ব্যক্তিয়েই! কোন সেই বিশেষ ব্যক্তি, আজিও নাজানে বহুতেই
0
SHARES
14.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাশা খেলত চলনাৰ আশ্ৰয় লৈ যুধিষ্ঠিৰক হৰুৱাইছিল দুৰ্যোধন আৰু শকুনিয়ে। খেলৰ মোহতেই বুদ্ধিভ্ৰষ্ট হৈ সকলো বাজি ৰাখি নিজৰ সকলোবোৰ হেৰুৱাই পেলাইছিল যুধিষ্ঠিৰে। নিজৰ চাৰিজন ভাতৃ, আৰু পঞ্চপাণ্ডৱৰ পত্নী দ্ৰৌপদীকো বাজী ৰাখিছিল যুধিষ্ঠিৰে। খেলত বিজয়ী দুৰ্যোধনে অহংকাৰত মত্ত হৈ তেওঁৰ ভাতৃ দুশাসনক নিৰ্দেশ দিয়ে যে দ্ৰৌপদীক ৰাজসভালৈ লৈ আনক। ভাতৃৰ আদেশ মানিয়েই দুশাসনে চুলিত ধৰি ৰাজসভালৈ লৈ আনে দ্ৰৌপদীক। সমগ্ৰ ৰাজসভাক নিৰ্বাক কৰি দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ নিৰ্দেশ দিয়ে দুৰ্যোধনে।

দ্ৰৌপদীক বস্ত্ৰহৰণৰ নিৰ্দেশ দিয়াৰ সময়তেই সেই ৰাজসভাত উপস্থিত আছিল অন্ধৰজা ধৃতৰাষ্ট্ৰ, পিতামহ ভীষ্ম, মহামতি বিদূৰ, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য সকলোৱেই। উপস্থিত আছিল মহাবীৰ কৰ্ণও। কিন্তু কোনোৱেই দুৰ্যোধনৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰা নাছিল। পত্নীৰ চৰম অপমান প্ৰত্যক্ষ কৰিও মূৰ তল কৰি আছিল পঞ্চপাণ্ডৱে। সমগ্ৰ ৰাজসভাই সেই দিনা স্তব্ধ হৈ পৰিলেও এজম ব্যক্তিয়ে কিন্তু প্ৰতিবাদ কৰি উঠিছিল। এই ঘোৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল এজন ব্যক্তিয়েই। এই মহাপাপৰ যে কোনো ক্ষমা নাই সেই কথা দুৰ্যোধনক মনত পেলাই দিছিল এজন ব্যক্তিয়েই। তেওঁ আন কোনো নহয়, তেওঁ হৈছে বিকৰ্ণ। কৌৰৱৰ ১০০ ভাতৃৰ মাজৰে এজন। দুৰ্যোধন, দুঃশাসনৰ প্ৰৱল প্ৰতাপৰ কথা মহাভাৰতত চৰ্চা হ’লেও বিকৰ্ণৰ কথা বিশেষভাৱে পোৱা নাযায়।

ৰাজসভাত নাৰীৰ বস্ত্ৰহৰণ দেখিও নিৰ্বাক ভীষ্ম, দ্ৰোণ, কৰ্ণৰ সন্মুখত থিয় হৈ বিকৰ্ণই ভাতৃৰ বিৰুদ্ধে প্ৰতিবাদ কৰি উঠিছিল। দুৰ্যোধন, দুঃশাসনৰ বিৰুদ্ধে কথা কোৱাৰ সাহস কৰি পেলাইছিল ভাতৃ বিকৰ্ণই। বিকৰ্ণৰ প্ৰতিবাদৰ দুৰ্যোধনৰ সন্মুখত মুল্য নাছিল যদিও বিকৰ্ণৰ চৰিত্ৰৰ প্ৰশংসা যুগে যুগে সকলোৱে কৰি থাকিব। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পাছতেই প্ৰতিশোধ হিচাপে কৌৰৱৰ ১০০ ভাতৃকেই হত্যা কৰিম বুলি শপত লৈছিল ভীমে। সেই শপততেই ভীমে পাছলৈ বিকৰ্ণকো হত্যা কৰে। কিন্তু বিকৰ্ণক বধ কৰি ভীমে নিজেও কান্দোনত ভাঙি পৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
Next Post
যুদ্ধ অচিৰেই শেষ হ’ব! হামাছৰ দখলচ্যুত হ’ল গাজা, ১৬ বছৰৰ পাছত এই সাফল্য, দাবী ইজৰাইলৰ

যুদ্ধ অচিৰেই শেষ হ’ব! হামাছৰ দখলচ্যুত হ’ল গাজা, ১৬ বছৰৰ পাছত এই সাফল্য, দাবী ইজৰাইলৰ

তথ্য ফাঁচ হোৱাৰ ভয়! বিশ্বৰ এই ৫খন দেশত Whatsappৰ ব্যৱহাৰ নহয়

তথ্য ফাঁচ হোৱাৰ ভয়! বিশ্বৰ এই ৫খন দেশত Whatsappৰ ব্যৱহাৰ নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.