• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছুটকেছত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মীৰ ঘটনাৰ শিহৰণকাৰী সত্য উদঘাটন

ছুটকেছত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মীৰ ঘটনাৰ শিহৰণকাৰী সত্য উদঘাটন

11 months ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

10 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

11 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

12 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

14 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

14 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

15 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

16 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ছুটকেছত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মীৰ ঘটনাৰ শিহৰণকাৰী সত্য উদঘাটন

editor by editor
March 4, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ছুটকেছত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মীৰ ঘটনাৰ শিহৰণকাৰী সত্য উদঘাটন
0
SHARES
620
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছুটকেছত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মীৰ ঘটনাৰ শিহৰণকাৰী সত্য উদঘাটন

দেশজুৰি তোলপাৰ লগোৱা ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানী নাৰৱালৰ মৃতদেহ সন্দৰ্ভত পোহৰলৈ আহিছে শিহৰণকাৰী সত্য। দোপাট্টাৰে হাত বান্ধি, মোবাইল চাৰ্জাৰেৰে, ডিঙি চেপি প্ৰাণ কাঢ়ি শেষত ছুটকেচত ভৰাই ঘন জংঘলত পেলাই দিয়ে।

সেই ছুটকেছ উদ্ধাৰ হোৱাৰ পাছতে তোলপাৰ লাগি যায় সকলোফালে। ২৩ বৰ্ষীয় হিমানীৰ শৰীৰত জখমৰ লগতে হাড় ভঙা অৱস্থাত লগতে হাতত মেহেন্দী, উপৰি ডিঙিত দোপাট্টা লাগি থকা অৱস্থাত উদ্ধাৰ হৈছিল। সেই ঘটনাৰেই আৰক্ষীয়ে মূল অভিযুক্তক আটক কৰিছে।

দেওবাৰে নিশা দিল্লীৰ মুণ্ডকাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ কৰ্মী হিমানী নাৰৱালক হত্যাৰ অভিযোগত অভিযুক্ত শচীন ওৰফে ধিলিক। ঝজ্জাৰৰ বাসিন্দা আৰু দুটা সন্তানৰ পিতৃ শচীন।

আৰক্ষীৰ মতে, ডেৰ বছৰ পূৰ্বে শচীনে ছচিয়েল মিডিয়াত হিমানীৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল। লাহে লাহে সেই বন্ধুত্ব গাঢ় কৰিবলৈ হিমানীৰ ঘৰলৈ আহিবলৈ ধৰিছিল। কিছুদিন ধৰি ধনৰ লেনদেন সন্দৰ্ভতো বিবাদ চলি আছিল দুয়োৰে মাজত।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে সোমবাৰে জনোৱা মতে, ২৮ ফেব্ৰুৱাৰীত বিজয় নগৰৰ হিমানীৰ ঘৰত বিবাদ ইমানেই তীব্ৰতৰ হৈ পৰে যে সন্ধিয়া ৫ বজাত শচীনে হিমানীৰ হাত দুখন দোপাট্টাৰে বান্ধি ম’বাইল চাৰ্জাৰৰ তাঁৰেৰে ডিঙি চেপি হত্যা কৰে।

আৰক্ষীক দিয়া ভাষ্য অনুসৰি, হত্যাকাণ্ডৰ পিছত শচীনে লেপটপ আৰু গহনা লৈ হিমানীৰ স্কুটীত উঠি ঝজ্জাৰৰ কানোন্দা গাঁৱত থকা নিজৰ মোবাইল মেৰামতিৰ দোকানলৈ যায়। ৪ ঘণ্টাৰ পাছত আকৌ একেখন স্কুটীতে হিমানীৰ ঘৰ যায়। সকলো প্ৰমাণ ধ্বংস কৰি পিছত মৃতদেহটো এটা ছুটকেছত ভৰাই নিশা ১০ বজাত অটোৰিক্সাৰে দিল্লী বাইপাছ যায়। তাতেই বাছ ষ্টেণ্ডৰ ওচৰৰ জোপোহাত ছুটকেছটো দলিয়াই দিয়ে।

১ মাৰ্চত মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছৰে পৰা আৰক্ষীয়ে মোবাইল ফোন লকেচনৰ জৰিয়তে শচীনক ধৰা পেলায়। হিমানীৰ ঘৰৰ সমীপত থকা চিচিটিভিৰ ফুটেজটো শচীনে ছুটকেছটো কঢ়িয়াই লৈ ফুৰা দেখা গৈছিল।

এই সকলোবোৰ প্ৰমাণৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে শচীনক। পাছত আৰক্ষীৰ জেৰাত সকলো স্বীকাৰ কৰে হিমানী হত্যাৰ ঘটনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hariyana Murder CaseHimani NarwalHimani Narwal murder Casemurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক…বৰ্তমানে পলাতক

ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক...বৰ্তমানে পলাতক

বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড

বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.